Might Learn Logo Might Learn Might Learn Shop

AJB Class 4 Assamese Chapter 18 Answer শিলৰ চোলা

Chapter 18

শিলৰ চোলা

*অৰ্থৰ সৈতে চিনাকি হওঁ আহা:

অজৰ-অমৰ = চিৰস্থায়ী; জৰা-মৃত্যুহীন

মেজাঙ্কৰি = এবিধ মুগা-সূতা

প্ৰাণদণ্ড = মৃত্যুদণ্ড

হুমুনিয়া কাঢ়ি = জেজাৰ প্ৰকাশক দীৰ্ঘশ্বাস কাঢ়ি

অবুজন = বুজালেও নুবুজা; বুজনি নোলোৱা

সী আছে = চিলাই কৰি আছে

কবিৰাজ = চিকিৎসা কৰা বৈদ্য

লেঠা = আহুকাল; জঞ্জাল; এৰাব নোৱৰা কাম

*পঢ়া আৰু বুজা:

তই য়ই ত্য

ৰই তই ৰ্ত

নই ধই ন্ধ

ঙই কই ঙ্ক

পই ৰই প্ৰ

ণই ডই ণ্ড

নই তই ৰই ন্ত্ৰ

ণই ণই ণ্ণ

*পঢ়া আৰু লিখা:

জলাদিত্য পৰিৱৰ্তন ক্ষুণ্ণ সমস্যা

অসম্ভৱ বুদ্ধীমতী সম্ভৱ সংগ্ৰহ

[১] প্ৰথমে কোৱা, তাৰ পাছত লিখা:

ক) ৰজা শিলাদিত্যৰ ককাদেউতাকৰ নাম কি?

উত্তৰঃ

খ) শিলৰ মূৰ্তিটো কোনে সজাইছিল?

উত্তৰঃ

গ) ৰজাই কেনেদৰে অজৰ-অমৰ হ’ব বিচাৰিছিল?

উত্তৰঃ

ঘ) ৰজাই কিহৰ কাপোৰ পিন্ধিব লাগে বুলি মন্ত্ৰীয়ে কৈছিল?

উত্তৰঃ

ঙ) সাতদিনৰ ভিতৰত ৰজাক শিলৰ চোলা আনি দিব নোৱাৰিলে মন্ত্ৰীক কি শাস্তি দিব বুলি কৈছিল?

উত্তৰঃ

চ) মন্ত্ৰীৰ জীয়েকৰ নাম কি?

উত্তৰঃ

ছ) মন্ত্ৰীৰ জীয়েকে সমস্যাটো কেনেকৈ সমাধান কৰিলে?

উত্তৰঃ

[২] সমাৰ্থক শব্দ লিখা:
ৰজা 一

ৰছী 一

অসুখ 一

কবিৰাজ 一

বিষণ্ণ 一

লেঠা 一

পানী 一

[৩] বাক্য ৰচনা কৰা:

অজৰ-অমৰ,যুদ্ধ-বিগ্ৰহ,পুথি-পাঁজি,ঘৰ-দুৱাৰ,আথে-বেথে।

[৪] বুজা আৰু লিখা:

ৰজা 一

ককাদেউতা 一

পিতাদেউ 一

পুতেক 一

[৫] বাকচৰ ভিতৰত বৰ্ণ, স্বৰচিহ্ন আৰু যুক্তাক্ষৰ আছে; সেইবোৰ শুদ্ধকৈ ব্যৱহাৰ কৰি কেইটিমান শব্দ গঠন কৰা:

ি া ু ূ োদ ল শ জ ম ট ব ষ হত্য ৰ্ত প্ন গ্ৰ শ্ব দ্ধ ঈ ৰ য
[৬] পঢ়া, বুজা আৰু লিখা:

বুজন ঃ সহায়ঃ

শলাগীঃ . শান্তিঃ

কাৰণঃ পৱিত্ৰঃ

ন্যায়ঃ কামিলাঃ

ধৰ্ম ঃ 

[৭] আটাই মিলি নাটিকাখনি অভিনয় কৰা।

[৮] এনে ধৰণৰ কাহিনী একোটি লৈ নাটিকা একোখনি ৰচনা কৰিবলৈ চেষ্টা কৰা।

[৯] ভাবা আৰু উত্তৰ উলিওৱা:

ব্ৰহ্মাই স্ৰজিলে এনে এটি গুটি, বাকলি নাই তাৰ খাবও নোৱাৰি।

উত্তৰঃ

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects