AJB Class 3 Science Chapter 10 Answer

Chapter 10

উদ্ভিদ

☐ প্ৰশ্নাৱলী

(১) অৰ্কিড কি ?

উত্তৰঃ

(২) পানীত হোৱা গছবোৰ কিয় উপঙি থাকে ?

উত্তৰঃ

(৩) বৃক্ষ কাক বোলে ?

উত্তৰঃ

(৪) তৃণজাতীয় উদ্ভিদ কাক বোলে ? উদাহৰণ দিয়া ।

উত্তৰঃ

(৫) দুবিধ ক্ষুদ্ৰ উদ্ভিদ নাম লিখা ।

উত্তৰঃ

(৬) এজোপা গছ আঁকি বেলেগ বেলেগ অংশবোৰ দেখুওৱা ।

উত্তৰঃ

(৭) উদ্ভিদে কেনেদৰে আহাৰ তৈয়াৰ কৰে লিখা ।

উত্তৰঃ

(৮) তলত উল্লেখ কৰা প্ৰতিবিধৰ তিনিটাকৈ উদাহৰণ দিয়া :

(ক) সেউজীয়া পাতৰ উদ্ভিদ ।

উত্তৰঃ

(খ) ফুল নুফুলা উদ্ভিদ ।

উত্তৰঃ

(গ) ডাঙৰ গছৰ ডালত গজা উদ্ভিদ ।

উত্তৰঃ

(ঘ) তৃণজাতীয় উদ্ভিদ ।

উত্তৰঃ

(ঙ) নিজে আহাৰ তৈয়াৰ কৰিব নোৱাৰা উদ্ভিদ ।

উত্তৰঃ

(৪) শুদ্ধ নে অশুদ্ধ লিখা :

(ক) শেলায়ে নিজৰ গাত আহাৰ তৈয়াৰ কৰিব নোৱাৰে ।

উত্তৰঃ

(খ) আকাশী লতাই অইন উদ্ভিদৰ পৰা আহাৰ শুহি লয় ।

উত্তৰঃ

(গ) পদুম-ভেট, মেটেকা আদি মাটিত গজা উদ্ভিদ ।

উত্তৰঃ

(ঘ) সূৰ্যৰ পোহৰত শক্তি থাকে।

উত্তৰঃ

(ঙ) শাল, চেগুন আদি তৃণ জাতীয় উদ্ভিদ ।

উত্তৰঃ

Type by : Pompi Hazarika