AJB Class 3 Science Chapter 14 Answer প্ৰাণীৰ পৰা পোৱা বস্তু

Chapter 14

প্ৰাণীৰ পৰা পোৱা বস্তু

☐ প্ৰশ্নাৱলী

১丨 মানুহে আন প্ৰাণীৰ পৰা কি কি খোৱাবস্তু পায় ?

উত্তৰঃ

২। (ক) পশুপালন কি ?

উত্তৰঃ

(খ) পশুপালনত কি কি বিষয়ত মন দিব লাগে ?

উত্তৰঃ

৩। (ক) চামৰা ক’ৰ পৰা তৈয়াৰ কৰা হয় ?

উত্তৰঃ

(খ) ঊণ সূতা ক’ৰ পৰা হয় ?

উত্তৰঃ

(গ) এৰী, মুগা, সূতা ক’ৰ পৰা হয় ?

উত্তৰঃ

(ঘ) কুকুৰে বস্তু কেনেদৰে চিনি পায় ?

উত্তৰঃ

৪। (ক) মীনপালন কি ?

উত্তৰঃ

(খ) পশু চিকিৎসক কাক বোলে ?

উত্তৰঃ

(গ) চামৰাৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম লিখা ।

উত্তৰঃ

(ঘ) কেঁচুৱে মাটি কেনেদৰে সাৰুৱা কৰে ?

উত্তৰঃ

(ঙ) আন প্ৰাণী বোৰে মানুহক কেনেদৰে সহায় কৰে ?

উত্তৰঃ

৫丨 কোনবোৰ প্ৰাণীয়ে আবৰ্জনা আঁতৰায় ?

উত্তৰঃ

৬丨 শুদ্ধ উত্তৰটোত ✓ চিন দিবা :

(ক) গাখীৰ পুষ্টিকৰ আহাৰ হয়/নহয় ।

উত্তৰঃ

(খ) মুগা সূতা কিছুমান পখিলাৰ পৰা হয়/নহয় ।

উত্তৰঃ

(গ) ঔষধে প্ৰাণীৰ বহু বেমাৰ ভাল কৰিব পাৰে/নোৱাৰে ।

উত্তৰঃ

(ঘ) বনৰীয়া জীৱ-জন্তু মানুহে ৰক্ষা কৰিব লাগিব/নালাগে ।

উত্তৰঃ

(ঙ) উদ্ভিদ নাথাকিলে সকলো প্ৰাণীৰে বিপদ হ’ব/নহ’ব ।

উত্তৰঃ