Category: AJB Class 6 Mahapurush Sankardev (AM)

AJB Class 6 Mahapurush Shankardev Chapter 18 Answer

অনুশীলনীঃ- ১।মাধৱদেৱৰ গাত কি কি গুণ দেখি শংকৰদেৱে তেওঁক উত্তৰাধিকাৰী পাতিছিল আলোচনা কৰাঁ । উত্তৰঃ- মাধৱদেৱৰ গাত বহুমুখী প্ৰতিভাৰ উমান বহুবাৰ, বহু কথা-কামৰ জৰিয়তে তেওঁক উত্তৰাধিকাৰী পাতিছিল। তেওঁ জানিছিল যে সুৰুচিবোধেৰে সামাজিক পৰিৱেশ উন্নত কৰিব পৰা যোগ্য়তা কেৱল মাধৱদেৱৰ আছে। ২। নৰনাৰায়ণে শংকৰদেৱৰ ওচৰত গুৰু মানি শৰণাপন্ন হ’ব খোজোঁতে শংকৰদেৱে কি যুক্তি দৰ্শাই ৰজাক নিবাৰণ…

Read the full article

AJB Class 6 Mahapurush Shankardev Chapter 17 Answer

অনুশীলনীঃ- ১। নৰনাৰায়ণ ৰজাই শংকৰদেৱক গোকুল, বৃন্দাবনৰ ছবি ক’ত আঁকি দেখুৱাবলৈ কৈছিল? শংকৰদেৱে ক’ত দেখুৱালে? উত্তৰঃ- নৰনাৰায়ণে গোকুল, বৃন্দাবনৰ ছবি পটত অংকিত কৰি দেখুৱাবলৈ কৈছিল আৰু শংকৰদেৱে কাপোৰত বৈ দেখুৱালে। ২। বৃন্দাবনী বস্ত্ৰৰ বিষয়ে এটি টোকা যুগুত কৰাঁ । উত্তৰঃ- বৃন্দাৱনী বস্ত্ৰ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্ত্বাৱধানত বৈ উলিওৱা এখন দীঘলীয়া বস্ত্ৰ। বস্ত্ৰখনত বৃন্দাবনত থাকোঁতে…

Read the full article

AJB Class 6 Mahapurush Shankardev Chapter 16 Answer

অনুশীলনীঃ- ১। পাঠটিত উল্লেখ থকা মজাৰ ঘটনাটো তোমাৰ কথাৰে বৰ্ণনা কৰাঁ । উত্তৰঃ- এদিন শংকৰদেৱ ৰাজসভাৰপৰা সোনকালে আহিছিল কিন্তু ঘৰত সোমোৱাৰ আগতে তেওঁ চিলাৰায়ৰ ওচৰলৈ গৈছিল। তেওঁ জানিব বিচাৰিছিল যে নৰনাৰায়ণ কিয় চিন্তিত হৈছে। তেতিয়া চিলাৰায়ে শংকৰদেৱক কৈছিল যে দেশলৈ দুটা মাল যুঁজাৰু আহিছে আৰু সেই মালকেইটাই নৰনাৰায়ণৰ লগত যুদ্ধ কৰিব বিচাৰিছে। ৰজাই তেওঁলোকক কৈছে…

Read the full article

AJB Class 6 Mahapurush Shankardev Chapter 15 Answer

অনুশীলনীঃ- ১। কমলপ্ৰিয়া কোন? তেওঁ কোনে লিখা কোনটো গীত গাই চিলাৰায়ৰ মন মুহিছিল? উত্তৰঃ- কমলপ্ৰিয়া আছিল শংকৰদেৱৰ ভতিজা জীয়েক আৰু চিলাৰায়ৰ এগৰাকী অন্য়তম প্ৰিয়তমা পত্নী। তেওঁ শংকৰদেৱে লিখা “পামৰু মন ৰামচৰণে চিত্ত দেহু। অথিৰ জীৱন ৰাম মাধৱকেৰি নামমৰণক সম্বল লেহু।।” কমলপ্ৰিয়াই গাই থকা এই গীতটিয়ে চিলাৰায়ৰ মন মুহিছিল। ২। কমলপ্ৰিয়াই চিলাৰায়ৰ ওচৰত কন্দা – কটা…

Read the full article

AJB Class 6 Mahapurush Shankardev Chapter 14 Answer

অনুশীলনীঃ- ১। কোচ ৰজাক ব্ৰাহ্মণসকলে শংকৰদেৱৰ বিৰুদ্ধে কোৱা কথাখিনি তোমাৰ ভাষাৰে লিখাঁ। উত্তৰঃ- ব্ৰাহ্মনসকলে অতীজৰেপৰা যি নীতি-নিয়ম মানি আহিছিল সেই নীতি-নিয়মবোৰ শংকৰদেৱে নামানে। শংকৰদেৱে শ্ৰাদ্ধৰ বিধি নামানে আৰু তেখেতে ব্ৰাহ্মন নামানে, পূজা নকৰে। সকলো ধৰ্মৰ বাচ-বিচাৰ নকৰি সকলোকে একেলগে সামৰি লৈছে। সকলোৱে কেৱল ‘ভাগৱত’হে পঢ়ে। ‘ভাগৱত’ গ্ৰন্থখনো ভাঙনি কৰিছে নীহকুলীয়া মানুহবোৰে পঢ়িব পৰাকৈ। মুঠতে শংকৰদেৱে…

Read the full article

AJB Class 6 Mahapurush Shankardev Chapter 13 Answer

অনুশীলনীঃ- ১। দ্বিতীয়বাৰ তীৰ্থভ্ৰমণ কৰিবলৈ শংকৰদেৱ কোন ঠাইৰপৰা কিমানজন সংগী লৈ গৈছিল ? ভ্ৰমণৰ বাটত শংকৰদেৱৰ দৃষ্টি কাঢ়ি নিয়া এটা ঘটনা উল্লেখ কৰাঁ । উত্তৰঃ- দ্বিতীয়বাৰ তীৰ্থভ্ৰমণ কৰিবলৈ শংকৰদেৱ পাটবাউসীৰপৰা আৰু এশ বিছজন সংগীৰ লগতে প্ৰিয় সখা তথা শিষ্য় মাধৱক লৈ গৈছিল। ভ্ৰমণৰ বাটত শংকৰদেৱৰ দৃষ্টি কাঢ়ি নিয়া এটা ঘটনা হ’ল – এঠাইত তেওঁ হাবিৰ…

Read the full article

AJB Class 6 Mahapurush Shankardev Chapter 12 Answer

অনুশীলনীঃ- ১। হালোৱা – হজুৱা, অনাখৰী মানুহবোৰ শংকৰদেৱৰ ওচৰলৈ কিয় আহিছিল ? উত্তৰঃ- শংকৰদেৱৰ কণ্ঠত গীত (বৰগীত), ঘোষা-পদ শুনিবলৈ তেওঁৰ ওচৰলৈ হালোৱা-হজুৱা, অনাখৰী মানুহবোৰ আহিছিল। ২। সৰ্বজয় কোন আছিল ? তেওঁ কৰা কি কাৰ্য চাই লগৰীয়া ভকতকেইজনে মুখ টিপি হাঁহিছিল ? উত্তৰঃ- সৰ্বজয় আছিল শংকৰদেৱৰ অতি মৰমৰ এজন সৰুকালৰ লগৰীয়া ভকত। এদিনাখন সৰ্বজয়ে একান্তমনে নাম…

Read the full article

AJB Class 6 Mahapurush Shankardev Chapter 11 Answer

অনুশীলনীঃ ১। আহোম ৰজাৰ ওচৰত শংকৰদেৱৰ বিৰুদ্ধে গোচৰ তৰিবলৈ যোৱা মানুহবোৰ কোন আছিল ? তেওঁলোকে ৰজাক কি কথা লগাইছিল ? উত্তৰঃ- আহোম ৰজাৰ ওচৰত শংকৰদেৱৰ বিৰুদ্ধে গোচৰ তৰিবলৈ পুৰোহিত ব্ৰাহ্মন শ্ৰেণীটোৰ কেইজনমান ব্ৰাহ্মন গৈছিল। তেওঁলোকে ৰজাৰ আগত কৈছিল যে শংকৰদেৱে ধৰ্মৰ নামত দেশলৈ ব্য়ভিচাৰ আনিছে। সাতামপুৰুষীয়া জাত-কুলৰ বাচ-বিচাৰ নোহোৱা কৰি সকলো একাকাৰ কৰি পেলাইছে। সমাজৰ…

Read the full article

AJB Class 6 Mahapurush Shankardev Chapter 10 Answer

অনুশীলনীঃ ১। বৰদোৱা এৰিব লগা হোৱা বাবে শংকৰদেৱৰ কেনে লাগিছিল? বৰদোৱা এৰাৰ আগমুহূৰ্তত তেওঁৰ কি কি কথা মনলৈ আহিছিল? উত্তৰঃ- বৰদোৱা এৰিব লগা হোৱা বােবে শংকৰদেৱৰ মনে মনা নাছিল। উপৰিপুৰুষে পাতি থৈ যোৱা ভূঞা ৰাজ্য়খন এৰি আন ঠাইলৈ যাবলৈ শংকৰদেৱৰ মনে নসহিলে। বৰদোৱা এৰাৰ আগমুহূৰ্তত তেওঁৰ শৈশৱৰ অনেক ঘটনাৰ স্মৃতি বিজড়িত হাবিখন, তাত থকা চৰাই-চিৰিকটি…

Read the full article

AJB Class 6 Mahapurush Shankardev Chapter 9 Answer

অনুশীলনীঃ ১। শংকৰদেৱে বৰদোৱা কিয় এৰিব লগা হৈছিল? শংকৰদেৱৰ অজ্ঞাতে ভৃঞাসকলে কৰা কামটো কি আছিল? উত্তৰঃ- শংকৰদেৱৰ অজানিতে এইদৰে কছাৰীসকলক বধ কৰাৰ বাবে ভুঞাসকলক তেওঁ দোষাৰোপ কৰিলে। এই কাৰণতেই শংকৰদেৱ বৰদোৱা এৰিব লগা হৈছিল। শংকৰদেৱৰ অজ্ঞাতে ভুঞাসকলে বুদ্ধি কৰি কছাৰীসকলক ভোজ খাবলৈ মাতি আনি কিছুমানক মাৰি পেলালে আৰু কিছুমান পলাই সাৰিল। Question Type : Sumit…

Read the full article