Might Learn Logo Might Learn

AJB Class 7 Science Chapter 3 Answer শ্বাস-প্ৰশ্বাস

অধ্যায়ঃ৩

শ্বাস-প্ৰশ্বাস

1. খালী ঠাই পূৰ কৰা । 

a ) কোষীয় শ্বসনত খাদ্যৰ  অক্সিজেন আৰু গ্লুকজৰ অণু ভাঙি গৈ শক্তি উৎপন্ন হয় ।

c ) পেটৰ ভিতৰত থকা  মধ্যচ্ছদা নামৰ, পেশীৰে গঠিত অংশটোৱে উশাহ – নিশাহত সহায় কৰে । 

d ) উদ্ভিদৰ পূৰঠ কাণ্ডৰ বাকলিত থকা  বাতৰন্ধ্ৰ নামৰ ছিদ্ৰৰ দ্বাৰা পৰিবেশৰ লগত বায়ুৰ বিনিময় হয় । 

e ) সাগৰৰ পাৰৰ মেংপ্রুভ গছৰ শিপা শ্বাস-ক্ৰিয়া ৰ, বাবে মাটিৰ ওপৰলৈ ওলায় । 

2. শুদ্ধ উত্তৰটো বাছি উলিওৱা ঃ

i ) পেশীকোষত হােৱা অবাত শ্বসনত কোনবিধ পদার্থ সৃষ্টি হয় ? 

a ) হাইড্র’ক্লৰিক এছিড b ) এছেটিক এছিড c ) কার্বনিক এছিড d ) লেকটিক এছিড 

উত্তৰঃ d ) লেকটিক এছিড 

ii ) উশাহ লােৱাৰ সময়ত কামিহাড়বােৰ-

a ) ওপৰলৈ উঠে b ) তললৈ নামে c ) লৰচৰ নকৰে d ) উঠা – নমা কৰি থাকে 

উত্তৰঃ a ) ওপৰলৈ উঠে

iii ) নিশাহত এৰি দিয়া বায়ুৰ উপাদানৰ ক্ষেত্ৰত কোনটো কথা শুদ্ধ ? 

a ) কেৱল অক্সিজেন থাকে b ) কেৱল কার্বন ডাইঅক্সাইড থাকে c ) কেৱল জলীয় বাষ্প থাকে d ) আটাইবােৰ থাকে 

উত্তৰঃ  b ) কেৱল কার্বন ডাইঅক্সাইড থাকে 

iv ) কেঁচুৱে কোনটো অংগ ব্যৱহাৰ কৰি শ্বাস – প্রশ্বাস লয় ? 

a ) ক্ষুদ্র হওফাও b ) ছাল c ) ফুল d ) শ্বাসনালী 

উত্তৰঃ b ) ছাল 

v ) তলৰ কোনটো অংগ প্ৰাণীৰ শ্বাস – প্রশ্বাসৰ লগত জড়িত নহয় ?

a ) জলক্লোম  b) কূটপট             c ) ছাল d ) পত্ৰৰন্ধ্ৰ

উত্তৰঃ b) কূটপট 

3. অতি চমুকৈ উত্তৰ দিয়া :                

a ) কি কি অৱস্থাত শ্বাস – প্রশ্বাসৰ হাৰ কম – বেছি হ’ব পাৰে 

উত্তৰঃখেলপথাৰত এপাক দৌৰি অহাৰ পাছত শ্বাস-প্ৰশ্বাসৰ হাৰ  বেছি হয়। আৰু তেনেদৰে দুপাক দৌৰি অহাৰ পাছত শ্বাস-প্ৰশ্বাসৰ হাৰ কম হয়। 

b ) খাদ্যৰ কোনবিধ উপাদানে প্রধানকৈ শক্তিৰ উৎস হিচাপে কাম কৰে ? 

উত্তৰঃ খাদ্যত থকা অক্সিজেনে প্ৰধানকৈ শক্তিৰ উৎস হিচাপে কাম কৰে।

c ) উদ্ভিদদেহৰ কি কি অংগ পৰিবেশৰ লগত বায়ুৰ বিনিময়ত জড়িত থাকে ? 

উত্তৰঃ উদ্ভিদদেহৰ শিপাই পৰিৱেশৰ লগত বায়ুৰ বিনিময়ত জড়িত থাকে।

d ) লালুকীয়ে শ্বাস – প্রশ্বাসত কি অংগ ব্যৱহাৰ কৰে ? 

উত্তৰঃ লালুকীয়ে শ্বাস-প্ৰশ্বাসৰ বাবে হাঁওফাঁও ব্যৱহাৰ কৰে।

e ) শ্বাস – প্রশ্বাসৰ বাবে ভেকুলীয়ে হাঁওফাওৰ উপৰিও কি অংগ ব্যৱহাৰ কৰে ? 

উত্তৰঃ শ্বাস- প্ৰশ্বাসৰ বাবে ভেকুলীয়ে হাঁওফাঁওৰ উপৰিও সেমেকা ছালৰ মাজেৰেও শ্বাস- প্ৰশ্বাস লয়।

4. চমু উত্তৰ লিখা : 

a ) কেঁচু , মাখি , ভেকুলী , জেঠী আৰু তিমি মাছৰ শ্বসনাংগৰ নাম লিখা । 

উত্তৰঃ কেচুঁৱে দেহৰ মাজেৰে শ্বাস-প্ৰশ্বাস লয়।  মাখিয়ে বায়ুছিদ্ৰৰ সহায়ত শ্বাস- প্ৰশ্বাস লয়। জেঠিয়ে হাঁওফাঁও সদৃশ খোটালিৰ সহায়ত শ্বাস- প্ৰশ্বাস লয়। তিমিয়ে হাওঁফাওঁৰে শ্বাস- প্ৰশ্বাস লয়। 

b ) উদ্ভিদৰ শিপাই কেনেদৰে শ্বাস – প্রশ্বাস লয় লিখা । 

উত্তৰঃ উদ্ভিদৰ শিপাই পত্ৰৰন্ধ্ৰ আৰু বাতৰন্ধ্ৰ সহায়ত শ্বাস- প্ৰশ্বাস লয়।

c ) অধিক সময় ধৰি কঠোৰ পৰিশ্ৰম কৰাৰ অন্তত গা বিষায় কিয় ?

উত্তৰঃ অধিক সময় ধৰি কঠোৰ পৰিশ্ৰম কৰাৰ অন্তত গা বিষায় কাৰণ- দীৰ্ঘ সময়ৰ বাবে কৰা শ্ৰমত বহুত শক্তি প্ৰয়েজন হয়। কেৱল সবাত প্ৰশ্বাসে তাক পূৰাব নোৱাৰে। 

d ) আমি হাঁচি আৰু কাহ মাৰোঁ কিয় ? 

উত্তৰঃ যেতিয়া আমাৰ হাঁওফাঁও আৰু বায়ু চলাচল কৰা নলীত কোনো অলাগতিয়াল বস্তু বা অণুজীৱ সোমাই তেতিয়া হাঁচি বা কাহ মাৰো।

e ) শ্বাস – প্রশ্বাসৰ হাৰ মানে কি ? প্রাপ্তবয়স্কসকলৰ এই হাৰৰ মান উল্লেখ কৰাঁ । 

উত্তৰঃ  প্ৰতি মিনিটত আমাৰ বুকুখন যিমানবাৰ ওপৰলৈ উঠে বা যিমানবাৰ তললৈ নামে তাকে শ্বাস-প্ৰশ্বাসৰ হাৰ বোলে। প্ৰাপ্ত বয়স্কসকলৰ প্ৰতি মিনিটত ১২ ৰ পৰা ১৬ বাৰ হয়।

5. বর্ণনাত্মক প্রশ্ন : 

a ) মানুহৰ উশাহ – নিশাহ লােৱা পদ্ধতিটো ব্যাখ্যা কৰাঁ । 

উত্তৰঃ  মানুহে উশাহ ল’লে বুকুৰ কামিহাড়ডাল ওপৰলৈ উঠে। আৰু নিশাহ এৰি দিলে বুকুৰ কামিহাড়ডাল তললৈ নামে। মানুহে উশাহত অক্সিজেন লয়। আৰু নিশাহত কাৰ্বন-ডাই অক্সাইড এৰি দিয়ে।

b ) প্রাণীয়ে কিয় শ্বাস – প্রশ্বাস লয় ? অবাত শ্বসন আৰু সবাত শ্বসনৰ মাজৰ অন্ততঃ চাৰিটা প্রভেদ লিখা।

উত্তৰঃ  মানুহে জীয়াই থাকিবলৈ শ্বাস-প্ৰশ্বাস লয়। অবাত শ্বসন আৰু সবাত শ্বসন প্ৰক্ৰিয়াৰ মাজত চাৰিটা প্ৰভেদ তলত উল্লেখ কৰা হল।

১। অবাত শ্বসনত অক্সিজেন ব্যৱহাৰ কৰি শক্তি উৎপন্ন কৰিব পাৰি। কিন্তু সবাত শ্বসনত অক্সিজেন নোহোৱাকৈ শক্তি উৎপন্ন কৰিব পাৰি।

২। অবাত শ্বসনত শক্তি আৰু কাৰ্বন- ডাই অক্সাইডৰ প্ৰয়োজন হয়। কিন্তু সবাত শ্বসনত কাৰ্বন-ডাই অক্সাইডৰ প্ৰয়েজন নহয়।

৩। অবাত শ্বসনত অক্সিজেন, কাৰ্বন-ডাই অক্সাইডৰ লগতে এলকহল অথবা লেক্টিক এছিদ উৎপন্ন হয়। কিন্তু সবাত শ্বসনত এইবোৰ উৎপন্ন নহয়।

৪। অবাত শ্বসনত অক্সিজেন., কাৰ্বন-ডাই অক্সাইডৰ অবিহনে এই শক্তি উৎপন্ন নহয়। কিন্তু সবাত শ্বসনত এইবোৰৰ অবিহনেও শক্তি উৎপন্ন হয়।

c ) উদ্ভিদে শৰীৰৰ বিভিন্ন অংগৰ দ্বাৰা পৰিবেশৰ লগত কেনেকৈ গেছৰ বিনিময় কৰে লিখা । 

 উত্তৰঃ উদ্ভিদে শৰীৰত থকা পাত আৰু কোমল কাণ্ডত থকা ছিদ্ৰৰ আৰু পূৰঠ কাণ্ডৰ বাকলিত থকা সৰু সৰু ছিদ্ৰৰ সহায়ত পৰিৱেশৰ লগত গেছৰ বিনিময় কৰে। 

d ) হাওফাওৰ বাহিৰে অন্য কি কি অংগৰ দ্বাৰা বিভিন্ন প্রাণীয়ে উশাহ – নিশাহ লয় বর্ণনা কৰা । 

উত্তৰঃ হাঁওফাঁও বাহিৰে বিজলুৱা ছালৰ মাজেৰে বিভিন্ন প্ৰাণীয়ে উশাহ-নিশাহ লয়।

6. চিন্তা কৰি উত্তৰ লিখা ; 

a ) মাটিত গজা উদ্ভিদৰ শিপা বহুদিন ধৰি পানীত বুৰ গৈ থাকিলে গছজোপা মৰহি যায় কিয় ? 

উত্তৰঃ মাটিত গজা উদ্ভিদৰ শিপা বহুদিন ধৰি পানীত বুৰ গৈ থাকিলে গছজোপা মৰহি যায় কাৰণ- পানীৰ ভিতৰত গছৰ শিপাই উশাহ- নিশাহ লব নোৱাৰে।

b ) শিহু , তিমি আদিয়ে মাজে মাজে মূৰটো পানীৰ পৃষ্ঠৰ ওপৰলৈ উলিয়াই দিয়ে কিয় ?

উত্তৰঃ শিহু, তিমি আদিয়ে মাজে- মাজে মূৰটো পানীৰ পৃষ্ঠৰ ওপৰলৈ উলিয়াই দিয়ে কাৰণ- সিহঁতে পানীত থাকে যদিও হাঁওফাঁওৰে উশাহ-নিশাহ লয় ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects