AHSEC Class 12 Anthropology Chapter 1 আবয়বিক নৃতত্ৱ পাঠটোৰ উত্তৰ

আবয়বিক নৃতত্ৱ

১। বংশগতি মানে কি ?

উত্তৰঃ পিতৃ-মাতৃৰ পৰা সন্তানলৈ জৈৱিক লক্ষণসমূহ পৰিবাহিত হোৱাক বংশগতি বোলে।

২। বংশগতিৰ আৱিস্কাৰক কোন ?

উত্তৰঃ বংশগতিৰ আৱিষ্কাৰক Gregor Mendel।

৩। মেণ্ডেলৰ বংশগতি সূত্ৰসমূহ কি কি ?

উত্তৰঃ
১) আধিপত্যৰ সূত্ৰ (Law of Dominance)
২) পৃথকীকৰণৰ সূত্ৰ (Law of Segregation)
৩) স্বাধীন সংযোজনৰ সূত্ৰ (Law of Independent Assortment)

৪। মেণ্ডেলৰ এক সংকৰ অনুপাত কি ?

উত্তৰঃ ৩ : ১

৫। জিন’টাইপ আৰু ফিন’টাইপ বুলিলে কি বুজা ?

উত্তৰঃ

জিন’টাইপ: কোনো জীৱৰ জিনগত গঠন।

ফিন’টাইপ: বাহিৰত দেখা পোৱা লক্ষণ বা বৈশিষ্ট্য।

৬। প্ৰজাতিৰ সংজ্ঞা দিয়া । মুখ্য প্ৰজাতি সমূহ কি কি ?

উত্তৰঃ
সাধাৰণ শাৰীৰিক আৰু জিনগত বৈশিষ্ট্য থকা মানুহৰ গোটক প্ৰজাতি বোলে।
মুখ্য প্ৰজাতি তিনিটা—
১) ককেছীয়
২) মংগোলীয়
৩) নিগ্ৰ’

৭। প্ৰজাতীয় নিকষ কি ? চৰ্ম বৰ্ণ বা নেত্ৰ প্ৰজাতীয় নিকষ হিচাপে আলোচনা কৰা ?

উত্তৰঃ
মানুহৰ প্ৰজাতি চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰা শাৰীৰিক বৈশিষ্ট্যসমূহক প্ৰজাতীয় নিকষ বোলে।
চৰ্মবৰ্ণ, নেত্ৰৰ আকৃতি, চুলি, নাক আদি ইয়াৰ উদাহৰণ।

৮। প্ৰক্ষিপ্ততা কাক বোলে ? ইয়াৰ বিভিন্ন প্ৰকাৰবোৰ কি কি ?

উত্তৰঃ
মুখমণ্ডলৰ কিছুমান অংশ আগলৈ ওলাই থকা অৱস্থাক প্ৰক্ষিপ্ততা বোলে।
ইয়াৰ প্ৰকাৰ—
১) মুখমণ্ডলীয় প্ৰক্ষিপ্ততা
২) দন্ত প্ৰক্ষিপ্ততা

৯। নেত্ৰচ্ছেদ ভাঁজ কি ? ইয়াৰ বিভিন্ন প্ৰকাৰ সমূহ কি কি ?

উত্তৰঃ
চকুৰ ওপৰৰ পতা আৰু তলৰ পতাৰ মাজত থকা ভাঁজক নেত্ৰচ্ছেদ ভাঁজ বোলে।
ইয়াৰ প্ৰকাৰ—
১) সম্পূৰ্ণ ভাঁজ
২) আংশিক ভাঁজ

১০। নিগ্ৰ’ সকলৰ প্ৰধান উপভোগ কেইটা কি কি ?

উত্তৰঃ
নিগ্ৰ’সকলৰ উপভোগ—
১) নেগ্ৰিল’
২) নেগ্ৰিট’
৩) পিগমি

১১। মংগোলীয়া সকলৰ উপভোগ বোৰ কি কি ?

উত্তৰঃ
১) এছিয়াটিক মংগোলীয়
২) এছ্কিম’
৩) আমেৰিকান ইণ্ডিয়ান

১২। ককেছীয়া আবয়ৱিক লক্ষণ সমূহ উল্লেখ কৰা ?

উত্তৰঃ
১) উজ্জ্বল বা ধূসর চৰ্মবৰ্ণ
২) সোজা বা ঢৌখেলোৱা চুলি
৩) সৰু নাক
৪) উন্নত মুখমণ্ডল

১৩। নেগ্ৰিল’ আৰু নেগ্ৰিট’ৰ মাজৰ পাৰ্থক্য কি ?

উত্তৰঃ
নেগ্ৰিল’সকল আফ্ৰিকাত পোৱা যায়, আৰু নেগ্ৰিট’সকল এছিয়াৰ কিছুমান অঞ্চলত পোৱা যায়।

অতি চমু প্ৰশ্ন আৰু উত্তৰ

১। বংশগতিৰ আৱিষ্কাৰ কোনে কৰিছিল?
উত্তৰঃ Gregor Mendel।

২। মেণ্ডেলৰ দ্বিসংকৰ অনুপাতটো কি?
উত্তৰঃ ৯ : ৩ : ৩ : ১

৩। মেণ্ডেলে বংশগতিৰ পৰীক্ষাসমূহ ক’ত কৰিছিল?
উত্তৰঃ মঠৰ উদ্যানত।

৪। মানৱ দেহত কেই প্ৰকাৰৰ কোষ থাকে?
উত্তৰঃ দুটা প্ৰকাৰৰ।

৫। কোন প্ৰকাৰৰ কোষৰ দ্বাৰা পিতৃ-মাতৃৰ লক্ষণ সন্তানলৈ যায়?
উত্তৰঃ প্ৰজনন কোষ।

৬। পুৰুষৰ প্ৰজনন কোষক কি বোলে?
উত্তৰঃ শুক্ৰকীট।

৭। মানুহৰ দেহত কেই যোৰ ক্ৰ’ম’জম আছে?
উত্তৰঃ ২৩ যোৰ।

৮। স্ত্ৰীৰ প্ৰজনন কোষক কি বোলে?
উত্তৰঃ ডিম্বাণু।

৯। মানৱ দেহত থকা কোষৰ প্ৰকাৰ দুটা কি কি?
উত্তৰঃ দেহকোষ আৰু প্ৰজনন কোষ।

১০। কোন প্ৰকাৰৰ কোষৰ দ্বাৰা মানৱ দেহ গঠিত?
উত্তৰঃ দেহকোষ।

১১। মেণ্ডেল কোন আছিল?
উত্তৰঃ এজন বিজ্ঞানী।

১২। বংশানুক্ৰমিক লক্ষণবোৰ কিহৰ জৰিয়তে পৰিবাহিত হয়?
উত্তৰঃ জিন।

১৩। মেণ্ডেলে নিজৰ আৱিষ্কাৰসমূহ ক’ত প্ৰকাশ কৰিছিল?
উত্তৰঃ বিজ্ঞান আলোচনীত।

১৪। মেণ্ডেলে কি উদ্ভিদৰ ওপৰত পৰীক্ষা কৰিছিল?
উত্তৰঃ মটৰ গছ।

১৫। মেণ্ডেলৰ একসংকৰ অনুপাতটো কি?
উত্তৰঃ ৩ : ১

১৬। কোন প্ৰকাৰৰ কোষে বংশ বিস্তাৰত সহায় কৰে?
উত্তৰঃ প্ৰজনন কোষ।

১৭। শুক্ৰকীট আৰু ডিম্বাণুৰ মিলনক কি বোলে?
উত্তৰঃ নিষেচন।

১৮। বংশগতি বুলিলে কি বুজা?
উত্তৰঃ পিতৃ-মাতৃৰ পৰা সন্তানলৈ লক্ষণ স্থানান্তৰ।

১৯। নিষেচিত অণ্ডুক কি বোলে?
উত্তৰঃ জাইগোট।

২০। এস্কিম’সকল কোন প্ৰজাতিৰ অন্তৰ্ভুক্ত?
উত্তৰঃ মংগোলীয়।

২১। আফ্ৰিকান পিগমি হিচাবে কোন জনগোষ্ঠিক জনা যায়?
উত্তৰঃ নেগ্ৰিল’।

২২। ভৌগোলিক বিস্তাৰ অনুযায়ী মংগোলীয় প্ৰজাতিক কেইটা ভাগত ভাগ কৰা হয়?
উত্তৰঃ তিনিটা ভাগত।

২৩। এছিয়াৰ পিগমি কোনসকল?
উত্তৰঃ নেগ্ৰিট’।

২৪। জাপানৰ এটা প্ৰাচীন প্ৰজাতিৰ নাম লিখা।
উত্তৰঃ আইনু।

২৫। ককেছীয়সকলৰ এটা প্ৰজাতীয় লক্ষণ লিখা।
উত্তৰঃ উজ্জ্বল চৰ্মবৰ্ণ।

২৬। বুছমেন কোন প্ৰজাতিৰ অন্তৰ্ভুক্ত?
উত্তৰঃ নিগ্ৰ’।

২৭। নেগ্ৰিট’সকল কোন প্ৰজাতিৰ অন্তৰ্ভুক্ত?
উত্তৰঃ নিগ্ৰ’।

২৮। নিগ্ৰ’সকলৰ এটা আবয়বিক লক্ষণ উল্লেখ কৰা।
উত্তৰঃ কৃষ্ণ চৰ্মবৰ্ণ।

২৯। টোডাসকল ক’ত বাস কৰে?
উত্তৰঃ নীলগিৰি পাহাৰত।

৩০। এস্কিমীয়সকলক কি নামেৰে জনা যায়?
উত্তৰঃ ইনুইট।

৩১। ওছেনীয়া পিগমি কোন?
উত্তৰঃ নেগ্ৰিট’।

৩২। মংগোলিয়সকল কোন প্ৰজাতিৰ অন্তৰ্গত?
উত্তৰঃ মংগোলীয়।

৩৩। নৰ্ডিকসকল কোন প্ৰজাতিৰ অন্তৰ্ভুক্ত?
উত্তৰঃ ককেছীয়।

৩৪। মংগোলীয়সকলৰ এটা প্ৰজাতীয় লক্ষণ লিখা।
উত্তৰঃ সৰু চকু।

৩৫। এস্কিম’সকল ক’ত বাস কৰে?
উত্তৰঃ আর্কটিক অঞ্চলত।

৩৬। ইণ্ড’-দ্ৰাবিড়সকলে ক’ত বসবাস কৰে?
উত্তৰঃ ভাৰতত।

৩৭। ভেড্ডাসকলে ক’ত বাস কৰে?
উত্তৰঃ শ্ৰীলংকাত।

৩৮। নিগ্ৰ’সকলে ক’ত বাস কৰে?
উত্তৰঃ আফ্ৰিকাত।

৩৯। মুখমণ্ডলীয় প্ৰক্ষিপ্ততা কোন প্ৰজাতিৰ লক্ষণ?
উত্তৰঃ নিগ্ৰ’ প্ৰজাতি।

৪০। ABO ৰক্ত সমষ্টিৰ আৱিষ্কাৰ কোনে কৰিছিল?
উত্তৰঃ Karl Landsteiner।

৪১। কোন প্ৰজাতিৰ কৃষ্ণ চৰ্মবৰ্ণ বিশেষ লক্ষণ?
উত্তৰঃ নিগ্ৰ’।

৪২। মেণ্ডেলৰ বংশগতিৰ সূত্ৰ কেইটা কি কি?
উত্তৰঃ তিনিটা।

৪৩। মেণ্ডেলৰ বংশগতি সিদ্ধান্ত কোন আলোচনীত প্ৰকাশ পাইছিল?
উত্তৰঃ “Proceedings of the Natural History Society” আলোচনীত।

Scroll to Top