📖 Might Learn

AHSEC Class 12 Geography Chapter 24 অসমৰ ভূ-প্ৰকৃতি, অৱবাহতন্ত্ৰ আৰু জলবায়ু পাঠটোৰ উত্তৰ

Chapter 24

অসমৰ ভূ-প্ৰকৃতি, অৱবাহতন্ত্ৰ আৰু জলবায়ু

(১) অসমৰ বিস্তীৰ্ণ সমভূমি অঞ্চল দুটা কি কি ?

উত্তৰঃ

(২) কাৰ্বি মালভূমিৰ উত্তৰ পাৰে কি নদী অৱস্থিত ?

উত্তৰঃ

(৩) কাৰ্বি মালভূমিৰ দক্ষিণ ফালে কি পৰ্বতমালা অৱস্থিত ?

উত্তৰঃ

(৪) মালভূমিটোৰ সৰ্বাধিক উচ্চতা আৰু আয়তন কিমান ?

উত্তৰঃ

(৫) কাৰ্বি মালভূমিত সৰ্বাধিক উচ্চতাত অৱস্থিত এলেকা দুটা কি ?

উত্তৰঃ

(৬) ডামবাকচু আৰু সিংহাসন কিমান মিটাৰ উচ্চতাত অৱস্থিত ?

উত্তৰঃ

(৭) কপিলীৰ পশ্চিমে অৱস্থিত কাৰ্বি মালভূমিৰ বাকী অংশক কি নামেৰে জনা যায় ?

উত্তৰঃ

(৮) হামৰেন্ মালভূমিটোৰ আয়তন কিমান ?

উত্তৰঃ

(৯) হামৰেন্ মালভূমিটোৰ গঢ় উচ্চতা কিমান ?

উত্তৰঃ

(১০) উমলাপাৰ অঞ্চলৰ সৰ্বাধিক উচ্চতা কিমান ?

উত্তৰঃ

(১১) কাছাৰ অঞ্চলত অৱস্থিত শৃংগ তিনিটা নাম কি ?

উত্তৰঃ

(১২) বৰাইল পাহাৰৰ শিলাসমূহ কি যুগৰ আছিল ?

উত্তৰঃ

(১৩) বৰাইল পাহাৰৰ উত্থান কিমান বছৰৰ পূৱে হৈছিল ?

উত্তৰঃ

(১৪) ব্ৰহ্মপুত্ৰ সমভূমি আয়তন কিমান ?

উত্তৰঃ

(১৯) ব্ৰহ্মপুত্ৰ সমভূমি দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান ?

উত্তৰঃ

(২০) ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলক কি অঞ্চল হিচাপে জনা যায়।

উত্তৰঃ

(২১) ব্ৰহ্মপুত্ৰ বুকুত কিমানটা চাপৰি আছে ?

উত্তৰঃ

(২২) সু-প্ৰতিষ্ঠিত সমতল কাক বোলে ?

উত্তৰঃ

(২৩) গিৰিপদী অঞ্চলটোৰ উচ্চতা কিমান ?

উত্তৰঃ

(২৪) বৰাক উপত্যকাৰ ভৌগলিক আয়তন আৰু উচ্চতা কিমান ?

উত্তৰঃ

(২৫) বৰাক নদীৰ গতিপথ কেনে কোৱা ?

উত্তৰঃ

(২৬) বৰাকৰ বাওঁপাৰৰ প্ৰধান উপনৈসমূহৰ নাম কি ?

উত্তৰঃ

(২৭) চেপ্টেম্বৰ মাহৰ ভিতৰত তুলনামূলকভাৱে বৃষ্টিহীন অৱস্থাৰ দিনকেইটাক কি বোলে ?

উত্তৰঃ

(২৯) অসমৰ ভূখণ্ডত অনুভূত ব্যক্তিক্ৰমী লক্ষণৰ বৃষ্টিপ্ৰধান মধ্যতাপী জলবায়ু গঠন প্ৰক্ৰিয়াৰ কাৰণসমূহ লিখা ?

উত্তৰঃ

(৩০) অসমত গড় হিচাপে বাৰ্ষিক বৰষুণৰ পৰিমাণ কিমান চেন্টিমিটাৰ ?

উত্তৰঃ

(৩১) মাৰ্ঘেৰিটাত শীতকালীন সৰ্বোচ্চ বৃষ্টিপাতৰ পৰিমাণ কিমান?

উত্তৰঃ

(৩২) বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ অনুসৰি সমগ্ৰ অসমত কেইটা বৃষ্টিবলয় পোৱা যায়?

উত্তৰঃ

(৩৩) অসমৰ বৃষ্টিপাত প্ৰতিৰূপ বুলিলে কি বুজা যায় ?

উত্তৰঃ

(৩৪) ব্ৰহ্মপুত্ৰ নদীখন সৰ্বমুঠ কিমান কিলোমিটাৰ দীঘল ?

উত্তৰঃ

(৩৫) ভৌগোলিক সীমাৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদীখনে কিমান কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে ?

উত্তৰঃ

(৩৬) অসমৰ চাৰিসীমাৰ ভিতৰত ব্ৰহ্মপুত্ৰ উল্লেখযোগ্য উপনৈৰ সংখ্যা কিমান ?

উত্তৰঃ

(৩৭) হিমালয়ভেদী নদী কাক বোলে ?

উত্তৰঃ

(৩৮) দক্ষিণ অসমৰ প্ৰধান নদী কি ?

উত্তৰঃ

(৩৯) বৰাক নদী মূল ধাৰাটো বদলপুৰৰ দুটা শাখাত বিভক্ত কৰিছে শাখা দুটা নাম কি ?

উত্তৰঃ

(৪০) অসমৰ চাৰিসীমাৰ ভিতৰত বৰাক নদীৰ প্ৰধান দক্ষিণবাহিনী উপনদীসমূহৰ নাম লিখা ?

উত্তৰঃ

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class