AJB Class 3 Science Chapter 9 Answer জীৱজগত

Chapter 9

জীৱজগত

◻️ প্ৰশ্নাৱলী

(১) (ক) জড় বস্তু কোনবোৰ ?

উত্তৰঃ

(খ) জীৱজগতৰ ভাগ কেইটা ?

উত্তৰঃ

(গ) জীৱ আৰু জড়ৰ তিনিটা পাৰ্থক্য লিখা ।

উত্তৰঃ

(ঘ) জীৱ কাক বোলে ?

উত্তৰঃ

(ঙ) কোনবোৰ জীৱ প্ৰাণী ?

উত্তৰঃ

(চ) কোনবোৰ জীৱ উদ্ভিদ

উত্তৰঃ

(ছ) উদ্ভিদে ক’ৰপৰা আহাৰ পায় ?

উত্তৰঃ

(২) (ক) প্ৰাণীৰ কামবোৰ কি কি ?

উত্তৰঃ

(খ) উদ্ভিদৰ কামবোৰ কি কি ?

উত্তৰঃ

(গ) জীৱই কাম কৰিবলৈ ক’ৰপৰা শক্তি পায় ?

উত্তৰঃ

(ঘ) উশাহ বন্ধ হ’লে জীৱ কিয় জীয়াই থাকিব নোৱাৰে ?

উত্তৰঃ

(৩) (ক) শুদ্ধ উত্তৰৰটো ✓ চিন দিয়া :

(ক)প্ৰাণীয়ে নিজৰ দেহত আহাৰ তৈয়াৰ কৰি ল’ব পাৰে/নোৱাৰে ।

উত্তৰঃ

(খ) জড় বস্তুৱে আহাৰ খায়/নাখায় ।

উত্তৰঃ

(গ) জড় বস্তুৱে কাম কৰিব পাৰে/নোৱাৰে ।

উত্তৰঃ

(ঘ) কেৱল আহাৰ খালে মানুহে শক্তি পায়/নাপায় ।

উত্তৰঃ

(ঙ) উশাহ বন্ধ হ’লে উদ্ভিদ জীৱই থাকিব পাৰে/নোৱাৰে ।

উত্তৰঃ

(চ) জড় বস্তুৱে জন্ম দিয়ে/নিদিয়ে ।

উত্তৰঃ

(৪) ক অংশ লগত খ অংশ মিলোৱা :

ক অংশ খ অংশ

ভেঁকুৰ লৰচৰ কৰিব পাৰে

অহাৰে কণী পাৰে

উদ্ভিদে পাতেৰে গেলা পঁচা বস্তু গজে

চৰায়ে শক্তি যোগান ধৰে

প্ৰাণীয়ে বায়ু শুহি লয়

উত্তৰঃ

Type by : Pompi Hazarika