AJB Class 5 Social Science Chapter 12 Answer অসমৰ স্থানীয় প্ৰশাসন

Chapter 12

অসমৰ স্থানীয় প্ৰশাসন

১।একোটাকৈ বাক্যত উত্তৰ লিখা।

(ক) কোন চনৰপৰা কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলা স্বায়ত্তশাসিত পৰিষদ গঠন হৈছে?

উত্তৰঃ

(খ) জিলা পৰিষধ এখনৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান?

উত্তৰঃ

(গ) জিলা পৰিষদৰ প্ৰশাসনৰ মূখ্য ব্যক্তিজনক কি বোলে?

উত্তৰঃ

(ঘ) বিটিএএডিক সম্পূৰ্ণ ৰূপত কি বুলি জনা যায়?

উত্তৰঃ

(ঙ)  জিলা পৰিষধৰ প্ৰধান নীতি-নিয়মবোৰ কোনে নিৰ্ধাৰণ কৰে?

উত্তৰঃ

২।খালী ঠাই পূৰ কৰা।

(ক) জিলা পৰিষদৰ সদস্যসকলৰ কাৰ্যকাল   বছৰ।

(খ) সচিবালয়ৰ মুৰব্বী গৰাকীক     বোলা হয়।

(গ)   এ জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য গৰাকীক নিষু্কি দিয়ে।

৩।পাৰ্বত্য জিলাৰ অন্তৰ্গত জিলা দুখনৰ নাম কি কি?

উত্তৰঃ

(খ) চাৰিখন স্বায়ত্তশাসিত পৰিষদৰ নাম লিখাঁ।

উত্তৰঃ

(গ) বিটিএডি পৰিষদৰ অন্তৰ্গত জিলাকেইখনৰ নাম লিখাঁ।

উত্তৰঃ

(ঘ) জিলা পৰিষদৰ গঠন প্ৰণালী বৰ্ণনা কৰা।

উত্তৰঃ

(ঙ) প্ৰাকৃতিক অৱস্থান আৰু অৱস্থিতিৰ ফালৰপৰা অসমৰ জিলাবোৰক কেইভাগত ভগাব পাৰি। ভাগকেইটা কি কি?

উত্তৰঃ

(চ) মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ কাৰ্যাৱলী বৰ্ণনা কৰা।

উত্তৰঃ

(ছ) জিলা পৰিষদৰ ক্ষমতা আৰু কাৰ্যাৱলী চমুকৈ লিখাঁ।

উত্তৰঃ

Download Our Mobile App

এতিয়াই Install কৰক!

Install Now
Scroll to Top