AJB Class 1 ঈছপৰ সাধু Chapter 7 Answer 2025 | কাছ আৰু ঈগল | অধ্য়ায়-সাত | Chapter-7 | Class 1 AJB School Question Answer | Class 1 AJB School ঈপছৰ সাধু Question Answer And Solutions For Assam |

অধ্য়ায়-সাত

কাছ আৰু ঈগল

১। থুপৰীৰ ঘৰ ক‘ত আছিল?

উত্তৰঃ থুপৰীৰ ঘৰ লুইতৰ বালি চাপৰিত আছিল। 

২। তাইৰ বন্ধুজনৰ নাম কি?

উত্তৰঃ তাই বন্ধুজনৰ নাম ৰতন আছিল। 

৩। উৰিবলৈ মন যোৱাত থুপৰীয়ে কাৰ সহায় ল‘লে? 

উত্তৰঃ উৰিবলৈ মন যোৱাত থুপৰীয়ে ৰতনৰ সহায় ল’লে। 

৪। “তোমাৰ চুটি বুধিত মৰণহে মিলিব।” -কথাষাৰ কোনে কৈছিল?

উত্তৰঃ এই কথাষাৰ ৰতনে কৈছিল।

৫। থুপৰীৰ কিয় মৰণ মিলিল?

উত্তৰঃ থুপৰীৰ নিজৰ আঁকোৰ গোজৰ স্বভাৱৰ কাৰণে তাই মৰণ মিলিল। 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top