স্ৱৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত আহোম আৰু মোগলৰ সম্পৰ্ক
অধ্যয়- তৃতীয়
১) সএাজিৎ কোন আছিল ?
উত্তৰঃ-সত্ৰাজিত ঢাকাৰ জামিদাৰৰ পুত্ৰ আছিল ।
২) মুছলমানসকলৰ বিৰুদ্ধে প্ৰতাপসিংহক কোন কোন ৰাজ্যৰ ৰাজাই সৈন্য-সামন্ত দি সহায় কৰিছিল ?
উত্তৰঃ- মুছলমানৰ বিৰুদ্ধে প্ৰতাপসিংহক ডিমৰুৱা ৰজা ,জয়ন্তীয়া ৰজা, কাছাৰী ৰজা আদিয়ে সৈন্য-সামন্ত দি সহায় কৰিছিল.
৩) সএাজিতে আহোম আৰু মুছলমানৰ যুদ্ধ বন্ধ হোৱাতো কিয় বিচৰা নাছিল ?
উত্তৰঃ-
৪) ১৬১২ খ্ৰিষ্টাব্দৰ হোজোৰ যুদ্ধৰ ফলাফল কি আছিল লিখা্ঁ ।
উত্তৰঃ- ১৬১২ খিষ্টাব্দত মুচলমানে পুনৰ ব্ৰক্ষপুত্ৰৰ দক্ষিনত থকা কোচহোজোৰ ৰজা ধৰ্মনাৰায়নৰ থকা দুৰ্গ অৱৰোধ কৰিছিল ।
৫) ১৬৩৫ খ্ৰিষ্টাব্দৰ আহোম-মোগলৰ মাজত হোৱা যুদ্ধৰ পৰিণাম কি হৈছি্ল লিখা্ঁ ।
উত্তৰঃ ১৬৩৫ চনত আহোম -স্বৰ্গদেউ প্ৰতাপ সিংই নিজেই মোগলক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল ।
৬) প্ৰতাপ সিংহৰ ৰাজত্বকালত ১৬৩৯ খ্ৰিষ্টাব্দৰ সন্ধি অনুসৰি আহোম আৰু মোগলৰ মাজত হোৱা দীৰ্ঘদিনীয়া যুদ্ধৰ কিদৰে সমাপ্তি ঘটিছিল ?
৭) প্ৰতাপ সিংহৰ ৰাজত্বকালত ১৬৩৯ খ্ৰিষ্টাব্দৰ সন্ধি অনুসৰি আহোম আৰু মোগলৰ মাজত দীৰ্ঘদিনীয়া যুদ্ধৰ কিদৰে সমাপ্তি ঘটিছিল ?
৮) প্ৰতাপ সিংহৰ ৰাজত্বকালত হোৱা আহোম -মোগলৰ মাজৰ যুদ্ধৰ বিষয়ে লিখা্ঁ ?
৯) এজন সমৰকুশলী ৰজা হিচাপে আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ বিষয়ে লিখা্ঁ ?
type Arup
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post