AJB Class 4 Assamese Chapter 11 Answer ইয়াতে মাৰিলোঁ টিপা

Chapter 11

ইয়াতে মাৰিলোঁ টিপা

*অৰ্থৰ সৈতে চিনাকি হওঁ আহা:

লটি-ঘটি = স্থানান্তৰিত হৈ পোৱা আহুকাল, হাবাথুৰি খোৱা অৱস্থা

আখ্যান = কাহিনী; সাধুকথা

জনশ্ৰুতি = বহু কালৰ পৰা মানুহৰ মুখে মুখে চলি অহা কথা; কিংবদন্তি

প্ৰবাদ = মানুহৰ মুখে মুখে চলি অহা প্ৰবচন

সৰ্বস্বান্ত = যি সৰ্বস্ব হেৰুৱাইছে

চিপৰাং = মাচি খনা এবিধ অস্ত্ৰ; লোহাৰ খন্তি

গৱেষণা = গভীৰহ চিন্তা; অনুসন্ধান; তত্ত্বানুসন্ধান

[১] প্ৰথমে কোৱা, তাৰ পাছত লিখা:

ক) ভূঁইকঁপ আহিলে কি কি লটি-ঘটি হয়?

উত্তৰঃ

খ) জনশ্ৰুতি মতে পৃথিৱীখন ক’ত ক’ত অৱস্থিত?

উত্তৰঃ

গ) ভাৰতীয় শাস্ত্ৰমতে পৃথিৱীখন ক’ত অৱস্থিত?

উত্তৰঃ
ঘ) বিজ্ঞানীসকলে ভূঁইকঁপ সৃষ্টিৰ আচল কাৰণটো কি বুলি কৈছে?

উত্তৰঃ

ঙ) ভূঁইকঁপ হোৱাৰ সম্ভাৱনা থকা অঞ্চলত বাস কৰা লোকে কেনেধৰণে আগতীয়া ব্যৱস্থা ল’ব লাগে?

উত্তৰঃ

চ) বেটাৰিযুক্ত ৰেডিঅ’ কিয় লগত ৰাখিব লাগে?

উত্তৰঃ

ছ) ভূঁইকঁপৰ শক্তি কিহৰ সহায়ত জোখা হয়? ইয়াক কোনে, কেতিয়া প্ৰৱৰ্তন কৰে?

উত্তৰঃ

জ) ভূঁইকঁপৰ বাবে বিজ্ঞানত সৃষ্টি হোৱা শাখাটোৰ নাম কি?

উত্তৰঃ

ঝ) এই শাখাত কি কি বিষয় গৱেষণা কৰা হয়?

উত্তৰঃ

[২] বাক্য ৰচনা কৰা:

ঘৰ-বাৰীঃ

লটি-ঘটিঃ

খাদ্য-সামগ্ৰীঃ

দৰব-পাতিঃ

ওচৰ-পাজৰেঃ

[৩] খালী ঠাই পূৰ কৰা:

ক) ভাৰতীয় শাস্ত্ৰ মতে আকৌ পৃথিৱীখন এডাল মূৰৰ ওপৰত অৱস্থিত।

খ) পৃথিৱীখনৰ ভিতৰভাগ গৰম।

গ) মই কিমান শক্তিশালী হৈ আহোঁ তাৰজোখ উলিয়াব পৰা হৈছে।

[৪] পঢ়া আৰু লিখা:

ঘৰ + বাৰী = ঘৰ-বাৰী

লটি + ঘটি =

মাজে + সময়ে =

ওপৰে + তলে =

ওচৰে + পাজৰে =

[৫] বুজা আৰু লিখা:

তুমি – তোমালোক

মই –

তেওঁ –

সি –

তাই –

তেখেত

[৬] বাক্য ৰচনা কৰা:

মুখামুখি, দেখাদেখি,ঘূৰাঘূৰি, হতাহতি, বুজাবুজি, জনাজনি,চুলিয়াচুলি,

[৭] পঢ়া, বুজা আৰু লিখা:

ক) গতি কৰি থাকে যি = গতিশীল

খ) ৰৈ থাকে যি =

গ) দান কৰিব ৰপা মনৰ যি =

[৮] ক) নতুন বস্তুৰ পিৰৱৰ্তন কৰে যি =

খ) নতুন বস্তুৰ আৱিষ্কাৰ কৰে যি =

গ) নতুন বস্তুৰ উদ্ভাৱন কৰে যি =

ঘ) নতুন বস্তুৰ সৃষ্টি কৰে যি =

[৯] পঢ়া, বুজা আৰু লিখা:

ক) অৱ + স্থিতি = অৱস্থিতি

খ) অৱ + স্থিতি =

গ) অৱ + স্থিতি = অৱস্থিতি

ঘ) অৱ + স্থিতি =

ঙ) প্ৰতি + ৰোধ =

চ) প্ৰতি + ৰোধ =

ছ) প্ৰতি + ৰোধ =

জ) প্ৰতি + ৰোধ =

ঝ) প্ৰতি + ৰোধ =

ঞ) প্ৰতি + ৰোধ =

[১০] ভাবা আৰু উত্তৰ উলিওৱা:

ক) ইয়াতে মাৰিলোঁ টিপা, গড়গাঁও পালেগৈ শিপা।

খ) ক’ৰপৰা আহি ক’ত দিলা ভৰি, চোতালখন ফাটি গ’ল চিৰা-চিৰ কৰি।

[১১] নিজকে বানপানী, ধুমুহা আৰু বৰষুণ বুলি ভাবি কেইশাৰীমান বাক্য লিখা।

Download Our Mobile App

এতিয়াই Install কৰক!

Install Now
Scroll to Top