AJB Class 6 English Chapter 6 Answer Parts of the body

Lesson 6

Parts of the body

( শৰীৰৰ অংগ-প্ৰত্যংগ )

Comprehension:

বোধগম্যতা:

Answer the following questions in complete sentences:

বাক্য সমূহৰ সম্পূৰ্ণ ভাবে উত্তৰ দিয়া:

How many fingers and toes are there in our body?
আমাৰ শৰীৰত কেইটা হাতৰ আৰু ভৰিৰ আঙুলি আছে?

Ans:

How many elbows and eyebrows are there in our body?
আমাৰ শৰীৰত কেইটা কিলাকুটি আৰু কেইডাল ভ্ৰূ আছে?

Ans:

How many arms and knees are there in our body?
আমাৰ শৰীৰত কেইটা বাহু আৰু কেইটা ঘিলা আছে?

Ans:

Find out five pairs of rhyming words from the poem.
ৰাইমিং শব্দৰ ৫টা জোৰা লিখা।

(Rhyming words: to end with the same sound)

(ৰাইমিং শব্দ: একে সুৰেৰে সমাপ্ত হোৱা শব্দ)

Ans: