SVN Class 8 Social Science Chapter 14 Answer ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত পাঠটোৰ উত্তৰ

ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত

Lesson: 14

ভাৰতত হোৱা সংস্কাৰসমূহ

১। উত্তৰ লিখা :

ক) লর্ড কর্ণবালিছৰ কাৰ্যবিধিখনক কি বোলা হৈছিল?

উত্তৰঃ

খ) কোনজন গৱৰ্ণৰ জেনেৰেলে ভাৰতীয় লোকক চৰকাৰী চাকৰিত মকৰল আৰু পদোন্নতিৰ ব্যৱস্থা কৰিছিল ?

উত্তৰঃ

গ) কাৰ দিনত চিৰস্থায়ী ৰাজহ ব্যৱস্থাৰ প্ৰচলন হৈছিল?

উত্তৰঃ

ঘ) কাৰ দিনত সৰ্বপ্ৰথমে মাটিৰ পট্টাৰ ব্যৱস্থা ভাৰতত প্ৰচলিত হৈছিল?

উত্তৰঃ

ঙ) চাৰ্লছ উডৰ শিক্ষা সম্পৰ্কীয় প্ৰেৰণ পত্ৰখন কোনজন গৱৰ্ণৰ জেনেৰেলৰ দিনত গৃহীত হৈছিল?

উত্তৰঃ

চ) কোনজন অসমীয়াই ব্ৰিটিছ শাসনৰ আমোলত সংস্কৃত সাহিত্যৰ উৎকৰ্ষ সাধন কৰিছিল।

উত্তৰঃ

২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা :

উত্তৰঃ

৩। শুদ্ধ/অশুদ্ধ বিচাৰি উলিওৱা

ক) কোম্পানী চৰকাৰৰ শাসনৰ আৰম্ভণিলৈকে ভাৰতত মহলৱাৰী/ৰায়তৱাৰী ব্যৱস্থাৰ প্ৰচলন আছিল।

উত্তৰঃ

খ) সপ্তদশ/অষ্টাদশ শতিকাত ইংলেণ্ডত ঔদ্যোগিক বিপ্লৱে প্ৰসাৰতা লাভ কৰিছিল।

উত্তৰঃ

গ) স্বামী বিবেকানন্দ/গোবিন্দ ৰাণাডে/দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম আছিল মূল শংকৰ।

উত্তৰঃ

ঘ) ৰাজা ৰামমোহন ৰায়ৰ প্ৰধান সহযোগী আছিল দেবেন্দ্ৰনাথ ঠাকুৰ/ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ/ৰাজসুন্দৰী দেৱী।

উত্তৰঃ

৪। চমুটোকা লিখা (৫০ টা মান শব্দৰ ভিতৰত) :

ক) ব্রাহ্ম সমাজ

উত্তৰঃ

খ) আর্য সমাজ

উত্তৰঃ

গ) প্রার্থনা সমাজ

উত্তৰঃ

ঘ) আলিগড় আন্দোলন

উত্তৰঃ

ঙ) লর্ড উইলিয়াম বেণ্টিং

উত্তৰঃ

চ) ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ

উত্তৰঃ

ছ) ৰাজহ সংস্কাৰ

উত্তৰঃ