AHSEC Class 11 Logic And Philosophy Chapter 6 অনুমান পাঠটোৰ উত্তৰ

অনুমান

সমাধানসহ অনুশীলনী

  1. তলত উল্লেখ কৰা বচনবোৰৰ পৰিৱৰ্তন কৰাঃ

(a) মানুহ মাত্ৰেই মৰণশীল।

(b) কিছুমান মানুহ জ্ঞানী।

(c) কিছুমান চকচকীয়া বস্তু সোণ নহয়।

সমাধানঃ

(a) A- সকলো মানু হয় মৰণশীল

                            (প্ৰতিবৰ্তনীয় বচন)

∴ E- কোনো মানুহ নহয় মৰণশীল

                                  (প্ৰতিবৰ্তিত বচন)

(b) I- কিছুমান মানুহ হয় জ্ঞানী

                              (প্ৰতিবৰ্তনীয় বচন)

∴ O- কিছুমান মানুহ নহয় অজ্ঞানী

                                     (প্ৰতিবৰ্তিত বচন)

(c) O- কিছুমান চকচকীয়া বস্তু নহয় সোণ

                                        (প্ৰতিবৰ্তনীয় বচন)

∴ I- কিছুমান চকচকীয়া বস্তু হয় অসোণ

                                       (প্ৰতিবৰ্তিত বচন) 
✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top