AHSEC Class 12 Assamese Chapter 7 অসমীয়া চলচ্চিত্রৰ গতিধাৰা পাঠটোৰ উত্তৰ

অসমীয়া চলচ্চিত্রৰ গতিধাৰা

(ক) অতি চমু প্ৰশ্ন :

১। জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ কথাছবিৰ কাহিনীৰ উৎস কি?

উত্তৰঃ

২। জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন দেশত চলচ্চিত্র নির্মাণৰ প্রশিক্ষণ লৈছিল?

উত্তৰঃ

৩। ‘চিত্ৰবন’ ষ্টুডিঅ’ কোনে নির্মাণ কৰিছিল?

উত্তৰঃ

৪। লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম লিখা।

উত্তৰঃ

৫। লতা মংগেছকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম লিখা।

উত্তৰঃ

(খ) চমু প্ৰশ্ন ঃ

১। জ্যোতিপ্ৰসাদ আগৰৱালাই নির্মাণ কৰা কথাছবি দুখনৰ নাম লিখা।

উত্তৰঃ

২। এই কথাছবি কেইখনৰ পৰিচালকৰ নাম লিখা-এৰা বাটৰ সুৰ, ডাঃ বেজবৰুৱা, গঙা চিলনীৰ পাখি।

উত্তৰঃ

৩। ভৱেন্দ্রনাথ শইকীয়াই পৰিচালনা কৰা তিনিখন কথাছবিৰ নাম লিখা।

উত্তৰঃ

৪। জয়মতী, চিৰাজ, সতী বেউলা — এই কথাছবি কেইখনৰ সংগীত পৰিচালক কেইজনৰ নাম লিখা।

উত্তৰঃ

৫। অসম চৰকাৰে অসমীয়া চিনেমা-শিল্পৰ বিকাশত কি ভূমিকা পালন কৰিছে ?

উত্তৰঃ