AJB Class 4 Science Chapter 7 Answer গুটিৰ বিস্তাৰণ

Chapter 7

গুটিৰ বিস্তাৰণ

◻️ প্ৰশ্নাৱলী

(১) গুটিৰ বিস্তাৰণ কাক বোলে ?

উত্তৰঃ

(২) গুটিৰ বিস্তাৰণৰ চাৰিটা উপায় লিখা। প্ৰত্য়কৰে একোটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ

(৩) গছৰ আটাইবোৰ গুটি গছজোপাৰ তলতে গজি বাঢ়িব নোৱাৰে । কাৰণটো লিখা ।

উত্তৰঃ

(৪) বতাহ আৰু পানীয়ে গুটি কেনেদৰে বিস্তাৰিত কৰে লিখা ।

উত্তৰঃ

(৫) প্ৰানীয়ে গুটি কেনেকৈ বিয়পায় লিখা ।

উত্তৰঃ

(৬) পকিলে জোৰেৰে যোৱা দুবিধ ফলৰ নাম লিখা ।

উত্তৰঃ

(৭) খাওঁতে গুটি পেটলৈ যোৱা পাঁচবিধ ফলৰ নাম লিখা ।

উত্তৰঃ

(৮) খালী ঠাই পূৰ কৰা ।

(ক) কপাহৰ গুটি __ দ্বাৰা বিস্তাৰিত হয় ।

(খ) তিলৰ গুটি _ পৰে ।

(গ) মধুৰীআমৰ গুটি প্ৰণীৰ _ লগত বিয়পে ।

(ঘ) শুঙৰ সহায়ত আনৰ গাত লাগি ধৰি বিয়পা এবিধ গুটি হ’ল _

(৯) ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা ।

    ‘ক’ নাৰিকল বনগুটি মদাৰৰ গুটি ভোটএৰাৰ গুটি             ‘খ’ বতাহে উৰুৱাই নিয়ে পানীৰ সোঁতত উটি যায় ফাটি ছিটিকি পৰে শুঙৰ সহায়ত আন প্ৰানীৰ গাত লাগি ধৰে ◼️

উত্তৰঃ