AJB Class 8 Science Chapter 3 Answer সাংশ্লেষিক আহঁ আৰু প্লাষ্টিক

পাঠ ৩

সাংশ্লেষিক আহঁ আৰু প্লাষ্টিক

1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

i) কোনবিধ সম্পূৰ্ণৰূপে সাংশ্লেষিক আঁহ নহয়?

a) নাইলন  b) ৰেয়ন  c) পলিয়েষ্টাৰ  d) এক্রাইলিক

উত্তৰঃ

ii) তাপদৃঢ় প্লাষ্টিকৰ উদাহৰণ হ’ল 一

a) বহুযােগী 6-6  b) এডিপিক এছিড  c) মেলামাইন  d) পলিয়েষ্টাৰ

উত্তৰঃ 

iii) সাংশ্লেষিক আঁহবােৰ হ’ল— 

a) সৰলৰৈখিক শৃংখল বহুযোগী  b) শাখা শৃংখলযুক্ত বহুযোগী  

c) ক্ৰছ-সংলগ্ন বহুযােগী  d) একযােগী

উত্তৰঃ 

iv) প্রথম আবিষ্কৃত পলিয়েষ্টাৰবিধ হ’ল— 

a) PET   b) অৰলন   c) বহুযোগী 6-6    d) এষ্টাৰ 

উত্তৰঃ 

v) গৰমকালি কোনবিধ কাপোৰ আৰামদায়ক হয়?

a) কপাহী  b) নাইলন  c) পলিয়েষ্টাৰ  d) এক্রাইলিক 

উত্তৰঃ 

2. খালী ঠাই পূৰ কৰাঃ

i) ৰেয়ন আঁহ চেলুলজৰ পৰা প্ৰস্তুত কৰা হয়।

ii) বহুযোগী 6-6 নামৰ নাইলনবিধৰ একযােগী হ’ল এপিডিক এছিড আৰু হেক্সামিথিলিন ডাএমাইন

iii) এক্ৰাইলিক নামৰ সাংশ্লেষিক আঁহবিধ উণ আঁহৰ দৰে।

iv) যিমান বল প্রয়ােগ কৰিলে সূতা এডাল ছিগে তাকে সূতাডালৰ টান প্ৰতিৰোধী ক্ষমতা বুলি ভাবিব পাৰি।

v) ক্ৰছ-সংলগ্ন প্লাষ্টিক চনকা।

vi) পানী, শীতল পানীয় আদি ৰখা বটলবােৰ সাধাৰণতে PET নামৰ প্লাষ্টিকেৰে তৈয়াৰী।

3. সাংশ্লেষিক আঁহেৰে তৈয়াৰী কাপােৰৰ সুবিধাসমূহ বর্ণনা কৰা।

উত্তৰঃ

4. সাংশ্লেষিক আঁহৰ অসুবিধাসমূহ বর্ণনা কৰা।

উত্তৰঃ 

5. আঁহৰ টান প্রতিৰােধী ক্ষমতা কেনেদৰে জুখিব পাৰি লিখা।

উত্তৰঃ 

6. ৰেয়ন আঁহ কিয় সম্পূৰ্ণৰূপে সাংশ্লেষিক আঁহ নহয় লিখা।

উত্তৰঃ 

7. তােমাক এটুকুৰা কাপােৰ দিয়া হৈছে। কাপােৰ টুকুৰা প্রাকৃতিক নে সাংশ্লেষিক কেনেদৰে প্ৰমাণ কৰিবা?

উত্তৰঃ 

8. প্লাষ্টিকৰ সামগ্ৰীসমূহ জনপ্রিয় হােৱাৰ কাৰণ বর্ণনা কৰা । 

উত্তৰঃ 

9. প্লাষ্টিক আৱৰ্জনাৰ ব্যৱস্থাপনাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ 

10. প্লাষ্টিকে পৰিৱেশ কেনেদৰে প্ৰদূষিত কৰে লিখা।

উত্তৰঃ