AJB Class 6 Assamese Chapter 10 Answer ফলাফল

ফলাফল

পাঠঃ ১০

ক্ৰিয়া-কলাপ

⚪ অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁঃ

ক্ৰুদ্ধ = খং

ভীষণ = বিৰাট; প্ৰৱল

খতম = ষেশ; অন্ত

[ ১] প্ৰথমে কোৱাঁ, তাৰ পাছত লিখাঁঃ

ক) অজগৰৰ নেজৰ কোবত উভালি পৰা বনজোপাৰ নাম কি ?

উত্তৰঃ অজগৰ নেজৰ কোবত উভালি পৰা বনজোপাৰ নাম হৈছে ববছা।

খ) অজগৰ দুটাৰ কাজিয়াৰ ফলাফল কি হ’ল?

উত্তৰঃ অজগৰ দুটাৰ মৰিল।

[ ২] একে অৰ্থবোধক শব্দ লিখাঁঃ

ক্ৰুদ্ধ- খং

যুদ্ধঃবিগ্ৰ

ভীশণঃ অতিপাত

চকুঃ নয়ন

কাজিয়াঃ

পতিয়নঃ পতোৱা।

[ ৩] বিপৰীত অৰ্থবোধক শব্দ লিখাঁঃ

শেষঃ আৰম্ভ

জয়-পৰাজয়

মিছাঃ সচাঁ

Type Nayan Moni Deka

Post ID : DABP005908

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top