AJB Class 6 Social Science Chapter 10 Answer জনসংখ্যা আৰু অসম

পাঠ ১০

জনসংখ্যা আৰু অসম

১। একোটাকৈ বাক্যত উত্তৰ লিখা।

(ক) জনসংখ্যা বুলিলে কি বুজা?

উত্তৰঃ

(খ) প্ৰব্ৰজন মানে কি?

উত্তৰঃ

(গ) লােকপিয়ল কাক বােলে?

উত্তৰঃ

(ঘ) ভাৰতবৰ্ষত কিমান বছৰৰ মূৰে মূৰে লােকপিয়ল কৰা হয়?

উত্তৰঃ

(ঙ) ২০১১ চনৰ লােকপিয়ল মতে অসমৰ কোনখন জিলা অধিক জনবসতিপূর্ণ?

উত্তৰঃ

(চ) ২০১১ চনৰ লােকপিয়ল মতে অসমৰ কোনখন জিলাত জনসংখ্যা ঘনত্ব আটাইতকৈ অধিক?

উত্তৰঃ

(ছ) অসমৰ কোনখন জিলাত শিক্ষিত ব্যক্তিৰ সংখ্যা আটাইতকৈ অধিক?

উত্তৰঃ

(জ) অসমৰ কোনখন জিলাত শিক্ষিত ব্যক্তিৰ সংখ্যা আটাইতকৈ কম?

উত্তৰঃ

২। তলত দিয়া প্রশ্নসমূহৰ যথাযথ উত্তৰ লিখা।

(ক) জনসংখ্যা হ্রাস পােৱাৰ কাৰণ লিখা।

উত্তৰঃ

(খ) বহিঃপ্রব্রজন আৰু আন্তঃপ্রব্রজন কাক বােলে?

উত্তৰঃ

(গ) জনসংখ্যাৰ বিতৰণ বুলিলে কি বুজা?

উত্তৰঃ

(ঘ) জনসংখ্যা ঘনত্ব মানে কি ? জনসংখ্যা ঘনত্ব কেনেদৰে উলিওৱা হয়?

উত্তৰঃ

(ঙ) অসমলৈ প্ৰধানকৈ ক’ৰ ক’ৰ পৰা প্ৰব্ৰজনকাৰী আহে?

উত্তৰঃ

(৩) কোনাে অঞ্চলত জনসংখ্যা ঘন আৰু কোনাে অঞ্চলত পাতল হােৱাৰ কাৰণসমূহ কি কি?

উত্তৰঃ

(৪) অসমত দ্রুতগতিত জনসংখ্যা বৃদ্ধি পােৱাৰ কাৰণসমূহ লিখা।

উত্তৰঃ

– জন্ম আৰু মৃত্য়ুৰ হাৰৰ পাৰ্থক্য়ঃ

– অসমলৈ ঘটা প্ৰবজনঃ

(৫) জনসংখ্যা বৃদ্ধিৰ ফলত উদ্ভৱ হােৱা সমস্যাসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ

(i) নিবনুৱা সমস্য়াঃ

(ii) খাদ্য় সমস্য়াঃ

(iii) বসবাসৰ সমস্য়াঃ

(iv) প্ৰদূষণৰ সমস্য়াঃ

(v) মূল্য় বৃদ্ধিৰ সমস্য়াঃ

(vi) কৃষি ভূমিৰ অভাৱঃ

(vii) বনাঞ্চল হ্ৰাসঃ

(viii) ক্ষয়শীল সম্পদৰ অভাৱঃ