AHSEC Class 11 History Chapter 3 সাম্ৰাজ্য পাঠটোৰ উত্তৰ

সাম্ৰাজ্য

১। অতি চমু উত্তৰ লিখা

(ক) ৰোমান সাম্ৰাজ্যৰ প্ৰধান ভাষা কি আছিল?

উত্তৰঃ

(খ) সম্ৰাট কন্সটেণ্টাইনে কোন শতিকাত খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল?

উত্তৰঃ

(গ) পবিত্ৰ ৰোমান সাম্ৰাজ্য কেতিয়া গঠিত হৈছিল?

উত্তৰঃ

(ঘ) ইথিওপিয়াত খ্ৰীষ্টান গীৰ্জা কেতিয়া স্থাপন হৈছিল?

উত্তৰঃ

(ঙ) চীনদেশত প্ৰথম ছপা গ্ৰন্থ কেতিয়া প্ৰকাশ হৈছিল?

উত্তৰঃ

(চ) পেপিৰি লিপি কিহত খোদিত কৰা হৈছিল?

উত্তৰঃ

(ছ) ইউফ্ৰেটিছ নদীয়ে কোন দুখত সাম্ৰাজ্যক পৃথক কৰিছিল?

উত্তৰঃ

(জ) ৰোমান সাম্ৰাজ্যৰ ৰাজনৈতিক বুৰঞ্জীৰ এজন মুখ্য ‘খেলুৱৈ’ৰ নাম লিখা।

উত্তৰঃ

(ঝ) টেচিটাচ কোন আছিল?

উত্তৰঃ

(ঞ) আধুনিক আলজেৰিয়াৰ পুৰণি নাম কি আছিল?

উত্তৰঃ

২। চমু উত্তৰ লিখা ঃ

(ক) তুমি ৰোমান সাম্ৰজ্যত বাস কৰা হলে নগৰ নে গাঁৱত থাকিলাহেঁতেন? ব্যাখ্য কৰা কিয়।

উত্তৰঃ

(খ) অধ্যায়টোত উল্লেখ কৰা কিছুমান নগৰ, নদী, সাগৰ আৰু প্ৰদেশৰ এখন তালিকা সংকলন কৰা আৰু তাৰ পিছত সিবিলাক মানচিত্ৰত দেখুওৱা। তালিকা খনত অন্তৰ্ভুক্ত যিকোনো তিনিখনৰ বিষয়ে কিছু ব্যাখ্যা দাঙি ধৰিব পাৰিবানে?

উত্তৰঃ

(গ) কল্পনা কৰা যে তুমি এগৰাকী ৰোমান গৃহিনী আৰু ঘৰত ব্যৱহাৰৰ বাবে দ্ৰব্যৰ এখন বজাৰ তালিকা প্ৰস্তুত কৰিছা। তালিকাত কোনবোৰ দ্ৰব্য অন্তৰ্ভুক্ত কৰিবা।

উত্তৰঃ

(ঘ) ৰোমান চৰকাৰে কিয় ৰূপৰ মুদ্ৰা তৈয়াৰ বন্ধ কৰিছিল? কোনটো ধাতু মুদ্ৰা তৈয়াৰ কৰিবৰ বাবে ব্যৱহাৰ কৰিছিল?

উত্তৰঃ

৩। ৰচনাধৰ্মী প্ৰশ্ন ঃ

(ক) ধৰি লোৱা সম্ৰাট ট্ৰজানে ভাৰত দখল কৰিবলৈ সমৰ্থ হৈছিল আৰু ৰোমানসকলে বহুতো শতিকা ধৰি ইয়াক শাসন কৰিছিল। আজি ভাৰত সেই ক্ষেত্ৰত কিমান বেলেগ হ’লহেঁতেন?

উত্তৰঃ

(খ) অধ্যায়টো সাৱধানতাৰে পঢ়ি ৰোমান সমাজ আৰু অৰ্থনীতিৰ কিছুমান মৌলিক বৈশিষ্ট্য উলিওৱা, যিবোৰে ইয়াক আধুনিক ৰূপ দিছিল।

উত্তৰঃ

(গ) প্ৰাচীন কালত ভূমধ্যসাগৰীয়া অঞ্চলত কেনেদৰে শ্ৰমিকক নিয়ন্ত্ৰণ কৰা হৈছিল?

উত্তৰঃ

(ঘ) ‘চেংগিজ খাঁ আৰু তেওঁৰ উত্তৰাধিকাৰী সফলৰ মোগল সাম্ৰজ্যখন কেনেকৈ পশুপালক সকলে একোখন সাম্ৰাজ্য দীৰ্ঘকাল সফলতাৰে বৰ্তাই ৰাখিব পাৰে। তাৰ এক সুন্দৰ উদাহৰণ’ 一যুক্তি দৰ্শোৱা।
উত্তৰঃ

(ঙ) সম্ৰাট ট্ৰজানৰ সপোন কি আছিল? সপোন সফল হ’লনে?

উত্তৰঃ

৪। চমু উত্তৰ লিখা

(ক) নিকট প্ৰাচ্য়

উত্তৰঃ

(খ) তৃতীয় শতিকাৰ সংকট

উত্তৰঃ

(গ) পবিত্ৰ ৰোমান সাম্ৰাজ্য

উত্তৰঃ