AHSEC Class 12 Education Chapter 5 (Part 1) স্মৃতি আৰু বিস্মৃতি পাঠটোৰ উত্তৰ

স্মৃতি আৰু বিস্মৃতি (ক)

প্ৰশ্নাৱলী

১। স্মৃতি কাক কয়? “স্মৃতিৰ কেইটিমান সংজ্ঞা আগবঢ়োৱা ।

উত্তৰঃ

২। স্মৃতিৰ উল্লেখযােগ্য বৈশিষ্ট্যসমুহৰ বিষয়ে লিখা ।

উত্তৰঃ

৩।স্মৃতি প্রক্রিয়াত অস্তভুক্ত পর্যায়সমূহ আলােচনা কৰা ।

উত্তৰঃ

৪। স্মৃতি ভাল আৰু বেয়া দুয়ােবিধৰে হ’ব পাৰে নেকি ? যুক্তিসহ উওৰ দিয়া ।

উত্তৰঃ

৫। ভাল স্মৃতিৰ লক্ষণসমূহ বর্ণনা কৰা ।

উত্তৰঃ

৬। প্রাথমিক পর্যায়ৰ এজন শিক্ষক হিচাপে শিক্ষার্থীক ভাল স্মৃতি লাভত কেনেদৰে সহায় কৰিবা ?

উত্তৰঃ

৭। প্ৰতিৰূপ স্মৃতি কাক কয় ? উদাহৰণসহ বুজাই লিখা ।

উত্তৰঃ

৮। বিস্মৃতি কাক কয় ?

উত্তৰঃ

৯। বিস্মৃতিৰ মনকৰিবলগীয়া বৈশিষ্টসমূহ উল্লেখ কৰা ।

উত্তৰঃ

১০। বিস্মৃতিৰ কাৰণসমূহ দৰ্শোৱা ।

উত্তৰঃ

১১। উদাহৰণসহ ব্যাখা কৰা –

ক ) স্মৃতিৰ বাইে বিমৃতি প্রয়ােজন ।

উত্তৰঃ

খ ) বিস্মৃতি মনৰ প্ৰতিৰক্ষা কৱচ ।

উত্তৰঃ

গ ) স্মৃতি আৰু বিস্মৃতি একেটা মুদ্ৰাৰে দুটা পিঠি সদৃশ ।

উত্তৰঃ

১২। তলত দিয়াসমূহৰ ওৰত চমুকৈ লিখা –

স্মৃতিৰ প্ৰতিৰূপ , চিনাক্তকৰণ , পশ্চাৎমুখী প্রতিবােধ , পাহৰণিৰ দৈহিক কাৰণ , অবদমন , সংৰক্ষণ , যুক্তিসংগত স্মৃতি ।

উত্তৰঃ

১৩। তলত দিয়া উক্তিসমূহৰ বিপৰীতে ‘ হয় ‘ বা নহয় বুলি উত্তৰ দিয়া –

ক ) স্মৃতি অতীত অভিজ্ঞতাৰ পুনৰুদ্ধাৰ কাৰ্য ।

উত্তৰঃ

খ ) ভাল স্মৃতিৰ বা প্রতিৰূপ গঠনৰ প্রয়ােজন নাই ।

উত্তৰঃ অশুদ্ধ।

গ ) পশ্চাৎমুখী প্রতিৰােং বিস্মৃতিৰ এক প্রধান দৈহিক কাৰণ ।

উত্তৰঃ শুদ্ধ।

ঘ ) অতীত অভিজ্ঞতাৰ পুনঃস্মৰণৰ অসামর্থতাই হৈছে বিস্মৃতি ।

উত্তৰঃ অশুদ্ধ।

ঙ ) মনৰ সংৰক্ষণ ক্ষমতা আহৰণ কৰিব পাৰি ।

উত্তৰঃ

চ ) অনুসঙ্গমূলক আৰু মুখস্থ স্মৃতিৰ মাজত পার্থক্য নাই ।

উত্তৰঃ

১৪। পার্থক্য দশোৱা –

ক ) প্রতিৰূপ আৰু অভ্যাস স্মৃতি ।

উত্তৰঃ

খ ) পুনঃস্মৰণ আৰু প্ৰত্যভিজ্ঞা ।

উত্তৰঃ

গ ) দীর্ঘকালিন আৰু তৎকালীন স্মৃতি ।

উত্তৰঃ

ঘ ) মুখস্থ স্মৃতি আৰু যুক্তিসংগত স্মৃতি ।

উত্তৰঃ