মটকসকল | Chapter 5 | Class 10 বৈচিত্ৰ্য়ময় অসম Question Answer | Class 10 বৈচিত্ৰ্য়ময় অসম Question Answer Solution For Assam | সকলো ধৰণৰ প্ৰশ্ন আৰু উত্তৰ |
মটকসকল প্ৰশ্নাৱলীঃ ১। মটক শব্দৰ অৰ্থ লিখা? উত্তৰঃ মটক শব্দৰ অৰ্থ হৈছে উপযুক্ত, জ্ঞানী, শক্তিশালী, পণ্ডিত লোক। ২। মটক শব্দটিৰ উৎপত্তি