Chapter 10
মানৱ কল্যাণত জীৱাণুৰ ভূমিকা
প্ৰশ্নমালা
(A) চমু উত্তৰৰ প্ৰশ্নঃ
- কোন কোন জীৱাণুৰ ঘৰুৱা ব্যৱহাৰ হয় উল্লেখ কৰা।
- দে প্রস্তুতৰ বাবে কোন জীৱাণু ব্যৱহাৰ কৰা হয়?
- সুৰা প্রস্তুতৰ বাবে কি ধৰণৰ জীৱাণু ব্যৱহাৰ কৰা হয়?
- কি কি শিল্পত জীৱাণু ব্যৱহাৰ কৰা হয়?
- ৰাসায়নিক প্রণালীৰ তুলনাত কিন প্রক্রিয়াৰ সুবিধা কি কি?
- কিন প্রক্রিয়া প্রধান স্তৰ কি কি?
- প্রতিজৈৱিক বস্তু কাক বোলে?
৪. প্রতিজৈৱিক বস্তুৱে বীজাণুৰ ওপৰত কিভাৱে ক্রিয়া কৰে?
- পেনিচিলিন উৎপাদনকাৰী জীৱাণুৰ নাম লিখা?
- এলকহল উৎপাদনৰ বাবে কোন জীৱাণু আৰু কি কি কেঁচামাল ব্যৱহাৰ কৰা হয়?
- প্রতিজৈৱিক বস্তু কেইটামান আৰু এইবিলাক উৎপাদন কৰা জীৱাণুৰ নাম লিখা।
- কি কি ধৰণৰ শিল্পত অণুজীৱ ব্যৱহাৰ কৰা হয়?
- পেনিচিলিন উৎপাদনকাৰী অণুজীৱৰ নাম কি?
- জৈৱ সক্রিয় অণু বুলিলে কি বুজায়?
- জৈৱ নিয়ন্ত্রণ কাক বোলে?
16.Bacillus thuringiensis কি আৰু কিহৰ বাবে ব্যৱহাৰ কৰা হয়?
- সুৰা উৎপাদনৰ বাবে কি ধৰণৰ অণুজীৱ ব্যৱহাৰ কৰা হয়?
- কিশ্বন মানে কি?
- জৈৱিক বিকাৰক কাক বোলে?
- BOD মানে কি? ই কি বুজায়?
- সক্রিয় গেদ কাক বোলে?
- পুতিজল প্ৰদূষণমুক্ত কৰিবৰ বাবে ব্যৱহাৰ হোৱা স্তৰ সমূহ উল্লেখ কৰা।
- জৈৱ গেছ কিহৰ পৰা উৎপন্ন হয়?
- জৈৱ গেছ উৎপাদন কৰা জীৱাণুৰ নাম কি?
- জৈৱ গেছত কিহৰ পৰা উৎপন্ন হয়?
- পুতিজল কি? পুতিজল কি ধৰণে শশাধন কৰিব পাৰি?
- প্ৰতিটো শ্ৰেণীৰ একোটাকৈ উদাহৰণ দি জীৱসাৰৰ শ্ৰেণীবিভাজন লিখা।
২৪. আমাৰ পেটত লেকটিক এছিড বেক্টৰিয়াৰ গুৰুত্ব উল্লেখ কৰা।
- লেক্ট’বেছিলাছে কেনেদৰে গাখীৰক দৈ লৈ পৰিবৰ্তিত কৰে লিখা।
(C) বহুবিকল্পী প্ৰশ্নঃ
- ‘লেক্ট’বেছিলাছ বুলগেৰিকাছ’ নামৰ বেকটিৰিয়া বিহৰ বাবে ব্যৱহাৰ হয়—
(a) সুৰা প্ৰস্তুত (b) দৈ প্ৰস্তুত (c) এলক’হল প্ৰস্তুত (d) ভিনিগাৰ প্ৰস্তুত
- মল্ট আৰু ইষ্টৰ সংমিশ্ৰণত উৎপন্ন হ’ব পৰা বস্তু হ’ল—
(a) মদ (b) বিয়েৰ (c) এছিটিক এচিড (d) এলক’হল
- শৰ্কৰাৰ কিণ্বনত উৎপন্ন হয়—
(a) O2 (b) CO2 (c) N2 (d) SO2
- কিণ্বনৰ বাবে কোন অৱস্থা উপযুক্ত—
(a) কেঁচামাল বেছি, জীৱাণু সামান্য (b) কেঁচামাল কম, জীৱাণু বেছি (c) দুয়োটা সমানে ল’ব লাগে (d) কোনোটোৱেই প্ৰযোজ্য নহয়।
(D) ৰচনাধর্মী প্রশ্নঃ
- অণুজীৱৰ শিল্পসংক্রান্ত ব্যৱহাৰ সম্বন্ধে এটি বিৱৰণ দিয়া।
- কিণ্বন প্রক্রিয়া মানে কি? এই প্রক্রিয়া সম্পর্কে এটি সাধাৰণ ধাৰণা দিয়া।— এই প্রক্রিয়াৰ শিল্পসংক্রান্ত গুৰুত্ব বর্ণনা কৰা।
- কিণ্বন প্রক্রিয়াৰ যোগেদি সুৰা কেনেকৈ প্ৰস্তুত কৰা হয় বর্ণনা কৰা।
- অণুজীৱৰ সহায়ত কেনেকৈ প্ৰতিজৈৱিক ঔষধ প্রস্তুত কৰা হয়—আলোচনা কৰা।
- অণুজীৱৰ শিল্প সম্বন্ধীয় ব্যৱহাৰ মানে কি বুজায়? অণুজীৱ শিল্পৰ যি কোনো চাৰিবিধ উৎপাদনৰ নাম লিখা।
- অণুজীৱ সম্বন্ধীয় কিথনৰ দুটা সুবিধা উল্লেখ কৰা।
- VAM-ৰ সম্পূৰ্ণ ৰূপটো লিখা। ইয়াৰ কাম কি? অন্তঃ আৰু বহিঃ মাইকৰাইৰ দুটাকৈ উদাহৰণ দিয়া।
- মাইক’ৰহাইজা কি? জীৱসাৰ হিচাপে ইয়াৰ গুৰুত্ব উল্লেখ কৰা।
- ‘অণুজীৱ সমূহক শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰিব পাৰি। যুক্তি আগবঢ়োৱা।
NCERT- ৰ কেইটামান প্রশ্ন
- প্রমাণ দিয়া যে জীৱাণুয়ে শৰীৰ ক্ৰিয়াৰ দ্বাৰা গেছ নির্গত কৰে।
- কোন ধৰণৰ খাদ্যত লেটিক এচিড বেক্টেৰিয়া পোৱা যায়?
- গম, চাউল আৰু বুটমাহৰ পৰা প্ৰস্তুত পৰম্পৰাগত কোন কোন ভাৰতীয় খাদ্যত জীৱাণুৰ ব্যৱহাৰ হয়?
- কি ধৰণে জীৱাণুয়ে অনিষ্টকাৰী বেক্টেৰিয়াৰ পৰা সৃষ্টি হোৱা ৰোগ নিৱাৰণত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে?
- প্রতিজৈৱিক বস্তু প্রস্তুত কৰোতে ব্যৱহাৰ হোৱা দুটা ভেঁকুৰৰ প্ৰজাতিৰ নাম লিখা।
- পুতিজল মানে কি? কি ধৰণে ই আমাৰ অপকাৰ কৰে?
- প্রাথমিক পর্যায়ৰ আৰু দ্বিতীয় পর্যায়ৰ বিকাৰণৰ মাজত মূল পার্থক্য কি?
- তুমি ভাবানে জীৱাণুক শক্তিৰ উৎস হিচাবে ব্যৱহাৰ কৰা যায়? যদি যায় তেতিয়া কেনেকৈ?
- ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ হ্রাস কৰাৰ বাবে জীৱাণু ব্যৱহাৰ কৰা যায়। কেনেকৈ কৰা সম্ভৱ ব্যাখ্যা কৰা।
সম্ভাব্য প্ৰশ্নাৱলী
(A) অতি চমু উত্তৰৰ প্ৰশ্ন (১ নম্বৰ)ঃ
- জীৱসাৰ কি ? ইয়াৰ উৎস কি কি?
- জৈৱকীটনাশক কি? নিমৰ পৰা পোৱা এবিধ কীট নাশকৰ নাম লিখা।
- জীৱ বিকাৰক বিলাক কি?
- অনুজৈৱিক কিম্বনৰ দ্বাৰা উৎপাদন কৰা প্রথম জৈৱ এচিড বিধ কি? জীৱ বিকাৰক বিলাক কি?
- TPA সম্পূর্ণকৈ লিখা।
- মানুহৰ খাদ্য হিচাপে ব্যৱহাৰ হোৱা নীল-সেউজ শেলাইক নাম লিখা আৰু ইয়াৰ গুৰুত্ব কি?-পৃথিৱীৰ আটাইতকৈ সমস্যা সৃষ্টিকাৰী পানীত গজা অপতৃণবিধ কি?
- কি অৱস্থাত ইয়াৰ বেছিকৈ বৃদ্ধি পায়?
৪. যিবিলাক জীৱাণু গোষ্ঠীয়ে জৈৱ গেছ উৎপাদন কৰে সেই বিলাকৰ নাম লিখা আৰু কি ধৰণৰ বস্তুৰ ওপৰত ক্রিয়া কৰে লিখা।
- এবিধ জলজ ঢেকীয়াৰ লগত সহবাস কৰা একধৰণৰ নাইট্রজেন সংস্থাপনকাৰী জীৱৰ নাম লিখা।
- মাইকৰহাইজা কাক বোলে?
- দৈ প্রস্তুত কৰা বেক্টেৰিয়াৰ নাম লিখা। কি তাপমাত্রাত ই গাখীৰক দৈ লৈ ৰূপান্তৰ কৰে?
- SCP কি?
- কিয় পেটিনেজ আৰু প্ৰটিয়েজ ফলৰ ৰসৰ লগত মিহলোৱা হয়?
- জৈৱিক কৃষিৰ সংজ্ঞা লিখা।
- কীটনাশক কি?
- অণুজীৱৰ কিম্বনৰ দ্বাৰা উৎপন্ন হোৱা প্রথম জৈৱিক এচিদটোৰ নাম কি?
- বেকাৰ ইষ্টৰ বৈজ্ঞানিক নাম কি?
- ভিন্নভাৱে লিখা ‘Cry’ আৰু cry’ য়ে একাদিক্রমে কি বুজায়?
- প্রতিজৈৱিক শব্দটো কোনে আগবঢ়াইছিল?
(B) শূন্যস্থান পূৰণ কৰাঃ
- ইষ্টক __ প্রস্তুতৰ বাবে ব্যৱহাৰ কৰা হয়।
- জৈৱগেছত প্রধানত __ থাকে আৰু ইয়াক ৰন্ধাৰ বাবে ব্যৱহাৰ কৰা হয়।
- এলকহলৰ পৰা ভিনেগাৰ প্ৰস্তুত কৰা হয় __ নামৰ জীৱৰ সহায়ত।
- সুৰা আৰু ব্রেণ্ডিৰ বাবে পোষক দ্ৰৱ্য হিচাপে __ ৰ ৰস ব্যৱহাৰ কৰা হয়।
- ৰাসায়নিক সাৰ আৰু __ সুদূৰপ্ৰসায়ী প্ৰদূষণৰ বাবে দায়ী।
- এক কোষীয় প্রটিনে (এছ চি পি) মানুহৰ খাদ্যৰ মূল্যৱান __ সম্পূৰক হিচাপে কাম কৰে।
- পুতিজল বিকাৰণ কৰা হয় যিমান সময় BDO ৰ মাত্রা __ পোৱা নাহয়।
- এবিধ প্রতিজৈৱিক বস্তু যি ভেঁকুৰৰ বিৰুদ্ধে কাম কৰে।
- ট্রাইকডাৰমা প্রজাতি সম্ভাৱনাযুক্ত __ হিচাপে ব্যৱহাৰ কৰা হয়।
- জৈৱ কীটনাশক আজাডিৰেকটিন গছৰ পৰা পোৱা যায়।
- __ এবিধ মানুহৰ খাদ্য হিচাপে ব্যৱহৃত হোৱা নীল-হৰিৎ শেলাই।
- __ গাখীৰত উৎপন্ন হয় আৰু ইয়াক দৈলৈ ৰূপান্তৰিত কৰে।
- কিম্বনৰ সময়ত জাইমেজ এনজাইমে চেনিক __ লৈ ৰূপান্তৰিত কৰে।
(C) সত্য আৰু অসত্য নির্ণয় কৰাঃ
- মাৰছেলিয়া নামৰ জলজ ঢেকীয়াবিধ একধৰণৰ জীৱসাৰ।
২. অত্যধিক ৰাসায়নিক সাৰ ব্যৱহাৰে ওচৰৰ জলাশয়ত ‘ইউট্টফিকেছন’ সৃষ্টি কৰে।
- দীঘলীয়া অসুস্থতাৰ পিছত খাদ্যৰ লগত স্পিৰুলিনা মিহলাই খাবলৈ উপদেশ দিয়া হয়; কাৰণ, ই খাদ্য সহজে হজম হোৱাত সহায় কৰে।
- বাচন ধোৱা পাউদাৰত এমাইলেজ নামৰ এক উৎসেচক থাকে।
- পুতিজলৰ প্রাথমিক বিকাৰণ এক জৈৱিক পদ্ধতি।
- মুক্তভাবে জীয়াই থকা ভেঁকুৰ “ট্রাইক’ডাৰমাক পতঙ্গ নাশ কৰিবৰ বাবে ব্যৱহাৰ কৰা যায়।
- জীৱাণুৰ আটাইতকৈ প্রয়োজনীয় ভূমিকা হ’ল পুতিজল বিকাৰণ।
- জৈৱ গেছ উৎপাদন হয় প্রাণী আবজর্নাৰ ওপৰত সবাত বেক্টেৰিয়াৰ কাৰ্য্যৰ ফলত।
- চেকাৰমাইছিছ চেৰিভিছি এবিধ ‘বেকাৰ ইষ্ট’।
- প্রথম কীটনাশক, DDT হল ব্যৱসায়িক ভিত্তিত প্রস্তুত কৰি উলিওৱা প্ৰথম কীটনাশক।
- জৈৱকীটনাশত নীলা সেউজীয়া শেলাই ৰাইবিয়াম আৰু মাইকৰাইজা ভেঁকুৰ অন্তর্ভুক্ত।
- মাইকৰাইজা শেলাই আৰু ভেঁকুৰৰ সহযোগ।
- মেথান’বেক্টেৰিয়াম জৈৱ গেছ উৎপাদত ব্যৱহৃত হয়।
- লেক্ট’বেছিলাচ বেক্টেৰিয়াৰ দ্বাৰা গাখীৰ দৈলৈ ৰূপান্তৰিত কৰাৰ সময়ত ভিটামিন B12 ৰ মাত্রা বাঢ়ি যায়।
II. ২ নম্বৰৰ চমু প্রশ্নঃ
- চায়ান’বেক্টেৰিয়াই কেনেকৈ জীৱসাৰৰ প্রধান উৎস হিচাপে কাম কৰে? দুবিধ ছায়েন’ বেক্তেৰিয়াৰ নাম লিখা।
- জীৱটো চিনাক্ত কৰা
(a) গুড়ৰ পৰা এলকহল প্রস্তুত কৰা অনুজীৱ।
(b) এটি মাটিত বাস কৰা অনুজীৱ যি মাহ জাতীয় (বিন) গছৰ শিপাৰ লগত সহজীৱী হিচাপে বাস কৰে।
- কি ধৰণৰ অনুজীৱই আমাৰ অন্ত্রত বাস কৰে? এইবিলাকৰ কি ভূমিকা? টোকা লিখা?
- টোকা লিখাঃ
(a) বেকাৰছ ইষ্ট
(b) সুৰা প্রস্তুতৰ ইষ্ট।
- প্রতিজৈৱিক বস্তু কি? এই বিলাকে কর্ষণ দ্ৰৱত কেনেকৈ অন্যান্য জীৱাণু জন্মাত বাধা দিয়ে?
- পুতিজল কি? কিভাবে পুতিজল আমাৰ বাবে অপকাৰী?
- “মাহ জাতীয় উদ্ভিদে মাটি সাৰুৱা কৰে কিন্তু ধান জাতীয় শস্যই নকৰে”। এই বক্তব্য আলোচনা কৰা।
৪. মাইকৰহাইজা কি? ই জীৱসাৰ হিচাপে কেনেকৈ সহায় কৰে?
- অনুজীৱক শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰিব পাৰি নে? যদি হয় তেতিয়া কেনেকৈ?
- কৃষিত এজ’লা পিনাটাৰ জীৱবিজ্ঞানীক তাৎপর্য আলোচনা কৰা।
- জৈৱ গেছৰ ৰাসায়নিক লক্ষণ লিখা। জৈৱ গেছ উৎপন্ন কৰা এৱিধ জীৱৰ নাম লিখা।
- তলত দিয়াবোৰ উৎপাদনত ব্যৱহাৰ হোৱা অণুজীৱৰ নাম লিখা–(a) চাইটিক এচিড (b) এটিটিক এচিড (c) বিউটাৰিক এচিড (d) লেকটিক এচিড।
III. ৩ নম্বৰৰ চমু প্রশ্নঃ
- জৈৱ কৃষি কাক বোলে? অন্য ধৰণৰ খেতিৰ পৰিৱর্তে জৈৱ কৃষিলৈ ঘূৰি যাবলৈ কিয় পৰামর্শ দিয়া হয়?
- জৈৱগেছ কি? ইয়াৰ গঠন কি? কিয় জৈৱগেছ অন্যান্য পৰম্পৰাগত ইন্ধনতকৈ পছন্দ কৰা হয়?
- লেকটিক এচিড বেক্টেৰিয়াই কি ধৰণৰ খাদ্যত বাস কৰে? কেইটামান ইয়াৰ প্ৰয়োজনীয় ব্যৱহাৰ উল্লেখ কৰা ।
- জীৱসাৰ কেনেকৈ NPK আদি কৰি বজাৰত কিনিবলৈ পোৱা সাৰ বিলাকতকৈ পৃথক? জীৱসাৰ হিচাপে (ৰাইজবিয়ামৰ গুৰুত্ব আলোচনা কৰা।)
- ‘ফ্লকছ’ কোন বিলাকক বোলে? পুতিজল পৰিষ্কাৰ কৰাত এই বিলাকৰ গুৰুত্ব কি? পুতিজল পৰিষ্কাৰ কৰা পুখুৰীত এইবিলাকৰ অৱস্থা কি হয়?
- VAM ৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰ ভূমিকা কি? অন্তঃ আৰু বহিঃ মাইকৰহাইজাৰ অন্ততঃ দুটাকৈ উদাহৰণ দিয়া।
- জৈৱনিয়ন্ত্ৰণৰ বাহক হিচাপে বেকুল’ ভাইৰাছৰ ভূমিকা বর্ণনা কৰা। জৈৱিক কৃষিকার্যত ইয়াৰ প্ৰয়োজনীয়তা লিখা।
- পুতিজল নিষ্কাশন প্রণালীত অণুজীৱৰ ভূমিকা লিখা।
- প্রতিজৈৱিক কি? প্রতিজৈৱিক উৎপাদনত ব্যৱহাৰ হোৱা দুবিধ অণুজীৱৰ নাম আৰু সিহঁতৰ উৎপাদিত সামগ্ৰীৰ নাম লিখা।
IV. ৫ নম্বৰৰ দীঘল প্রশ্নঃ
- বর্তিথকা কৃষি কাক বোলে? বর্তিথকা কৃষিত জৈৱ কীটনাশক আৰু জীৱসাৰৰ ভূমিকা কি আলোচনা কৰা।
- জৈৱ এচিদ কি? নির্দিষ্ট অনুজীৱৰ সহায়ত উদ্যোগত প্রস্তুত কৰা বিভিন্ন প্রকাৰৰ জৈৱ এচিদ বোৰৰ বিষয়ে লিখা।
- এটি জৈৱ গৈছ প্রস্তুত কৰা সৰঞ্জামৰ চিত্ৰ আঁকি ইয়াৰ বিভিন্ন অংশ চিহ্নিত কৰা।
- কীটপতঙ্গ আৰু ৰোগৰ জৈৱ নিয়ন্ত্ৰণৰ মূল ধাৰণা পর্কে আলোচনা কৰা। অন্ততঃ দুটাকৈ অপকাৰী জীৱ নাশক আৰু কীটনাশকৰ উদাহৰণ দিয়া।
- কিভাবে পুতিজল আমাৰ বাবে ক্ষতিকাৰক? পুতিজল বিকাৰ কৰাৰ মূল নীতি উল্লেখ কৰা। প্রাথমিক আৰু গৌণ বিকাৰৰ মাজত কি পার্থক্য লিখা।
- উৎসেচকবোৰ কি? উদ্যোগত ব্যৱহাৰ হোৱা কিছুমান প্রধান উৎসেচকৰ নাম লিখা আৰু তাৰ প্ৰয়োজনীয়তা বর্ণনা কৰা।
- ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যৱহাৰ কমাবলৈ অণুজীৱৰ ব্যৱহাৰ কৰিব পাৰি। ই কেনেকৈ সম্ভৱ বর্ণনা কৰা।
- এক বৃহৎ আয়তনৰ পুতিজল যদি উপচাৰণ নকৰাকৈ নৈত পেলাই দিয়া হয় তেন্তে কি হ’ব চমুকৈ আলোচনা কৰা।