AJB Class 6 Assamese Chapter 10 Answer ফলাফল

ফলাফল

পাঠঃ ১০

ক্ৰিয়া-কলাপ

⚪ অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁঃ

ক্ৰুদ্ধ = খং

ভীষণ = বিৰাট; প্ৰৱল

খতম = ষেশ; অন্ত

[ ১] প্ৰথমে কোৱাঁ, তাৰ পাছত লিখাঁঃ

ক) অজগৰৰ নেজৰ কোবত উভালি পৰা বনজোপাৰ নাম কি ?

উত্তৰঃ অজগৰ নেজৰ কোবত উভালি পৰা বনজোপাৰ নাম হৈছে ববছা।

খ) অজগৰ দুটাৰ কাজিয়াৰ ফলাফল কি হ’ল?

উত্তৰঃ অজগৰ দুটাৰ মৰিল।

[ ২] একে অৰ্থবোধক শব্দ লিখাঁঃ

ক্ৰুদ্ধ- খং

যুদ্ধঃবিগ্ৰ

ভীশণঃ অতিপাত

চকুঃ নয়ন

কাজিয়াঃ

পতিয়নঃ পতোৱা।

[ ৩] বিপৰীত অৰ্থবোধক শব্দ লিখাঁঃ

শেষঃ আৰম্ভ

জয়-পৰাজয়

মিছাঃ সচাঁ

Type Nayan Moni Deka

Post ID : DABP005908