আহোম ৰাজত্ৱকালত মুছললমানৰ প্ৰথম আক্ৰমন
দ্ৱিতীয় অধ্যায়
১) ক) কানাই বৰশী বোৱা শিলালিপিত কোনজন মুছলমান সেনাপতিৰ পৰাজয়ৰ কথা উল্লেখ আছে লিখা্ঁ ?
উত্তৰ ঃ কানাই বৰশী বোৱা শিলালিপিত বখতিয়াৰ খিলিজি নামৰ মুচলমান সেনাপতি পৰাজয়ৰ কখা উল্লেখ আছে ।
খ) কোন চনত মুছলমান সেনাপতি তুৰ্বকে আহোম ৰাজ্য আক্ৰমণ কৰিছিল ?
উত্তৰঃ ১৫৩২ চনৰ এপ্ৰিল মাহত মুচলমান সেনাপতি তুবকে আহোম ৰাজ্য আক্ৰমণ কৰিছিল ।
গ) তুৰ্বকৰ সৈতে হোৱা যুদ্ধজ মৃত্যুবৰণ কৰা আহোম সেনাপতিজন কোন আছিল?
উত্তৰ ঃ- তুৰ্বকৰ সৈতে হোৱা যুদ্ধত মৃত্যুবৰন কৰা আহোম সেনাপতিজন নাম আছিল – ফ্ৰচেংমুং বৰগোহাই ।
ঘ) গজনীৰ চুলতান মহম্মদ ঘোৰীয়ে কিমান খিষ্টাব্দত কোনজন ভাৰতীয় ৰজাক পৰাস্ত কৰিছিল ?
উত্তৰঃ গজনীৰ চুলতান মহম্মদ ঘোৰীয়ে ১১৯২ খ্ৰি.ত প্ৰথ্বিৰাজচৃৌহন ভাৰতীয় ৰজাক পৰাস্ত কৰিছিল ।
ঙ) ১৫২৬ খিষ্টাব্দত কোনে কাক পৰাস্ত কৰি ভাৰতত মোগল ৰাজবংশ শাসন আৰম্ভ কৰিছিল ?
উত্তৰঃ ১৫২৬ খ্ৰি.ত বাবৰে চুলতানে ইব্ৰাহিম লোডি ক পৰাস্ত কৰি ভাৰতত মোগল ৰাজবংশ শাসন আৰম্ভ কৰিছিল ।
চ) ১২০৬ খিষ্টাব্দত কোনজন ৰজাৰ শাসনকালত মুছলমানসকলে প্ৰথমবাৰৰ বাবে কামৰুপ ৰাজ্য আক্ৰমণ কৰিছিল
উত্তৰঃ ১২০৬খ্ৰিষ্টাব্দত পৃথ্বৰজাৰ শাসনকালত মুচলমান সকলে প্ৰথমবৰৰ বাবে কামৰুপ ৰাজ্যৰ আক্ৰমন কৰিছিল ।
২)মুছলমানৰ বিৰুদ্ধে হোৱা যুুূদ্ধত জয়লাভ কৰি বন্দী কৰা মুছলমান সৈন্যসকলক আহোম ৰজা চুহুংমুঙে কি ব্যৱস্থা লৈছিল লিখা্ঁ ।
উত্তৰঃ স্বৰ্গদেও চুহুংমুঙে যুদ্ধত বন্দী হোৱা পুনৰ সংস্থা৩পন দিয়াৰ কথা চিন্তা কৰিলে । সেইবাবে স্বৰ্গদেৱে প্ৰথমে এই মানুহখিনিক হাতীৰ ঘাহ যোগন ধৰা কামত নিয়োজিত কৰিছিল । এই কামত নিয়োজিত কৰিছিল । এই কামত তেওঁলোকে পাৰদৰ্শিতা দেখুৱাব নোৱাৰাৰ বাবে খেতি-বাতি কৰিবলৈ দিয়া হয় । পিছলৈ এইসকলক লোকেই পিতলৰ লোটা ,চৰিয়া কলহ আদি গঢ়ি প্ৰৱতাবলৈ ধৰিলে । এওঁলোকৰ সতি – সন্তিবোৰে কালক্ৰমত মৰীয়া নামেৰে পৰিচয় লাভ কৰে আ্ৰৰু অসমীয়া জাতিৰ অঁগৰ হৈ পৰে গৌড় দেশৰ পৰা আহিছিল বাবে এওঁলোকক গডিয়া বোলা হয় হৈছিল ।
৩) ১৫২৭ খিষ্টাব্দৰ পৰা আহোম আৰু মুছলমান সকলৰ মাজত হোৱা প্ৰথম দুখন যুদ্ধৰ বিষয়ে লিখা্ঁ ।
উত্তৰঃ- ১৫২৭ খ্ৰী.ত আহোম খন যুদ্ধত আহোম স্বৰ্গদেওঁ চুহুংমুং আৰু বংগ দেশৰ মুছলমানসকলৰ মাজত হৈছিল । সেই আক্ৰমনৰ মুছলমানৰ সেনাপতি জনক অসমৰ ইতিহাসত ধৰ উজীৰ বুলি কোৱা হয় । মুচলমান সকলে ব্ৰক্ষপুত্ৰ নদীয়েদি বহুবাৰৰলৈকে উজাই আহি বিশ্বনাথৰ ওচৰৰ বুৰৈ নদীৰ পাৰত উপস্থিত হয় । তাতে দুয়োপক্ষৰ মাজত যুদ্ধ লাগে। যুদ্ধত মুছলমান সকল পৰাস্ত হয় ।এই যুদ্ধৰ পৰা আহোমে – বহুতো হিলৈ আৰু ঘোৰা লাভ কৰে ।
১৫৩২ খ্ৰি.ত এপ্ৰিল মাহত তুৰ্বক নামৰ আন এজন মুছলমান সেনাপতিয়ে পুনৰ আহোম ৰাজ্য আক্ৰমন কৰে । এই তুৰ্বকৰ লগত বঙাল, তাজুহুছেইন খানৰ কেইবাজনো সেনাপতি আহিছিল । এই আক্ৰমন প্ৰতিহত কৰিবলৈ স্বৰ্গদেও চুহুংমুংৰ পুত্ৰ চুক্লেনমুঙে আঘাত পাপ্ত হয় আৰু ফ্ৰাচেং মুং বৰগোহাইঁইকে ধৰি আঠজন সেনাপতিৰ মৃত্য হয় । এই ফ্ৰাচেংমুং বৰগোহাঁই আগাতপাপ্ত হয় আৰু ফ্ৰাচেংমুং বৰগোহাইকে ধৰি আঠজন সেনাপতি মৃত্যু হয় ।
৪) তুৰ্বকৰ আহোম ৰাজ্য আক্ৰমনৰ ঘটনাৱলী বুজাই লিখা্ঁ ।
উত্তৰঃ
৫) তুৰ্বকৰ আহোম ৰাজ্য আক্ৰমনৰ ফলাফল কি আছিল লিখা্ঁ ।
Author – DIKHA BORA
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post