Might Learn Logo Might Learn Might Learn Shop

AJB Class 5 Science Chapter 11 Answer পদাৰ্থ আৰু ইয়াৰ ধৰ্ম

Unit 11

পদাৰ্থ আৰু ইয়াৰ ধৰ্ম

◻️ প্ৰশ্নাৱলী

(১) বস্তুৰ ভৰ কাক বোলে? ভৰ দুটা এককৰ নাম লিখা।

উত্তৰঃ বস্তুৰ ওজনকে বস্তুটোৰ ভৰ বোলে। ভৰ দুটা এককৰ নাম- গ্ৰাম,বা কিলোগ্ৰাম।

(২) উওৰ লিখা ।

(ক) বস্তুৰ ভৰ কিহৰ সহায়ত নিৰ্ণয় কৰা হয়?

উত্তৰঃ বস্তুৰ ভৰ সাধাৰণতে পাল্লাৰ সহায়ত নিৰ্ণয় কৰা হয়।

(খ) ওজনৰ সংজ্ঞা দিয়া। ওজনৰ এটা এককৰ নাম লিখা।

উত্তৰঃ কোনো বস্তুৰ ওপৰত ক্ৰিয়া কৰা মাধ্যাকৰ্ষণ বলকে ওজন বোলে। ওজনৰ এটা এককৰ নাম নিউটন।

(গ) ভৰ আৰু ওজনৰ পাৰ্থক্য লিখা।

উত্তৰঃ ভৰ আৰু ওজনৰ পাৰ্থক্য হ’ল- 

১।ভৰ হৈছে বস্তুৰ পৰিমাণ আৰু ওজন হৈছে বল।

২। ভৰ সকলো ঠাইতে একে থাকে কিন্তু ওজন বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ হ’ব পাৰে।৩। ভৰ ভেক্ট ৰাশি আনহাতে ওজন স্কেলৰ ৰাশি।

( ৩ ) দুটা বস্তুৰ ভৰ কিহৰ সহায়ত তুলনা কৰিব পাৰি? 

উত্তৰঃ দুটা বস্তুৰ ভৰ তুলাচনীৰ সহায়ত তুলনা কৰিব পাৰি।

( ৪ ) একে আয়তনৰ হ’লেও বেলেগ বেলেগ ভৰৰ চাৰিবিধ পদার্থৰ নাম লিখা। 

উত্তৰঃ টেনিছ বল, প্লাষ্টিকৰ বল, ক্ৰিকেট বল,  

( ৫ ) পদাৰ্থৰ ঘনত্বৰ সূত্ৰটো কি ? ঘনত্বৰ দুটা এককৰ নাম লিখা।

উত্তৰঃ কোনো পদাৰ্থৰ ভৰক ইয়াৰ আয়তনেৰে হৰণ কৰিলে পোৱা হৰণফলক পদাৰ্থবিধৰ ঘনত্ব বোলে। ঘনত্বৰ দুটা এককৰ নাম- গ্ৰাম আৰু কিলো’গ্ৰাম।

( ৬ ) বস্তুৰ আকাৰ বা আয়তনৰ ওপৰত ঘনত্ব নিৰ্ভৰ নকৰে। কিয়, বুজাই লিখা । এটা পৰীক্ষাত আধা কিল’গ্রাম ভৰৰ আৰু আন এটা পৰীক্ষাত এক কিল’গ্রাম ভৰ লােহা ব্যৱহাৰ কৰা হৈছে । পৰীক্ষা দুটাত লােহাৰ ঘনত্ব একে পােৱা যাবনে ? 

উত্তৰঃ  নাযায়।

( ৭ ) গেছীয় পদার্থৰ কিয় নির্দিষ্ট ঘনত্ব নাথাকে লিখা । 

উত্তৰঃ গেছীয় পদাৰ্থৰ নিৰ্দিষ্ট আয়তন নাথাকে বাবে নিৰ্দিষ্ট ঘনত্ব নাই।

( ৮ ) এক ঘন মিটাৰ পানীৰ ভৰ কিমান ? 

উত্তৰঃ এৰ ঘন মিটাৰ পানীৰ ভৰ এক লিটাৰ।

( ৯ ) ১ কিল’গ্রাম ৯৫০ গ্রা, পাৰাৰ আয়তন ১৫০ ঘন ছেমি.। পাৰাৰ ঘনত্ব উলিওৱা। 

উত্তৰঃ পাৰাৰ ভৰ = ১৯৫০ গ্ৰাম

     পাৰাৰ আয়তন = ১৫০ ঘন ছেমি.          পাৰাৰ ঘনত্ব = (১৯৫০ গ্ৰাম)/(১৫০ঘন ছেমি.)
                               =১৩ গ্ৰাম /ঘন ছেমি.
উত্তৰঃ ১৩ গ্ৰাম /ঘন ছেমি.

( ১০ ) এলুমিনিয়ামৰ ঘনত্ব ৩ গ্রা./ঘন ছেমি.। 

ক ) ৩৫১ গ্রা. এলুমিনিয়ামৰ আয়তন কিমান? 

উত্তৰঃ এলুমিনিয়ামৰ ঘনত্ব= ৩ঘন ছেমি.

               এলুমিনিয়ামৰ ভৰ = ৩৫১ গ্ৰা.

        এলুমিনিয়ামৰ আয়তন = (ভৰ)/(ঘনত্ব)

                                              = (৩৫১ গ্ৰা.)/( ৩ ঘন ছেমি.)

                                   = (৩৫১ গ্ৰা.)/(৩ গ্ৰা.) ✖ (ঘন ছেমি.)/(গ্ৰা.)

                                              = ১১৭ ঘন ছেমি.

                                             উত্তৰঃ ১১৭ঘন ছেমি.

খ ) ১৬০ ঘন ছেমি. এলুমিনিয়ামৰ ভৰ কিমান? 

উত্তৰঃ 

গ ) এলুমিনিয়াম পানীতকৈ কিমান গুণে গধুৰ?

উত্তৰঃ এলুমিনিয়াম পানীতকৈ ২ গুণে গধুৰ। 

( ১১ ) শুদ্ধ উত্তৰত ✓ চিন দিয়া । 

( ক ) তুলাচনীৰে তুলনা কৰা হয়

◻️ ভৰ

◻️ ওজন

◻️ দুয়োটা

উত্তৰঃ ওজন

( খ ) একক ভৰৰ সােণ , লােহা আৰু তাম ল’লে সিহঁতৰ আয়তন

◻️ একে

◻️ একে নহয়।

◻️ ভৰ আৰু আয়তনৰ মাজত সম্পৰ্ক নাই।

উত্তৰঃ ভৰ আৰু আয়তনৰ মাজত সম্পৰ্ক নাই।

( গ ) একে আয়তনৰ পানী , গ্লিছাৰিন আৰু মৌ ল’লে পদার্থ তিনিবিধৰ ভৰ 

◻️  একে

◻️ একে নহয় ।

◻️ ভৰ আৰু আয়তনৰ মাজত সম্পর্ক নাই 

উত্তৰঃএকে

( ঘ ) একেবিধ পদাৰ্থৰ বিভিন্ন ভৰ ললে পদার্থবিধৰ ঘনত্ব 

◻️ বাঢ়িব

◻️ একে থাকিব

◻️ কমিব

উত্তৰঃবাঢ়িব

( ঙ ) এক মিলি, পানীৰ ভৰ

◻️ ১ গ্রা.

◻️ ২ গ্রা. 

◻️ ৩ গ্রা. 

উত্তৰঃ১ গ্রা.

( চ ) ঘনত্ব বাঢ়ি যােৱা ক্ৰমত সজালে কোনটো ক্রম শুদ্ধ? 

◻️ তাম, লােহা, পাৰা

◻️ লােহা, তাম, পাৰা

◻️ লােহা, পাৰা, তাম

◻️ পাৰা, লােহা, তাম।

উত্তৰঃপাৰা, লােহা, তাম।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects