AJB Class 4 Science Chapter 4 Answer কাৰ্য্য, বল আৰু শক্তি

Chapter 4

কাৰ্য্য, বল আৰু শক্তি

◻️ প্ৰশ্নাৱলী

(১) বল কাক বোলে ?

উত্তৰঃ

(২) শক্তি কাক বোলে ?

উত্তৰঃ

(৩) স্থিতি শক্তি কাক বোলে ?

উত্তৰঃ

(৪) শাৰীৰিক শক্তি কাক বোলে ?

উত্তৰঃ

(৫) মাধ্যাকৰ্ষণীয় শক্তি কি ?

উত্তৰঃ

(৬) বৈদ্যুতিক শক্তিৰ পৰা তাপ আৰু পোহৰ শক্তি পোৱাৰ এটা উদাহৰণ ।
উত্তৰঃ

(৭) শাৰিৰিক শক্তিৰ পৰা স্থিতি শক্তি পোৱাৰ এটা উদাহৰণ দিয়া ।

উত্তৰঃ

(৮) বৈদ্যুতিক শক্তিৰ পৰা চুম্বকীয় শক্তি পোৱাৰ এটা পৰীক্ষা বৰ্ণনা কৰা ।

উত্তৰঃ

(৯) কয়লা আৰু পেট্ৰ’লৰ পৰা কি কি শক্তি পাব পাৰি লিখা ।

উত্তৰঃ

(১০) বৰষুণৰ লগত সূৰ্য্যৰ তাপ আৰু পোহৰ শক্তিৰ সম্পৰ্ক কি ?

উত্তৰঃ

(১১) শুদ্ধ নে অশুদ্ধ : ✓ চিন দিয়া ।

এটা উদাহৰণ : ফুটবলটো গুৰিয়ালে কাম কৰা হয় । শুদ্ধ /অশুদ্ধ

উত্তৰঃ

(ক) চাৰাইটোক উৰিবলৈ শক্তি লাগে । শুদ্ধ /অশুদ্ধ

উত্তৰঃ

(খ) গৈ থকা গাড়ী এখনৰ স্থিতি শক্তি থাকে । শুদ্ধ /অশুদ্ধ

উত্তৰঃ

(গ) পানী ওপৰৰ পৰা পৰিলে স্থিতি শক্তি গতি শক্তিলৈ ৰূপান্তৰ হয় । শুদ্ধ /অশুদ্ধ
উত্তৰঃ

(ঘ) ঘড়ীৰ স্প্ৰিঙত স্থিতি শক্তি থাকে । শুদ্ধ /অশুদ্ধ

উত্তৰঃ

(ঙ) যন্ত্ৰই ইন্ধনৰ সহায়ত কাম কৰে । শুদ্ধ /অশুদ্ধ

উত্তৰঃ

(১২) খালী ঠাই পূৰোৱা ।

(ক) _ শক্তিয়ে বাল্বটো জ্বলায় ।

উত্তৰঃ

(খ) গছত লাগি থকা আমটোৰ __ শক্তি থাকে ।

উত্তৰঃ

(গ) ভাপ ইঞ্জনত তাপ শক্তি __ শক্তিলৈ সলনি হয় ।

উত্তৰঃ

(ঘ) বাল্বত বৈদ্যুতিক শক্তি পৰা শক্তি আৰু _শক্তি পাব পাৰি ।

উত্তৰঃ

(ঙ) সকলো শক্তিৰ মূলতে হ’ল সূৰ্য্যৰ _ আৰু _ শক্তি ।

উত্তৰঃ

(চ) বিদ্যুৎচুম্বকত বৈদ্যুতিক শক্তি _শক্তিলৈ সলনি হয় হয় ।

উত্তৰঃ