AJB Class 5 Social Science Chapter 10 Answer আমাৰ বজাৰ ব্যৱস্থা

Chapter 10

আমাৰ বজাৰ ব্যৱস্থা

১) একোটিকৈ বাক্যত উত্তৰ লিখাঁ।

(ক) বজাৰ কাক বোলে।

উত্তৰঃ

(খ) বজাৰক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি?

উত্তৰঃ 

(গ) স্থায়ী বজাৰ কাক বোলে?

উত্তৰঃ 

(ঘ) অস্থায়ী বজাৰ কাক বোলে?

উত্তৰঃ 

(ঙ) সাপ্তাহিক বজাৰ কাক বোলে?

উত্তৰঃ

(চ) দৈনিক হাট কাক বোলে?

উত্তৰঃ 

(ছ) দৈনিক হাটবোৰক কিয় অস্থায়ী  বজাৰ বুলি কোৱা হয়?

উত্তৰঃ 

(জ) অসমৰ চাহ বাগানবোৰত পষেকীয়া হাট বহাৰ কৰাণ কি?

উত্তৰঃ 

(ঝ) পাইকাৰী গ্ৰাহক বুলিলে কি বুজা?

উত্তৰঃ 

(ঞ) হাটখোৱা বা মহলদাৰ কাক বোলে?

উত্তৰঃ 

২) খালী ঠাই পূৰ কৰাঁ।

(ক) স্থায়ী বজাৰত থকা দোকান-পোহাৰবিলাক স্থায়ীভাৱে  থাকে।

(খ) খুচিৰা বজাৰত বিক্ৰী কৰা বস্তুবোৰ   বজাৰৰ পৰা কিনি অনা হয়।

(গ) অস্থায়ী বজাৰক   বুলিও কোৱা হয়।

(ঘ) বেপাৰী শ্ৰেণীটোৱে   ৰ ওপৰত ভিত্তি কৰিয়েই জীৱিকা অৰ্জন কৰে।

(ঙ) হাট-বজাৰবোৰ সূচাৰুৰূপে চলোৱাৰ দায়িত্ব    আৰু    ৰ ওপৰত থাকে।

৩। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱাঁ।

’ অংশ’ অংশ
 (ক) সপ্তাহত এদিন বহা হাটপষেকীয়া হাট
(খ) সপ্তাহত দুদিন বহা হাটদৈনিক হাট
(গ) পোন্ধৰ দিনৰ মূৰত বহা হাটখেতিয়ক
(ঘ) প্ৰতিদিন বহা হাটঅৰ্ধ-সাপ্তাহিক হাট
(ঙ) নিজৰ উৎপাদিত বস্তুৰ ৰাহি অংশ বজাৰত বিক্ৰী কৰি জীৱিকা অৰ্জন কৰা লোকবেপাৰী
(চ) বিভিন্ন ঠাইত হাট-বজাৰ কৰি জীৱিকা অৰ্জন কৰা লোকসাপ্তাহিক হাট

উত্তৰঃ

৪। তলৰ বাক্যবোৰ শুদ্ধনে অশুদ্ধ লিখা।

(ক) পাইকাৰী বজাৰত বস্ত্তবোৰ একেলগে অধিক পৰিামণত বেচা-কিনা কৰা হয়।

উত্তৰঃ 

(খ) গাওঁ অঞ্চলত স্থায়ী বজাৰ নাথাকে।

উত্তৰঃ 

(গ) বেপাৰীসকল এখন বজাৰত ক্ৰেতা হ’লে আনখন বজাৰত বিক্ৰেতা হয়।

উত্তৰঃ 

(ঘ) হাটখোৱাই বজাৰখন ডাকি লোৱাৰ বিনিময়ত একো নাপায়।

উত্তৰঃ 

(ঙ) বজাৰ ব্যৱস্থাই সমাজৰ এক শ্ৰেণীৰ লোকক নিয়োগৰ সুবিধা দিছে।

উত্তৰঃ 

৫। চমু উত্তৰ লিখাঁ।

(ক) হাটখোৱাই বজাৰৰ বিক্ৰেতাসকলৰপাৰ কিয় কৰ বা মাচূল সংগ্ৰহ কৰে? (১০-১৫ শব্দৰ ভিতৰত)

উত্তৰঃ

(খ) পাইকাৰী বজাৰতকৈ খুচুৰা বজাৰত বস্ত্তৰ দাম কিয় অধিক হয়? (২০-২৫ টা শব্দৰ ভিতৰত)

উত্তৰঃ 

(গ) হাট-বজাৰবোৰক খবৰৰ কেন্দ্ৰ বুলি কিয় ক’ব পাৰি? (২০-২৫ টা শব্দৰ ভিতৰত)

উত্তৰঃ 

(ঘ) বেপাৰীসকলক সমাজৰ এক গুৰুত্বপূৰ্ণ অংগ বুলি কিয় কোৱা হয়? (২৫-৩০ টা শব্দৰ ভিতৰত)

উত্তৰঃ 

(ঙ) হাট-বজাৰবোৰে আমাক কেনেধৰণে উপকৃত কৰে? (৫০-৬০ টা শব্দৰ ভিতৰত)

উত্তৰঃ 

(চ) হাট-বজাৰবোৰে সমাজৰ এক শ্ৰেণীৰ মানুহক কেনেদৰে জীৱিকা অৰ্জনত সহায় কৰে লিখাঁ।(৫০-৬৫ টা শব্দৰ ভিতৰত)

উত্তৰঃ 

৬। পাৰ্থক্য লিখা।

(ক) স্থায়ী বজাৰ আৰু অস্থায়ী বজাৰ।

উত্তৰঃ

(খ) পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰ।

উত্তৰঃ

(গ) ক্ৰেতা আৰু বিক্ৰেতা।

উত্তৰঃ 

Download Our Mobile App

এতিয়াই Install কৰক!

Install Now
Scroll to Top