প্ৰশ্নাৱলী
১। উত্তৰ দিয়াঃ
(ক) পৰিৱেশ বুলিলে কি বুজা?
উত্তৰঃ
(খ) কোনটো মণ্ডলে পৃথিৱীকে সূৰ্য্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মীৰ পৰা ৰক্ষা কৰি আহিছে?
উত্তৰঃ
(গ) পৰিস্থিতি বিজ্ঞান কি?
উত্তৰঃ
(ঘ) ভাৰতবৰ্ষত ভূমিক্ষয়ৰ এটি কাৰণ উল্লেখ কৰা।
উত্তৰঃ
(ঙ) বায়ু প্ৰদূষণৰ এটা কাৰণ লিখা।
উত্তৰঃ
(চ) পৃথিৱীৰ স্বাংগীকাৰক ক্ষমতা বুলিলে কি বুজা?
উত্তৰঃ
(ছ) কোনখন আয়োগে ১৯৮৭ চনত বহণক্ষম অৰ্থনৈতিক উন্নয়নৰ সংজ্ঞাটো আগবঢ়াইছিল ?
উত্তৰঃ
(জ) কোন চনত ভাৰতবৰ্ষত বন্যজন্তু সংৰক্ষণ আইন প্ৰণয়ন কৰা হৈছিল?
উত্তৰঃ
২। অ’জ’ন স্তৰ বুলিলে কি বুজা?
উত্তৰঃ
৩। চিপক’ আন্দোলন সম্পৰ্কে তোমাৰ ধাৰণা লিখা।
উত্তৰঃ
৪। ‘Ecology’ শব্দটো ক’ৰ পৰা লোৱা হৈছিল? Ecology-ক কোনে এটা নতুন বিষয় হিচাপে স্বীকৃতি দিচ্ছিল?
উত্তৰঃ
৫। পৰিৱেশ মানব সমাজৰ কি উপকাৰ সাধন কৰে চমুকৈ লিখা।
উত্তৰঃ
৬। গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণ কি?
উত্তৰঃ
৭। বহনক্ষম উন্নয়নৰ বাবে দৰকাৰী চৰ্তবোৰ কি কি?
উত্তৰঃ
৮। পৰিৱেশ প্ৰদূষণৰ চাৰিটা কাৰণ ব্যাখ্যা কৰা।
উত্তৰঃ
১০। বহনক্ষম অৰ্থনৈতিক উন্নয়ন কি? চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।
উত্তৰঃ
১১। ভাৰতীয় অৰ্থনৈতিক বহনক্ষম উন্নয়ন সুনিশ্চিত কৰিবলৈ চৰকাৰে লোৱা ব্যৱস্থাসমূহ উল্লেখ কৰা।
উত্তৰঃ
১২। পৰিৱেশ আৰু অৰ্থনীতিৰ মাজত কিবা পাৰ্থক্য আছে বুলি ভাৱানে? যদি ভাৱা তোমাৰ মতামত আগৱঢ়োৱা।
উত্তৰঃ
১৩। ভাৰতবৰ্ষত পৰিৱেশ সম্পৰ্কে এটি টোকা লিখা।
উত্তৰঃ
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post