অসমৰ বুৰঞ্জীপ্ৰসিদ্ধ ঠাই কেইখনৰ নাম কি কি ?

অসমৰ বুৰঞ্জীপ্ৰসিদ্ধ ঠাই কেইখনৰ নাম ডিব্ৰুগড়, তেজপুৰ, হাজো, গুৱাহাটী আৰু শিৱসাগৰ ।