AHSEC Class 12 Sociology Chapter 6 Answer 2026 | প্ৰকল্প নিৰূপণৰ পৰামৰ্শৱলী পাঠটোৰ প্ৰশ্ন

প্ৰকল্প নিৰূপণৰ পৰামৰ্শৱলী

১। অতি চমু প্রশ্নোত্তৰ: 

(ক) খালী ঠাই পূৰ কৰা:

প্রশ্ন ১: বৈজ্ঞানিক গৱেষণাৰ বাবে এটা                আৰু               পদ্ধতিৰ প্রয়োজন। 

প্রশ্ন ২ঃ চমু অৰ্থত প্ৰকল্পৰ অর্থ হৈছে                 ।

প্রশ্ন ৩ঃ প্রকল্প ৰচনাৰ ভেটি হৈছে                  ।

প্রশ্ন ৪: বৈজ্ঞানিক সূত্রসমূহ হ’ল                    প্রকল্প।

প্রশ্ন ৫: প্রতিবেদন সম্পূৰ্ণৰূপে                      হ’ব লাগে।

প্রশ্ন ৬ঃ                প্রতিবেদনৰ প্ৰথম স্তৰ।

প্রশ্ন ৭ঃ                    হ’ল কোনো এক গৱেষণাৰ পথ প্ৰদৰ্শক।

প্রশ্ন ৮ঃ জৰীপত                    নমুনাৰ ব্যৱহাৰ অতিমাত্রা হোৱা দেখা যায়।

প্রশ্ন ৯: সাধাৰণ জ্ঞান হ’ল বৈজ্ঞানিক জ্ঞান অৰ্জনৰ                    আহিলা।

প্রশ্ন ১০: প্রকল্প প্রস্তুত কৰা হয় দুটা                   চলকৰ মাজত।

২। শুদ্ধ-অশুদ্ধ বাছি উলিওৱা:

প্রশ্ন ১: জৰীপ আৰু গৱেষণা মূলতঃ একে।

প্রশ্ন ২ঃ প্রকল্প হৈছে অর্ধবিজ্ঞান আৰু অর্ধকলা।

প্রশ্ন ৩ঃ প্রকল্প অবিহনে বৈজ্ঞানিক গবেষণা হ’ব নোৱাৰে।

প্রশ্ন ৪: অৱধাৰণাবোৰ মূলতঃ একেটা শব্দাংশ।

প্রশ্ন ৫: সামাজিক গবেষণা মানেই অভিজ্ঞতাজনিত গবেষণা।

প্রশ্ন ৬: বৈজ্ঞানিক গৱেষণা হৈছে কেতবোৰ নির্দিষ্ট আৰু পদ্ধতিগত পদক্ষেপৰ যোগেদি সমাধা কৰা

এক অধ্যয়ন। 

প্রশ্ন ৭ঃ প্ৰস্তাৱনা প্রতিবেদনৰ অন্তিম স্তৰ।

প্রশ্ন ৮: দ্ব্যর্থবোধক বা সন্দেহজনক কথাই প্রতিবেদনত স্থান পাব নোৱাৰে।

প্রশ্ন ৯ঃ গৱেষণাত ভাবপ্ৰৱণ বা কল্পনাপ্রসূত তথ্য ব্যৱহাৰ কৰিব নালাগে।

প্রশ্ন ১০ : গবেষণা প্রতিবেদন হ’ল এটা গৱেষণাৰ সমন্বয়াত্মক কার্যকৰী বাস্তৱ অংগ।

৩। চমু প্রশ্নোত্তৰঃ

প্রশ্ন ১ঃ গবেষণা প্রণালী বুলিলে কি বুজা?

প্রশ্ন ২ঃ সামাজিক গবেষণা কি?

প্রশ্ন ৩ঃ সামাজিক জৰীপ বুলিলে কি বুজা?

প্রশ্ন ৪: সামাজিক গৱেষণা কার্যত এটাতকৈ বেছি প্ৰণালী ব্যৱহাৰ কৰাৰ কাৰণ কি?

প্রশ্ন ৫: পর্যবেক্ষণ মানে কি?

প্রশ্ন ৬: সাক্ষাৎকাৰ পদ্ধতি মানে কি?

প্রশ্ন ৭ঃ সমাজতাত্ত্বিক দিশত ঘটনাসমূহক কি দুই প্ৰকাৰে অধ্যয়ন কৰা দেখা যায়?

প্রশ্ন ৮ঃ নমুনা জৰীপ বুলিলে কি বুজা?

প্রশ্ন ৯: সামাজিক জৰীপক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি?

প্রশ্ন ১০ঃ প্রকল্প বুলিলে কি বুজা?

প্রশ্ন ১১: অৱধাৰণা মানে কি?

প্রশ্ন ১২: উপমান বুলিলে কি বুজা?

প্রশ্ন ১৩ঃ জৰীপত তথ্য আহৰণৰ বাবে প্ৰয়োগ হোৱা যিকোনো দুটা কৌশল উল্লেখ কৰা।

৪। ৰচনাধৰ্মী প্রশ্নোত্তৰ:

প্রশ্ন ১: সামাজিক জৰীপ আৰু সামাজিক গৱেষণাৰ মাজত থকা পাৰ্থক্যসমূহ উল্লেখ কৰা।

প্রশ্ন ২ঃ সামাজিক গৱেষণাৰ বিভিন্ন উদ্দেশ্যসমূহ উল্লেখ কৰা।

প্ৰশ্ন ৩ঃ সামাজিক জৰীপ প্ৰণালীৰ বিভিন্ন সুবিধা আৰু অসুবিধাসমূহ উল্লেখ কৰা।

প্রশ্ন ৪: সামাজিক গৱেষণা পদক্ষেপসমূহ কি কি লিখা। 

প্রশ্ন ৫: সামাজিক গৱেষণাৰ কেইটামান অধ্যয়ন প্রণালী তলত আলোচনা কৰা। 

প্রশ্ন ৬: সাক্ষাৎকাৰৰ সুবিধা আৰু অসুবিধাসমূহ উল্লেখ কৰা।

প্রশ্ন ৭ঃ সামাজিক জৰীপৰ উদ্দেশ্যসমূহৰ বিষয়ে আলোচনা কৰা। 

প্রশ্ন ৮ঃ সামাজিক জৰীপৰ বৈশিষ্ট্যসমূহ কি?

প্রশ্ন ৯: প্ৰকল্পৰ সুবিধাসমূহ কি কি?

প্রশ্ন ১০ঃ নান লিনৰ মতে গৱেষণাৰ পদ্ধতিগত স্তৰসমূহ কি কি?

প্রশ্ন ১১: গৱেষণাৰ প্ৰতিবেদন প্রস্তুতিত সাধাৰণতে দেখা দিয়া মূল সমস্যা তিনিটা উল্লেখ কৰা।

প্রশ্ন ১২ঃ পি. ভি. ইয়ঙৰ মতে গৱেষণাৰ প্ৰতিবেদনৰ প্ৰস্তাৱনাত অন্তর্ভুক্ত হ’ব লগা দিশবোৰ কি কি?

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top