Might Learn Logo Might Learn Shop Might Learn

SCERT Assam Board D El Ed Entrance Test General Knowledge Question Answer | D El Ed Entrance Test General Knowledge Question Answer 2026

সাধাৰণ জ্ঞান

1. বৰ্তমান অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ’ল-

(a) 7

(b) 6

(c) 8

(d) 5

Ans: (a) 7


2. তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক অলপতে অসমৰ সপ্তম ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষনা কৰা হৈছে

(a) দিহিং পাটকাই

(b) পবিতৰা

(c) মানস

(d) নামবৰ

Ans: (a) দিহিং পাটকাই


3. তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক অলপতে অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষনা কৰিছে

(a) ৰাইমনা

(b) পবিতৰা

(c) ওৰাং

(d) গৰমপানী

Ans: (a) ৰাইমনা


4. তলৰ কোনটো ভাষাক অলপতে অসমৰ সহযোগী চৰকাৰী ভাষা হিচাপে ঘোষনা কৰা হৈছে

(a) বড়ো

(b) কার্বি

(c) সংস্কৃত

(d) মিচিং

Ans: (a) বড়ো


5. তলৰ কোনটো সন্মান (পুৰস্কাৰ) ৰ কথা অসম চৰকাৰে ২০২১ চনত ঘোষনা কৰিছে-

(a) অসমশ্রী

(b) অসম ৰত্ন

(c) শংকৰদেৱ বঁটা

(d) সাহিত্য একাডেমী

Ans: (a) অসমশ্রী

6. অসম চৰকাৰে অলপতে ঘোষনা কৰা অসমভূষন সন্মান প্ৰতিবছৰে কেইজন ব্যক্তিক প্ৰদান কৰা হব-

(a) 5 জন

(b) 6 জন

(c) 2 জন

(d) 3 জন

Ans: (a) 5 জন


7. অসম চৰকাৰে অলপতে ঘোষনা কৰা অসম বিভূষন সন্মান প্ৰতিবছৰে কেইজন ব্যক্তি প্ৰদান কৰা হব-

(a) 3 জন

(b) 2 জন

(c) 1 জন

(d) 4 জন

Ans: (a) 3 জন


৪. অসম আৰক্ষীৰ চাইবাৰ অপৰাধৰ অভিযোগ দিয়া বাবে নতুনকৈ প্ৰৱৰ্তন কৰা হেল্পলাইন নম্বৰটো হ’ল-

(a) 155260

(b) 108

(c) 101

(d) 1098

Ans: (a) 155260


9. অসম চৰকাৰে কোনটো শোধানাগাৰত নিজৰ অংশীদাৰীত্ব 26% লৈ বৃদ্ধি কৰিছে-

(a) নুমলীগড়

(b) নুনমাটী

(c) ডিগবৈ

(d) দুলীয়াজান

Ans: (a) নুমলীগড়
10. অলপতে অসমৰ তিনিচুকীয়া জিলাৰ কোনখন ঠাইত অইল ইণ্ডিয়া লিমিটেডৰ তেলখাদত জুই লাগি বিস্তৰ ক্ষতি হৈছিল-

(a) বাঘজান

(b) দুলীয়াজান

(c) ৰঙাজান

(d) ডিবাম

Ans: (a) বাঘজান


11. 2021 চনত সম্পন্ন হোৱা অসম বিধান সবাৰ নিৰ্বাচনত সংখ্যাগৰিষ্ঠ লাভ কৰা দলটো হ’ল-

(a) ভাৰতীয় জাতীয় কংগ্ৰেছ

(b) ভাৰতীয় জনতা পার্টী

(c) ভাৰতীয় কমিউনিষ্ট পার্টী

(d) অসম গণ পৰিষদ

Ans: (b) ভাৰতীয় জনতা পার্টী


12. অসমৰ নৱগঠিত জিলাখন হ’ল-

(a) মাজুলী

(b) বজালী

(c) বিশ্বনাথ

(d) চৰাইদেউ

Ans: (b) বজালী


13. ‘অসমৰ ‘ৰঙা চাউল’ কোনখন দেশলৈ 2021 চনত মে’ মাহ প্ৰথমবাৰৰ বাবে ৰপ্তানি কৰা হৈছে-

(a) ইংলেণ্ড(b) আমেৰিকা(c) জাপান.(d) জ্যার্মানীAns: (b) আমেৰিকা
14. অলপতে অসমৰ কোনখন চুবুৰীয়া ৰাজ্যৰ লগত সীমা বিবাদত অসমৰ ৬ জনকৈ আৰক্ষীয়ে প্ৰাণ হেৰুৱাইছিল-(a) মেঘালয়(b) মিজোৰাম(c) নাগালেণ্ড(d) মণিপুৰAns: (b) মিজোৰাম
15. 2021 চনৰ অলিম্পিকত অসমৰ হৈ অংশগ্রহণ কৰা লাভলীনা বৰগোহাঁই কোনবিধ খেলৰ লগত জড়িত-(a) আৰ্চাৰী(b) বক্সিং(c) শুটিং(d) টেনিছAns: (b) বক্সিং
16. অসম চৰকাৰে 2021 চনৰ পৰা কোনটো দিনত ‘কৰ্মচাৰী দিৱস’ হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে(a) 24 জুলাই.(b) 5 আগষ্ট(c) 7 আগষ্ট(d) 13 মে’Ans: (b) 5 আগষ্ট
17. অসম চৰকাৰে 2021 চনৰ পৰা কোনটো দিনত ‘দেশভক্তি দিৱস’ হিচাপে পালন কৰিবলৈ সিদ্ধান্ত লৈছে-(a) 1 আগষ্ট(b) 28 জুলাই(c) 26 জুন(d) 7 মে’Ans: (b) 28 জুলাই
18. অসমৰ পৰা অলিম্পিকৰ পদক লাভ কৰা প্ৰথম খেলুৱৈ(a) শিৱ থাপা(b) লাভলীনা বৰগোহাঁই(c) জয়ন্ত তালুকদাৰ(d) ৰিয়ান পৰাগAns: (b) লাভলীনা বৰগোহাঁই
19. অসমৰ প্ৰথম মহিলা বিত্তমন্ত্রী হিচাপে 2021 চনত কোনে দায়িত্ব গ্রহণ কৰিছে-(a) সুস্মিতা দেৱ(b) অজন্তা নেওগ(c) নাৰী নৰহ(d) সুমন হৰিপ্রিয়াAns: (b) অজন্তা নেওগ
20. অসমৰ বৰ্তমান মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা অসমৰ কিমান তম মুখ্যমন্ত্রী(a) 16 তম(b) 15 তম(c) 11 তম(d) 21 তমAns: (b)
21. 2021 চনৰ টকিঅ অলিম্পিকত ভাৰতৰ হৈ প্ৰথমটো পদক জয় কৰা মীৰাবাই চানু কোনখন ৰাজ্যৰ বাসিন্দা-(a) মণিপুৰ(b) মিজোৰাম(c) বিহাৰ(d) অসমAns: (a) মণিপুৰ
22. 2021 চনৰ অলিম্পিকত মীৰাবাই চানুৱে কি খেলত ৰূপৰ পদক লাভ কৰিছে(a) ভৰোওলন(b) বক্সিং(c) বেডমিন্টন(d) শুটিংAns: (a)
23. অসম চৰকাৰে আৰম্ভ কৰা ‘অনলাইন ফ্লাডৰিপোর্টিং চিষ্টেম’ কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সহযোগত আৰম্ভকৰিছে-(a) UNICEF(b) WHO(c) NABARD(d) WORLD BANKAns: (a) UNICEF
24. মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াই অলপতে কোনটো বিষয়ক MBBS ব পাঠ্যক্রমত নতুনকৈ অন্তর্ভূক্ত কৰিছে(a) মহামাৰী ব্যৱস্থাপন(b) ভাইবোলজী(c) প্লাজমা চিকিৎসা(d) ক’ভিড 19Ans: (a) মহামাৰী ব্যৱস্থাপন
25. PUBG কে ধৰি 118 টা চীনা মোবাইল এপ নিষেধ কৰা কেন্দ্ৰীয় মন্ত্রালয়টো হ’ল-(a) ইলেট্রনিকচ আৰু আই টি মন্ত্রালয়(b) প্ৰতিৰক্ষা মন্ত্রালয়(c) গৃহ মন্ত্রালয়(d) বিত্ত মন্ত্রালয়Ans: (a) ইলেট্রনিকচ আৰু আই টি মন্ত্রালয়
26. কোনখন ৰাজ্যই ‘কিচান ৰথ’ নামৰ মোবাইল এপ আৰম্ভ কৰিছে-(a) অসম(c) গুজৰাট(b) মহাৰাষ্ট্ৰ(d) বিহাৰAns: (a) অসম
27. অলপতে কোভিড 19 মহামাৰীৰ লগত মোকাবিলা কৰিবলৈ PM Cares পুজিৰ পৰা কি স্থাপনা কৰিবলৈ 201 কৌটি অনুদান ৰাজ্য সমূহলৈ আগবঢ়াইছে(a) অক্সিজেন প্লান্ট(b) ভেকচিন(c) বায়ু শুদ্ধিকৰণ(d) অম্বুলেন্সAns: (a) অক্সিজেন প্লান্ট
28. ভাৰতৰ কোনটো প্রতিষ্ঠানে ড্রাইভাৰ বিহীন মেট্র বেলৰ ডবা নিৰ্মান কৰি উলিয়াইছে(a) BMEL(b) DRDO(c) HAL(d) ONGCAns: (a) BMEL

29. অলপতে ভাৰতবৰ্ষই জৰুৰী যোগাযোগৰ বাবে কোনখন দেশৰ লগত ‘হটলাইন’ ব্যৱস্থা স্থাপন কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে-(a) চীন

(b) পাকিস্তান

(c) নেপাল

(d) শ্রীলংকা

Ans: (a) চীন


30. নতুন তথ্য প্রযুক্তি নিয়ম অনুসৰি ডিজিটেল প্লেটফর্ম সমূহে চৰকাৰে বিচৰা যিকোনো তথ্য কিমান সময়ৰ ভিতৰত দিব লাগিব-(a) 72 ঘণ্টা

(b) 24 ঘণ্টা

(c) 36 ঘণ্টা

(d) 48 ঘণ্টা

Ans: (a) 72 ঘণ্টা
31. প্ৰদূষণ কৰা গাড়ী সমূহৰ ওপৰত আৰোপ কৰিব বিচৰা নতুন কৰ বিধ হৈছে

(a) গ্রীন টেক্স

(b) পৰিবেশ কৰ

(c) প্ৰদূষণ কৰ

(d) ইন্ধন কৰ

Ans: (a) গ্রীন টেক্স
32. তলৰ কোনখন ৰাজ্যক জলাতংক (ৰেবিজ) ৰোগৰ পৰা মুক্ত বুলি ঘোষনা কৰা হৈছে-

(a) গোৱা

(b) অসম

(c) চিকিম

(d) হাৰিয়ানা

Ans: (a) গোৱা
33. অলপতে হেলিকাপ্তাৰ দুৰ্ঘটনাত প্রাণ হেৰুওৱা ভাৰতৰ সৰ্বপ্ৰথম চি. ডি.এচ (CDS) জন আছিল-

(a) ভি. কে. সিং

(b) ৰাজনাথ সিং

(c) বিপিন ৰাৱাট

(d) নিৰঞ্জন চোপা

Ans: (c) বিপিন ৰাৱাট
34. অলপতে আবিষ্কৃত হোৱা আৰু আফ্রিকীয় দেশৰ পৰা বিয়পি পৰা কৰেলা ভাইৰাছৰ নতুন ভেৰিয়ান্ট বিধ হ’ল-

(a) ভেন্টা

(b) বিটা

(c) অমিক্রন

(d) চাইনা

Ans: (c)
35. অলপতে CDS সহ 14 জন লোক দুর্ঘটনা গ্রস্ত হোৱা ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰখন হ’ল-

(a) এপেচি এ এহট 64

(b) এম আই 38

(c) এম আই 17. ভি

(d) চিতা

Ans: (c) এম আই 17. ভি
36. অসমৰ কোনজন সাহিত্যকক 2020 চনৰ সন্মানীয় জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে-

(a) অনন্ত তাতী

(b) ৰীতা চৌধুৰী

(c) নীলমণি ফুকন

(d) কুলধৰ শইকীয়া

Ans: (c) নীলমণি ফুকন
37. 2021 চনৰ বাবে কোনজন সাহিত্যিকক জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে

(a) নীলমণি ফুকন

(b) অমিতাভ ঘোষ

(c) দামোদৰ মাউজো

(d) শশী থাৰুৰ

Ans: (c) দামোদৰ মাউজো


38. 2021 বৰ্ষত কোনজন বিশিষ্ট ব্যক্তিক প্রথম অসম বৈভৱ সম্মান প্রদান কৰা হৈছে-

(a) মুকেশ আম্বানী

(b) সৰ্বানন্দ সোনোৱাল

(c) ৰতন টাটা

(d) লাভলীনা বৰগোহাঁই

Ans: (c) ৰতন টাটা


39. 2021 চনত কোনজন অসমীয়া বীৰ সৈনিকে ” শৌর্য চক্র” সন্মান লাভ কৰিছে-

(a) আনন্দ মিশ্র

(b). সুশান্তবিশ্ব শর্মা

(c) প্রনৱজ্যোতি দাস

(d) শশী থাৰুৰ

Ans: (c)  প্রনৱজ্যোতি দাস


40. নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি কোন বৰ্ষৰ পৰা অসমত কাৰ্যকৰী হব-

(a) 2021

(b) 2022

(c) 2023

(d) 2025

Ans: (C)

41. কোনগৰাকী অসমীয়া খেলুৱৈ 2021 চনৰ মেজৰ ধ্যানচান্দ খেলৰত্ন পুৰস্কাৰ পাবলৈ সক্ষম হৈছে

(a) নিৰজ চোপা

(b) শিব, থাপা

(c) লাভলীনা বৰগোহাঁই

(d) হিমা দাস

Ans: (c) লাভলীনা বৰগোহাঁই


42. ভাৰতীয় ক্রিকেট দলৰ প্ৰশিক্ষক হিচাপে বর্তমান কাক নিয়োগ কৰা হৈছে-

(a) সৌৰভ গাংগুলী

(b) অনিল কুম্বলে

(c) বাহুল দ্রাবিড়

(d) ৰবি শাস্ত্রী

Ans: (c) বাহুল দ্রাবিড়

43. কেতিয়া ভাৰতৰ উচ্চতম ন্যায়ালয়ে বিবাদমান বাম মন্দিৰ গোচৰৰ চুড়ান্ত ৰায় প্ৰদান কৰিছিল?

(a) 9 নবেম্বৰ, 2019

(b) 5 আগষ্ট, 2020

(c) 22 মার্চ, 2020

(d) 6 নবেম্বৰ, 2019

Ans: (a) 9 নবেম্বৰ, 2019


44. কেতিয়া অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ ভূমিপূজন কৰা হৈছিল?

(a) 5 আগষ্ট, 2020

(b) 9 নবেম্বৰ, 2020

(c) 6 ডিচেম্বৰ, 1992

(d) 7 আগষ্ট, 2019

Ans: (a) 5 আগষ্ট, 2020


45. ভাৰতৰ কোনখন ৰাজ্যত সৰ্বপ্ৰথম কৰোনা প্ৰজিটিভ ৰোগী পোৱা হৈছিল?

(a) কেৰেলা

(b) মহাৰাষ্ট্ৰ

(c) বিহাৰ

(d) দিল্লী

Ans: (a) কেৰেলা


46. চীনৰ কোনখন নগৰত প্রথমে কবোনা (COVID 19) ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছিল?

(a) উহান

(c) বেইজিং

(b) চাংহাই

(d) হংকং

Ans: (a) উহান


47. আমাৰ দেশ ভাৰতবৰ্ষই কোনখন ৰাষ্ট্ৰৰ পৰা বাফেল (Rafale) নামৰ যুজাৰু বিমান ক্রয় কৰিছে?

(a) ফ্রান্স

(b) আমেৰিকা

(c) ইজৰাইল

(d) বাছিয়া

Ans: (a) ফ্রান্স


47. অলপতে ভাৰত আৰু চীনৰ মাজৰ সীমা বিবাদৰ ফলত কোন ঠাইত ভাৰতীয় সৈন্য 20 জন শ্বহীদ হয়?

(a) লাদাখ

(b) টাৱাং

(c) ডোকালাম

(d) জম্মু

Ans: (a) লাদাখ


48. তলৰ কোনটো ঔষধ নির্মাণকাৰী সংস্থাই COVAXIN নামৰ ভাৰতৰ প্রথম সম্ভাব্য কৰোনা ৰোগৰ ভেকচিন কৰি উলিয়াইছে?(a) ভাৰত বায়টেক লিমিটেড

(b) চিপলা

(c) চিৰাম ইনষ্টিটিউট অফ ইন্ডিয়া

(d) গ্লেনমার্ক

Ans: (a) ভাৰত বায়টেক লিমিটেড

49. কৰোনা (COVID 19) মহামাৰীত কোনখন দেশত এতিয়ালৈকে সর্বাধিক লোকৰ মৃত্যু হৈছে?

(a) আমেৰিকা যুক্তৰাষ্ট্ৰ

(b) ইটালী(c) চীন

(d) স্পেইন

Ans: (a) আমেৰিকা যুক্তৰাষ্ট্ৰ


50. বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক’ত?

(a) জেনেভা

(b) নিউয়ক

(c) চাংহাই

(d) পেৰিছ
Ans: (a) জেনেভা

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top
🎓 My Class

My Subjects