Might Learn Logo Might Learn Shop Might Learn

AJB Class 4 Burha Burhi Aru Siyala Chapter 8 Answer বুঢ়া-বুঢ়ী আৰু শিয়াল

Chapter 8

বুঢ়া-বুঢ়ী আৰু শিয়াল

[১] একোটিকৈ বাক্য়ত উত্তৰ লিখাঁঃ

ক) বুঢ়াই বাৰীত কি ৰুই আছিল ?

উত্তৰঃ বুঢ়াই বাৰীত কচু ৰুই আছিল।

খ) বুঢ়ীয়ে মিছাতে কিয় কান্দিছিল ?

উত্তৰঃ বুঢ়াই শিয়াল বোৰ মাৰিবলৈ বুঢ়ীক মিচাতে বুঢ়া ঢুকাল বুলি কান্দিছিল।

গ) বুঢ়ীৰ পোহনীয়া কুকুৰ দুটাৰ নাম কি কি ?

উত্তৰঃ বুঢ়ীৰ কুকুৰ দুটা নাম “ৰঙা আৰু ক’লা” আছিল।

ঘ) জীয়েকৰ ঘৰৰপৰা আহোঁতে শিয়ালৰ ভয়ত বুঢ়ীয়ে ক’ত সোমাই আহিছিল ?

উত্তৰঃ জীয়েকৰ ঘৰপৰা আহোঁতে শিয়ালৰ ভয়ত বুঢ়ীয়ে লাও ভিতৰত সোমাই আহিছিল।

[২] চমু উত্তৰ দিয়াঁঃ

ক) শিয়ালবোৰে বুঢ়াক কচুবোৰ কেনেকৈ ৰুবলৈ দিছিল ?

উত্তৰঃ শিয়ালেবোৰে বুঢ়ৈক কচুবোৰ আগেয়ে সিজাই ল’ব আৰু য’ত ৰুব গাত একোটা দু ঢাকি থৈ যাওব এনেকে কচু ৰুবলৈ দিছিল।

খ) বুঢ়াই শিয়ালবোৰ কেনেকৈ ৰুবলৈ দিছিল ?

উত্তৰঃ বুঢাই শিয়ালবোৰ ওপৰত এনেদৰে পোটক তুলিছিল “ বুঢ়াই মৰা ভাও ধৰি বিছনাত শুই থাকিল আৰু বুঢ়ীক কান্দিব দিলে। বুঢ়ীৰ কান্দোনত শিয়াল বোৰ ওচৰত আহিল আৰু বুঢ়ীয়ে ক’লে আজি আমাৰ বুঢ়া ঢোকাল তহঁতে যদি পাৰ যদি বুঢ়াক বাহিৰলৈ উলিয়াই নি খাগৈ | বুঢ়ীৰ কথাত শুনি শিয়ালবোৰে ৰং পায় মনেৰে বুঢ়াক নিবলৈ বুলি ঘৰৰ ভিতৰত সোমাল আৰু বুঢ়ীয়ে দুৱাৰখন মাৰি দিলে। তাৰ পাছত বুঢ়া একেচাবই উঠি টাঙোনডাল হাতত লৈ শিয়ালবোৰক মৰিয়াই মাৰি | বুঢ়াই শিয়ালবোৰ ওপৰত পোটক তুলিলে।

গ) বুঢ়ীয়ে শিয়ালৰ হাতৰপৰা কেনেকৈ বাচিছিল ?

উত্তৰঃ বুঢ়ীয়ে শিয়ালৰ হাতৰ পৰা এনেদৰে বাচিছিল বুঢ়ীয়ে শিয়ালক ক’লে যে মই জী-ঘৰৰ পৰা নাচ এটা শিকি আহিছোঁ সেইবাবে মৰা আগতে নাচতে এবাৰ তহঁতক আগত দেখুৱাই দি যাওঁ এইবুলি ক’লে আৰু শিয়ালে বুঢ়ীক নাচিবলৈ দিলে বুঢ়ীৰ দুটা কুকুৰ আছিল বুঢ়ী নাচোনৰ প্ৰতি কুকুৰ দুটা মাতিব ধৰিলে আৰু কুকুৰ দুটা তাত ওলালহি। কুকুৰ দেখি শিয়াল বোক পলাল আৰু বুঢ়ী শিয়ালৰ হাতৰ পৰা বাচি গু’ল।

[৩] খালী ঠাই পূৰ কৰাঁঃ

ক) মোৰ ওচৰতে লাঠি এডাল লুকাই থ’বি ।

খ) মই সইত খাই কৈছোঁ, এই বাটেদিয়ে মই সোনকালে উভতি আহিম ।

গ) ই নিশ্চয় লাও নহয়, ইয়াৰ ভিতৰত কিবা আছে ।

ঘ) মই মৰিলে মোৰ নাচ মোৰ লগতে যাব ।

[৪] তলৰ শব্দবোৰ মিলোৱাঁঃ

সাইত – কৰ্ম

ধৰম – বৰ্ষা

কৰম – সত্য়

বৰষা – ধৰ্ম

যতন – ৰত্ন

ৰতন – যত্ন

উত্তৰঃ

সইত= সত্য

ধৰম=ধৰ্ম

কৰম=কৰ্ম

বৰষা=বৰ্ষা

যতন=.যত্ন

ৰতন=ৰত্ন

[৫] ডাঙৰ ডাঙৰকৈ পঢ়াঁঃ

“শিয়ালে কয় হোৱা-হোৱা

মেকুৰীয়ে মেও,

আমাৰ আইতাৰ ইমান বুদ্ধি

নুবুজিলে কেও।”

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects