AJB Class 3 Science Chapter 6 Answer বতৰৰ কথা

Chapter 6

বতৰৰ কথা

☐ প্ৰশ্নাৱলী

(১) বায়ুমণ্ডল কাক বোলে ? বায়ুমণ্ডল কিমান ওপৰলৈ আছে ?

উত্তৰঃ

(২) বতৰ মানে কি ?

উত্তৰঃ

(৩) মেঘ বা ডাৱৰৰ সৃষ্টি কেনেকৈ হয় ?

উত্তৰঃ

(৪) শিল বৰষুণ কি ?

উত্তৰঃ

(৫) বায়ুত বেছি পৰিমাণে থকা তিনিবিধ গেছৰ নাম লিখা ।

উত্তৰঃ

(৬) ধুমুহা কি ?

উত্তৰঃ

(৭) জহকালি আৰু জাৰকালি কাক বোলে ?

উত্তৰঃ

(৮) বতৰ কিয় বেলেগ হয় লিখা ।

উত্তৰঃ

(৯) বতাহ কেতিয়া ব’লে ?

উত্তৰঃ

(১০) সাগৰ-মহাসাগৰ, নদ-নদী, পুখুৰী, আদিৰ পানী ভাপ হৈ ওপৰলৈ উঠে; আকৌ বৰষুণ হৈ নামি আহে । কথাখিনি এখন ছবিৰে বুজোৱা ।

উত্তৰঃ

(১১) শুদ্ধটোৰ ওপৰত ✓ চিন দিবা :

(১২) বায়ু গৰম হ’লে পাতল হয় /নহয় ।

উত্তৰঃ

(খ) পাতল বায়ু ওপৰলৈ উঠে/নুঠে ।

উত্তৰঃ

(গ) পানীৰ ভাপবোৰ জমা হৈ বৰষুণ হৈ নামি আহে/নাহে ।

উত্তৰঃ

(ঘ) গছ-গছনি নাথাকিলে জীৱ-জন্তু জীয়াই নাথাকিব/থাকিব ।

উত্তৰঃ

(ঙ) আমাৰ ইয়াত মাৰ্চৰপৰা ছেপ্টেম্বৰ মাহলৈ জাৰকালি/জহকালি হয় ।

উত্তৰঃ

Type by : Pompi Hazarika