Might Learn Logo Might Learn Shop Might Learn

AJB Class 4 Burha Burhi Aru Siyala Chapter 4 Answer দীঘলঠেঙীয়া

Chapter 4

দীঘলঠেঙীয়া

[১] একোটিকৈ বাক্য়ত উত্তৰ লিখাঁঃ

ক) বুঢ়ীয়ে দীঘলঠেঙীয়া বুলি কাৰ কথা কৈছে ?

উত্তৰঃ বুঢ়ীয়ে দীঘলঠেঙীয়া বুলি বৰষুণক কৈছিল।

খ) ভাতঘুমটি মানে কি ?

উত্তৰঃ ভাতঘুমতি মানে হৈছে যি ঘুমটি ভায় খায় শুৱা পাছত আহে সেই ঘুমটিক ভাতঘুমটি বোলে।

গ) চোৰে কোনটো গৰু ভাল সেই কথা কেনেকৈ উমান ল’ব খুজিছিল ?

উত্তৰঃ চোৰে কোনটো গৰু ভাল সেই কথা উমান লবলৈ ভাবিলে যিটো গৰুক টিকাত হাত দিলেই জঁপিয়াই উঠিব সেইটোৱেই নিশ্চয় চেঙা আৰু ভাল হ’ব সেই বুলি উমান ল’ব খুজিছিল।

ঘ) বুঢ়ীৰ গোহালিত বাঘটো কিয় সোমাই আছিল ?

উত্তৰঃ বুঢ়ীৰ গোহালিত বাঘটো গৰু খাবলৈ সোমাই আছিল।

[২] চমু উত্তৰ দিয়াঁঃ

ক) চোৰে কেনেকৈ বাঘটোক চিনিব পাৰিছিল ?

উত্তৰঃ চোৰে বাঘৰ নেগুৰ ডাল পিটিক-পিটিক চোনাত বাঘ বুলি চিনিব পাৰিলে।

খ) বাঘবোৰে কিয় মেল পাতিছিল ?

উত্তৰঃ পেঁপাকঢ়াৰ বিৰুদ্ধে যুদ্ধ যাত্ৰা কৰিবলৈ যোৱা বাবে বাঘবোৰে মেল পাতিছিল।

গ) চোৰে কি বুদ্ধিৰে বাঘক ভয় খুৱাইছিল ?

উত্তৰঃ চোৰে গলগলীয়া মাতেৰে, “খঁৰা,চাবি,চাবি ,চাবি মাত দিলে। আৰু খঁৰা বাঘে ভাবিলে আকৌ পেঁপাকঢ়াই সকলোকে এৰি তাক ধৰিব বুলি ভাবি সি সুৰ্তি-বুদ্ধি হেৰুৱাই হাবিৰ ফালে লৰ ধৰিলে। সি তেনে কৰাত তাৰ পিঠিত উঠি থকা সকলোমবাঘ ঠল্ ঠল্কৈ মাটিত, সৰি পৰিল। সিহঁতেও ভাবিলে সিহঁতক পেঁপাকঢ়াই পোৱা বুলি ভয় বৰকৈ খাই তৰা-নৰা ছিঙি লৰি হাবিলৈ পলাই গুচি গ’ল। চোৰে বাঘক এনেদৰে ভয় খোৱালে।

[৩] কোনে কৈছিল, কাক কৈছিল ?

ক) “এ প্ৰভু, দীঘলঠেঙীয়াই নেপায় যেন ।”

উত্তৰঃ বুঢ়ীয়ে ভগবানক কৈছিল।

খ) “খঁৰা, চাবি , চাবি ।”

উত্তৰঃ চোৰে বাঘক কৈছিল।

[৪] খালী ঠাই পূৰ কৰাঁঃ

ক) এইটো বৰ লাজৰ কথা হ’ল । সিহঁত বনৰ ৰজা।

খ) ই কাম গৰু নহয়, ইয়াৰ পিঠিত নুঠিলে ইয়াক লৈ যাব নোৱাৰিম।

গ) দুয়ো দুইকো দীঘলঠেঙীয়া ভবি ভয়ত তৎমৎ এৰিলে।

ঘ) দুকুৰিমান বাঘে পেঁপাকঢ়াক বিচাৰি চলাথ কৰিলে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects