AJB Class 6 Social Science Chapter 2 Answer ভাৰতত মৌৰ্য্যসকল

পাঠ ২

ভাৰতত মৌৰ্য্যসকল

১। কেৱল উত্তৰ লিখা।

(ক) চন্দ্ৰগুপ্তই প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি?

উত্তৰঃ

(খ) সাম্ৰাজ্য স্থাপনত চন্দ্ৰগুপ্তক সহায় কৰা ব্যক্তিজনৰ নাম কি আছিল?

উত্তৰঃ

(গ) ‘অমিত্ৰঘাত’ উপাধি কোনে লৈছিল?

উত্তৰঃ

(ঘ) বিন্দুসাৰৰ ৰাজত্বকালত অহা গ্ৰীক কটকীজনৰ নাম কি আছিল?

উত্তৰঃ

(ঙ) মৌৰ্য্যসকলৰ শ্ৰেষ্ঠ সম্ৰাট কোন আছিল?

উত্তৰঃ

(চ) চণ্ডাশােক বা কালাশােক মানে কি বুজা?

উত্তৰঃ

(ছ) ‘ইণ্ডিকা’ আৰু ‘মুদ্রাক্ষস’ কোনে কোনে ৰচনা কৰিছিল?

উত্তৰঃ ‘

(জ) মৌর্য শাসন ব্যবস্থাত কৰ সংগ্ৰহ কৰা বিষয়াজনৰ নাম কি আছিল?

উত্তৰঃ

(ঝ) ‘দেৱানামপ্রিয়’ উপাধি কোনে আৰু কিয় লৈছিল?

উত্তৰঃ

(ঞ) ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকটো অশােকৰ কোনটো স্থাপত্য কলাৰ নিদর্শন?

উত্তৰঃ

২। খালী ঠাই পূৰ কৰা।

(ক) ইজিপ্তৰ ৰজা _ ও কটকী পঠাই বিন্দুসাৰৰ লগত বন্ধুত্ব স্থাপন কৰিছিল।

(খ) অশােকে -নীতি এৰি __ নীতি গ্রহণ কৰিছিল।

(গ) চন্দ্রগুপ্ত মৌর্য্যই ৰাজধানী _ প্রথমবাৰৰ বাবে পৌৰ শাসন ব্যৱস্থাৰ প্ৰৱর্তন কৰে।

(ঘ) _ ওপৰত লগােৱা কৰেই আছিল মূলতঃ মৌর্য সাম্রাজ্যৰ ৰাজহৰ মূল ভেটি।

(ঙ) __ বিধি-বিধানৰ ওপৰত নিৰ্ভৰ কৰি ন্যায়ৰ ৰায় দিছিল।

৩। চমু উত্তৰ লিখা।

(ক) চন্দ্রগুপ্তৰ শাসন কালছােৱাক মূলতঃ কেইভাগত ভগাব পাৰি? আৰু কি কি?

উত্তৰঃ

(খ) চন্দ্রগুপ্তৰ সৈন্যবাহিনীৰ ভাগকেইটা কি কি আছিল লিখা।

উত্তৰঃ

(গ) অশােকৰ ধৰ্ম প্ৰচাৰৰ মূল লক্ষ্য আৰু নীতি কি কি আছিল?

উত্তৰঃ

(ঘ) অশােকে ধর্ম প্রচাৰৰ বাবে সিংহললৈ কাক কাক পঠাইছিল?

উত্তৰঃ

৪। চমু টোকা লিখা।

(ক) বিন্দুসাৰ

উত্তৰঃ

(খ) মৌৰ্যযুগৰ অর্থনৈতিক অৱস্থা

উত্তৰঃ

(গ) শিল্প – সংস্কৃতিলৈ অশােকৰ অৱদান।

উত্তৰঃ ভাৰতীয় শিল্পকলাই মৌৰ্য্য় যুগত

(ঘ) মৌর্য যুগৰ ন্যায় ব্যৱস্থা।

উত্তৰঃ

৫। উত্তৰ লিখা।

(ক) কোনজন মৌৰ্য্য সম্রাটে পাটলিপুত্ৰত প্ৰথমবাৰৰ বাবে পৌৰ শাসন ব্যৱস্থাৰ প্ৰচলন কৰিছিল? তেওঁ গঠন কৰা সমিতিকেইখনৰ কাম কি কি আছিল?

উত্তৰঃ

(খ) বৌদ্ধ ধর্ম প্রচাৰৰ বাবে অশােকে গ্রহণ কৰা যি কোনাে চাৰিটা নীতি উল্লেখ কৰা ।

উত্তৰঃ

(গ) অশােকৰ যি কোনাে আঠখন শিলালিপিৰ নাম লিখা।

উত্তৰঃ

৬। ভাৰতত প্রথম সাম্রাজ্য কোনে প্রতিষ্ঠা কৰিছিল? তেওঁ কেনেকৈ সাম্রাজ্য স্থাপনত সফল হৈছিল বর্ণনা কৰা।

উত্তৰঃ

৭। অশােকৰ ৰাজত্বকালৰ ধর্মীয় অৱস্থাৰ বিষয়ে এটি চমু বিৱৰণ দিয়া।

উত্তৰঃ

৮। মৌর্য সাম্রাজ্যৰ পতনৰ কাৰণসমূহ লিখা।

উত্তৰঃ

৯। মৌর্য শাসন ব্যৱস্থাৰ বিষয়ে এটি চমু আলােচনা কৰা ।

উত্তৰঃ