AJB Class 3 Science Chapter 5 Answer তাপ আৰু উষ্ণতা

Chapter 5

তাপ আৰু উষ্ণতা

◻️ প্ৰশ্নাৱলী

(১) শক্তি কি ? এটা উদাহৰণ দিয়া ।

উত্তৰঃ

(২) সূৰ্য্যত জ্বলা গেছবিধৰ নাম লিখা ।

উত্তৰঃ

(৩) পৃথিৱীৰ বাবে তাপৰ প্ৰধান উৎস কি ?

উত্তৰঃ

(৪) তাপ কি লিখা ।

উত্তৰঃ

(৫) তাপে বস্তুৰ পৰিৰ্তন ঘটায় । দুটা উদাহৰণ দিয়া ।

উত্তৰঃ

(৬) তাপ শক্তিৰ উৎস কাক বোলে ? তাপ শক্তিৰ কেইবিধমান উৎসৰ নাম লিখা ।

উত্তৰঃ

(৭) উষ্ণতা কিহৰ জোখ ?

উত্তৰঃ

(৮) শুদ্ধটোৰ ওপৰত ✓ চিন দিবা :

(ক) পোহৰ তাপ শক্তিৰ এটা ভাগ হয়/নহয় ।

উত্তৰঃ

(খ) সূৰ্যৰ তাপ নাপালে জীৱ জীয়াই থাকিব/নাথাকিব ।

উত্তৰঃ

(গ) তাপ কম উষ্ণাতাৰপৰা বেছি উষ্ণতালৈ নাযায়/যায় ।

উত্তৰঃ

(ঘ) ৰ’দ ওলালে দহ বজাত সূৰ্যৰ তাপ বাৰ বজাতকৈ কম/বেছি ।

উত্তৰঃ

Type by : Pompi Hazarika