সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান
১। অতি চমু প্রশ্নোত্তৰ:
(ক) খালী ঠাই পূৰ কৰাঃ
প্রশ্ন ১ঃ ভাৰতীয় সমাজৰ মূল আধাৰ হৈছে ব্যৱস্থা।
প্রশ্ন২ঃ মানে হ’ল সমগ্র দেশখনক সমানে ভালপোৱাৰ বিপৰীতে নিজেই বসবাস
কৰা অঞ্চলটোক বেছি ভাল পোৱা।
প্রশ্ন ৩ঃ ভাৰতবৰ্ষত চনৰ পৰা ১৯৯৭ চনৰ ভিতৰত বহুতো সাম্প্রদায়িক সংঘর্ষ
হোৱাৰ উদাহৰণ আছে।
প্রশ্ন ৪: শেহতীয়াকৈ আৰু ৰ প্ৰসংগই ভাৰতবৰ্ষত সাম্প্রদায়িক
সংঘৰ্ষৰ সৃষ্টি কৰিছিল।
প্রশ্ন ৫: আঞ্চলিকতাবাদে ধৰ্ম নিৰপেক্ষতা আৰু জাতীয় বিনিষ্ট কৰে।
প্রশ্ন ৬: আঞ্চলিকতাবাদ এক ঘটনা।
প্রশ্ন ৭ঃ জাতি ব্যৱস্থা পোন প্রথমে ভিত্তিক আছিল।
প্রশ্ন ৮ঃ পোন প্রথমে কর্মভিত্তিক থকা জাতি ব্যৱস্থা পিছলৈ ভিত্তিক হয়।
প্রশ্ন ৯: ব্যক্তিসমূহৰ মাজত জাতীয় সংহতি গঢ় লৈ উঠাত প্রতিবন্ধক হৈ থিয় দিয়ে।
প্রশ্ন ১০ঃ জাতিবাদে ভাৰতীয় সমাজৰ ৰাষ্ট্ৰীয় বিনিষ্ট কৰিছে।
২। শুদ্ধ-অশুদ্ধ বাছি উলিওৱা:
প্রশ্ন ১ঃ জাতি এক অন্তবিবাহী ব্যৱস্থা।
প্রশ্ন ২ঃ ব্ৰিটিছ শাসনৰ লগে লগে ভাৰতত উদ্যোগীকৰণ আৰু নগৰীকৰণ বিকাশ হয়।
প্রশ্ন ৩ঃ জাতিবাদে আমাৰ দেশৰ বহুতো সমস্যা সৃষ্টি কৰিছে।
প্রশ্ন ৪: ৰক্ষণশীল আৰু পৰস্পৰাগত দৃষ্টিভংগীৰ ফলস্বৰূপে জাতিবাদ হ্রাস হৈছে।
প্রশ্ন ৫: জাতি শব্দটোৰ ব্যৱহাৰ যিমান পাৰি বেছিকৈ ব্যৱহাৰ কৰিব লাগে।
প্রশ্ন ৬ঃ নিম্ন জাতিৰ লোকসকলৰ মাজত জাতিবাদৰ প্ৰভাৱ অধিক হয়।
প্রশ্ন ৭ঃ পৃথিৱীৰ প্ৰতিখন সমাজতে মহিলাক সদায় পুৰুষৰ অধীনত ৰখা হয়।
প্রশ্ন ৮ঃ পুৰুষে সদায় গড় হিচাপত মহিলাতকৈ কম সম্পত্তিৰ গৰাকী হয়।
প্রশ্ন ৯: ভাৰতৰ অধিকাংশ সমাজ পিতৃতাত্বিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত।
প্রশ্ন ১০ : ভাৰতত পিতৃতাত্বিক ব্যৱস্থাই বহুতো সমস্যাৰ সৃষ্টি কৰিছে।
৩। তলৰ সমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা:
প্রশ্ন ১ঃ পিতৃপ্রধান সমাজত ছোৱালীতকৈ ল’ৰাক-
(ক) বেছি আগস্থান দিয়ে।
(খ) কম স্থান দিয়ে।
(গ) সমান স্থান দিয়ে।
প্রশ্ন ২: সম্পত্তিৰ উত্তৰাধিকাৰী হোৱা ভাৰতীয় যি বিধি আছে, সেইমতে নাৰীয়ে পিতৃৰ সম্পত্তিৰ
ভাগ-
(ক) পায়।
(খ) নাপায়।
(গ) ল’ৰা সন্তানৰ অনুমতিতহে পায়।
প্রশ্ন ৩ঃ ধৰ্মনিৰপেক্ষ সমাজত চৰকাৰী ধৰ্ম-
(ক) নাথাকে।
(খ) থাকে।
(গ) পৰিস্থিতি সাপেক্ষে ধৰ্ম গ্ৰহণ কৰে।
প্রশ্ন ৪: ব্রিটিছ শাসনৰ লাগে লগে ভাৰতত উদ্যোগীকৰণ আৰু নগৰীকৰণৰ বিকাশ-
(ক) হ্রাস হয়।
(খ) বৃদ্ধি হয়।
(গ) আগৰ দৰে থাকে।
প্রশ্ন ৫: যাতায়ত আৰু যোগাযোগ ব্যৱস্থাই বিভিন্ন অঞ্চলৰ মাজত থকা ব্যৱধান-
(ক) হ্রাস কৰে।
(খ) বৃদ্ধি কৰে।
(গ) একে ৰাখে।
প্রশ্ন ৬: ৰাজনৈতিক নেতাবোৰে নিজৰ স্বাৰ্থ পূৰণৰ হেতু জাতিবোৰৰ মাজত জাতিভেদৰ বীজ-
(ক) নির্মূল কৰে।
(খ) ৰোপন কৰে।
(গ) উক্ত এটাও নকৰে।
প্রশ্ন ৭ঃ তলৰ কোনটো ভাৰতীয় সমাজৰ বৈষম্য সৃষ্টিকাৰী ভাবুকি নহয়-
(ক) সাম্প্রদায়িকতাবাদ।
(খ) অঞ্চলিকতাবাদ।
(গ) জাতিবাদ।
(ঘ) বৈচিত্রতাৰ মাজত ঐক্য।
প্রশ্ন ৮ঃ ভাৰতত বৰ্তমান কিমান টা ভাষা আছে।
(ক) ১৬৫২ টা
(খ) ১৬৫১ টা
(গ) ১৬৫০ টা
(ঘ) ১৬৫৩ টা
প্রশ্ন ৯ঃ ভাৰতৰ ভাষাগোষ্ঠীসমূহক কেইটা ভাগত ভগাব পাৰি-
(ক) তিনিটা
(খ) চাৰিটা
(গ) পাঁচটা
(ঘ) ছয়টা
প্রশ্ন ১০ঃ তলৰ কোনটো জাতিবাদৰ বৈশিষ্ট্য নহয়-
(ক) সামাজিক কল্যাণক আওকান কৰে।
(খ) গণতন্ত্রক সমর্থন কৰে।
(গ) নিৰ্বাচনত নিজৰ জাতিৰ নেতা নিৰ্বাচিত কৰাৰ চেষ্টা কৰে।
(ঘ) ৰাষ্ট্ৰীয় সংহতিত বাধা সৃষ্টি কৰে।
৪। চমু প্রশ্নোত্তৰঃ
প্রশ্ন ১ঃ ৰাষ্ট্ৰ বুলিলে কি বুজা?
প্রশ্ন ২ঃ সাম্প্রদায়িকতাবাদ কি?
প্রশ্ন ৩ঃ আঞ্চলিকতাবাদ বুলিলে কি বুজা?
প্রশ্ন ৪: ধর্মান্ধতা বুলিলে কি বুজা?
প্রশ্ন ৫: জাতিবাদ বুলিলে কি বুজা?
প্রশ্ন ৬: পিতৃতান্দ্রিকতা কি?
প্রশ্ন ৭ঃ ভাৰতীয় সমাজত বৈষম্য সৃষ্টিকাৰী ভাবুকিবোৰ উল্লেখ কৰা।
প্রশ্ন ৮: শেহতীয়াভাৱে সংঘটিত হোৱা স্বাধীন ভাৰতৰ এক সাম্প্রদায়িক সংঘর্ষৰ উদাহৰণ দিয়া।
প্রশ্ন ৯: ধৰ্মনিৰপেক্ষ সমাজৰ তিনিটা বৈশিষ্ট্য লিখা?
প্রশ্ন ১০ : ভাৰতত বিচিত্ৰতাই সম্মুখীন হোৱা প্ৰত্যাহ্বান কেইটা কি কি?
প্রশ্ন ১১: ৰাষ্ট্র মানে কি?
প্রশ্ন ১২: আঞ্চলিকতাবাদক উৎসাহিত কৰা দুটা কাৰক উল্লেখ কৰা।
প্রশ্ন ১৩ঃ ভাৰতত থকা মুখ্য ধর্মসমূহ কি কি?
প্রশ্ন ১৪: সাংস্কৃতিক বিচিত্রতা বুলিলে কি বুজা?
৫। ৰচনাধর্মী প্রশ্নোত্তৰঃ
প্রশ্ন ১: ভাৰতবৰ্ষৰ সাম্প্রদায়িকতাবাদৰ বিষয়ে চমুকৈ উল্লেখ কৰা।
প্রশ্ন ২ঃ অনৈক্যৰ মাজত ঐক্য বুলিলে কি বুজা?
প্রশ্ন ৩ঃ সাম্প্রদায়িকতা দূৰীকৰণৰ বাবে বিভিন্ন কি কি উপায় অবলম্বন কৰিব পাবি?
প্রশ্ন ৪: ভাৰতীয় সমাজত বিৰাজমান হৈ থকা বিভিন্ন অনৈক্যসমূহৰ বিষয়ে চমুকৈ আলোচনাকৰা।
প্রশ্ন ৫ : ভাৰতত আঞ্চলিকতাবাদ সৃষ্টিৰ অন্তৰালত বিৰাজমান কৰা বিভিন্ন কাৰকবোৰৰ
বিষয়ে চমুকৈ বৰ্ণনা কৰা।
প্রশ্ন ৬: সাম্প্রদায়িকতাবাদৰ সৃষ্টি কৰাৰ বিভিন্ন কাৰকসমূহৰ সম্পৰ্কে আলোচনা কৰা।
প্রশ্ন ৭: ভাৰতত জাতিবাদ সৃষ্টিৰ বিভিন্ন কাৰকসমূহ সম্পর্কে বর্ণনা কৰা।
প্রশ্ন ৮: পিতৃতান্ত্রিক সমাজ ব্যৱস্থাই ভাৰতত সৃষ্টি কৰা বিভিন্ন সমস্যাসমূহ সম্পর্কে লিখা।
প্রশ্ন ৯: জাতিবাদৰ বিভিন্ন বৈশিষ্ট্যসমূহ উল্লেখ কৰা?
প্রশ্ন ১০ঃ জাতিবাদ নির্মূল কৰাৰ বাবে তুমি কেনে ধৰণৰ ব্যৱস্থা লবা উল্লেখ কৰা।
প্রশ্ন ১১: ৰাষ্ট্ৰক সংজ্ঞাকৰণ কৰা জটিলতা কি? ৰাষ্ট্ৰ আৰু ৰাজ্য আধুনিক সমাজৰ লগত কি
দৰে সম্পর্কীত।
প্রশ্ন ১২: আঞ্চলিকতাবাদ দূৰীকৰণৰ বিভিন্ন উপায়বোৰৰ বিষয়ে উল্লেখ কৰা।
প্রশ্ন ১৩: আঞ্চলিকতাবাদৰ বৈশিষ্ট্যসমূহ কি কি লিখা।
প্রশ্ন ১৪: সাম্প্রদায়িকতাবাদৰ বিভিন্ন বৈশিষ্ট্যসমূহ কি কি?
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post