AJB Class 4 Science Chapter 3 Answer বতৰ, বায়ু পানী

Chapter 3

বতৰ, বায়ু পানী

◻️ প্ৰশ্নাৱলী

(১) মানুহৰ ওপৰত বতৰৰ প্ৰভাৱৰ বিষয়ে দহটা শাৰী লিখা ।

উত্তৰঃ

(২) আবেলিৰ ৰ’দৰ তাপ ভৰ দুপৰীয়াৰ ৰ’দত তাপতকৈ কম কিয় ?

উত্তৰঃ

(৩) বতৰ পৰিৱৰ্তনৰ কাৰণ কি লিখা ।

উত্তৰঃ

(৪) পৃথিৱীৰ পানীৰ পৰা অনবৰতে ভাপ ওলাই থাকে ইয়াকে দেখুৱাবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা ।

উত্তৰঃ

(৫) বায়ুমণ্ডলত যে অনবৰতে জলীয় ভাপ থাকে এটা পৰীক্ষাৰ সহায়ত দেখুওৱা ।

উত্তৰঃ

(৬) মেঘ কি ? মেঘৰ পৰা বৰষুণ কেনেকৈ হয় ?

উত্তৰঃ

(৭) জলচক্ৰ কাক বোলে ?

উত্তৰঃ

(৮) জলচক্ৰ চলি নাথিকিলে কি হ’ব ?

উত্তৰঃ

(৯) কুঁৱলী আৰু নিয়ৰ কেনেকৈ হয় লিখা ।

উত্তৰঃ

(১০) জলবতাহ আৰু স্থলবতাহ কি ?

উত্তৰঃ

(১১) পানী দূষিত হোৱাৰ কাৰণবোৰ লিখা ।

উত্তৰঃ

(১২) দুখন গ্ৰীষ্মপ্ৰধান আৰু শীতপ্ৰধান দেশৰ নাম লিখা ।

উত্তৰঃ

(১৩) বায়ুমণ্ডলৰ মাজেৰে বেছি দূৰ আহিলে পৃথিৱীত পৰা সূৰ্য্যৰ ৰশ্মিৰ পৰিমাণ কম হয় কিয় ?

উত্তৰঃ

(১৪) খৰাং বতৰ কি ?

উত্তৰঃ

(১৫) শিল-বৰষুণ কেনেকৈ হয় ?

উত্তৰঃ

(১৬) শুদ্ধত ✓ চিন দিয়া ।

(ক) মেৰু অঞ্চল পৃথিৱীৰ মাজভাগতকৈ ঠাণ্ডা । শুদ্ধ / অশুদ্ধ

উত্তৰঃ

(খ) জলীয় ভাপ পানীৰ গেছীয় অৱস্থা । শুদ্ধ / অশুদ্ধ

উত্তৰঃ

(গ) বন্ধ কোঠাত কাপোৰ সোনকালে শুকায় । শুদ্ধ / অশুদ্ধ

উত্তৰঃ

(ঘ) মাটিতকৈ পানী সোনকালে গৰম হয় । শুদ্ধ / অশুদ্ধ

উত্তৰঃ

(ঙ) পানীতকৈ মাটি সোনকালে ঠাণ্ডা হয় । শুদ্ধ / অশুদ্ধ

উত্তৰঃ

(১৭) একোটা শব্দেৰে পূৰোৱা ।

(ক) বতৰ পৰিৱৰ্তনত _ মুখ্য ভূমিকা লয় ।

(খ) শুকান বতৰ __ পাওঁ ।

(গ) পানীভাগৰ পৰা মাটিভাগলৈ বোৱা বতাহক __বোলে ।

(ঘ) ডাৱৰীয়া বতৰত জলীয় ভাপ __থাকে ।

(ঙ) বৰষুণ জোখাৰ একক হ’ল _