Might Learn Logo Might Learn Might Learn Shop

AJB Class 4 Burha Burhi Aru Siyala Chapter 3 Answer হাতী আৰু সাপ

Chapter 3

হাতী আৰু সাপ

[১] একোটিকৈ বাক্য়ত উত্তৰ লিখাঁঃ

ক) দঁতাল হাতীটো কিয় গপাল হৈ পৰিছিল ?

উত্তৰঃ দঁতাল হাতীটো ৰজাৰ মৰম পাই গপাল হৈ পৰিছিল।

খ) হাতীটোৱে সাপক গচক মাৰি দিয়াত সাপে কি কৰিলে ?

উত্তৰঃ হাতীটোৱে সাপক গচক মাৰি দিয়াত সাপে তিনি-চাৰি খোঁট মাৰিলে।

গ) সেই বাটেদি চিকাৰলৈ যোৱা ব্য়াধটোৰ নাম কি আছিল ?

উত্তৰঃ সেই বাটেদি চিকাৰলৈ যোৱা ব্যাধটোৰ নাম ঘোং আছিল।

[২] চমু উত্তৰ দিয়াঁঃ

ক) হাতী আৰু সাপ দুয়োটাই কিয় মৰিব লগীয়া হৈছিল ?

উত্তৰঃ হাতী আৰু সাপ দুয়োটাই মৰিব লগা কাৰণ দুয়োটাই গৰ্ব কৰিছিল বাবে মৰিব লগীয়া হৈছিল।

খ) ঘোং নামৰ ব্য়াধটোৰ হাতীৰ দাঁতযোৰ কিয় নিব খুজিছিল ?

উত্তৰঃ হাতীৰ দাঁতযোৰ বেছি ভালেমান টকা পাব বুলি ভাবি হাতীৰ দাঁতযোৰ নিব খুজিছিল।

[৩] সচাঁ নে মিছা লিখাঁঃ

ক) হাতীটোৱে নিজকে ৰজাৰ মৰমৰ জলহস্তী বুলি ভাবিছিল ।

উত্তৰঃ সত্য।

খ) হাতীৰ গচকত সাপটো মৰিছিল ।

উত্তৰঃ সত্য।

গ) শগুনে হাতী দাঁতযোৰ উঘালি নি বিক্ৰী কৰাৰ কথা ভাবিছিল।

উত্তৰঃ অসত্য।

ঘ) গৰ্ব কৰিলে মানুহে বিপদত নপৰে ।

উত্তৰঃ অসত্য।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects