Might Learn Logo Might Learn

AJB Class 1 ঈছপৰ সাধু Chapter 6 Answer 2025 | কুকুৰনেচীয়া আৰু ছাগলী | অধ্য়ায়-ছয় | Chapter-6 | Class 1 AJB School Questions Answer | Class 1 AJB School ঈপছৰ সাধু Question Answer And Solutions For Assam |

  অধ্য়ায়-ছয়

কুকুৰনেচীয়া আৰু ছাগলী 

১। লগৰীয়াবোৰে কাক পথাৰত এৰি থৈ গুচি গৈছিল?

উত্তৰঃ লগৰীয়োবোৰে জেতুকী নামৰ ছাগলী এজনীক পথাৰত এৰি থৈ গুচি গৈছিল। 

২। কুকুৰনেচীয়াই বৰকাঁহ বজাওঁতে জেতুকীয়ে কি কৰিছিল?

উত্তৰঃ কুকুৰনেচীয়াই বৰপকাঁহ বজাওঁতে জেতুকীয়ে টেঁটু ফালি বেবাবলৈ ধৰিলে। 

৩। বৰকাঁহ শব্দ আৰু জেতুকীৰ বেবনি শুনি গাঁৱৰ কুকুৰজাকে কি কৰিছিল?

উত্তৰঃ বৰকাঁহ শব্দ আৰু জেতুকীৰ বেবনি শুনি গাঁৱৰ কুকুৰজাকে পথাৰলৈ লৱৰি আহিল। কুকুৰজাকে কুকুৰনেচীয়া ফালে চোঁচ ল’লে। 

৪। কুকুৰনেচীয়াক জেতুকীৰ গিৰিহঁতে কি লৈ খেদিলে?

উত্তৰঃ কুকুৰনেচীয়ক জেতুকীৰ গিৰিহঁতে টাঙোন লৈ খেদিলে। 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects