Chapter 6
ভাৰতবৰ্ষৰ গ্ৰাম্য অৰ্থনীতি আৰু ইয়াৰ উন্নয়ন
১। উত্তৰ দিয়াঃ
( ক ) অনানুষ্ঠানিক কৃষি ঋণৰ এটি উৎস উল্লেখ কৰা।
উত্তৰঃ
( খ ) কোন চনত কৃষি আৰু গ্ৰাম্য উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় বেংক স্থাপন কৰা হয়?
উত্তৰঃ
( গ ) বেংকৰ ব্যৱসায়িক প্রতিনিধি কোন?
উত্তৰঃ
( ঘ ) কি বজাৰে গ্রাহক আৰু প্রকৃত উৎপাদনকাৰীৰ মাজত এক প্রত্যক্ষ সম্পর্ক স্থাপন কৰে?
উত্তৰঃ
( ঙ ) ভাৰতীয় খাদ্য নিগমৰ মুখ্য কাম কি?
উত্তৰঃ
( চ ) ভাৰতীয় কৃষি খণ্ডৰ বহুমুখীকৰণৰ ১ টি উদাহৰণ দিয়া।
উত্তৰঃ
( ছ ) সােণালী বিপ্লৱ কি?
উত্তৰঃ
২। আনুষ্ঠানিক আৰু অনানুষ্ঠানিক কৃষি ঋণৰ পার্থক্য কি?
উত্তৰঃ
৩। গ্রাম্য উন্নয়ন বুলিলে কি বুজা? গ্রাম্য উন্নয়নৰ লগত জড়িত দুটা বিষয় উল্লেখ কৰা।
উত্তৰঃ
৪। এজন কৃষকে কৃষি ঋণ কিয় লবলগীয়া হয় ? যিকোনাে দুটা কাৰণ লিখা।
উত্তৰঃ
৫। ভাৰত চৰকাৰে গ্ৰাম্য উন্নয়নৰ বাবে কেনেধৰণৰ পদক্ষেপ গ্রহণ কৰিছে আলােচনা কৰা
উত্তৰঃ
৬। ভাৰতীয় কৃষকে সাধাৰণতে মুখামুখী হােৱা সমাস্যাসমূহৰ বিষয়ে এটি টোকা লিখা।
উত্তৰঃ
৭। আত্ম সহায়ক গােট কি?
উত্তৰঃ
৮। জৈৱিক সাৰ ব্যৱহাৰৰ সুবিধাবােৰ ব্যাখ্যা কৰা।
উত্তৰঃ
৯। গাঁও উন্নয়নৰ নিৰ্ণায়কবােৰ ব্যাখ্যা কৰা।
উত্তৰঃ
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post