Category: AJB Class 7 Assamese (AM)

AJB Class 7 Assamese Answer

অধ্যায়ঃ ১। আমাৰ গাওঁ (পদ্য) অধ্যায়ঃ ২। হাতীক গা ধুওৱাৰ কথা অধ্যায়ঃ ৩। আনন্দৰাম ঢেকিয়াল ফুক অধ্যায়ঃ ৪। কাজিৰঙাত এদিন অধ্যায়ঃ ৫। পোহৰ-পখিলা (পদ্য) অধ্যায়ঃ ৬। বাদলৰ বিদ্যালয় অধ্য়ায়ঃ ৭। মোহন আৰু কলীয়া অধ্যায়ঃ ৮। গ্ৰাহক আহিলে খং উঠা দোকানীজন অধ্যায়ঃ ৯। তৰা (পদ্য) অধ্যায়ঃ ১০। কাঁহৰ মেল অধ্যায়ঃ ১১। ইয়াতে মাৰিলোঁ টিপা অধ্যায়ঃ ১২।…

Read the full article

AJB Class 7 Assamese Chapter 18 Answer শ্ৰী শংঙ্কৰদেৱ

শ্ৰী শংঙ্কৰদেৱ পাঠ – ১৮ ১) কবিতাটোৰ সাৰাংশ লিখা্ঁঃ উত্তৰঃ কবিয়ে ধ্যানমগ্ন যোগী অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱৰ গুণ গৰিমাৰ কথা এই কবিতাটোৰ জৰিয়তে প্ৰকাশ কৰিছে। আমাৰ এই প্ৰৱিত্ৰ ভূমিত শংকৰদেৱে স্বৰ্গৰ বাতৰি আনি এই মত্যখন প্ৰৱিত্ৰ কৰিলে। ভক্তিৰ সোঁত বুৱাই, ধৰ্ম, ভাষা আদিৰ জ্ঞান আমাক দি জীৱন দান কৰিছে। অসমৰ ৰীতি-নীতি, সদাচাৰ, ধৰ্মভাৱ আদি সৎ গুণ তেওঁৱে এই…

Read the full article

AJB Class 7 Assamese Chapter 17 Answer চৰাই জগত

চৰাই জগত ১) একোটিকৈ বাক্যত উত্তৰ লিখাঃ ক) পৃথিৱীত কিমানবিধ প্ৰজাতিৰ চৰাই আছে? উত্তৰঃ পৃথিৱীত প্ৰায় ৮৭০০- বিধ বিভিন্ন প্ৰজাতিৰ চৰাই আছে। খ) গছৰ গুটি খোৱা চৰাইৰ ঠোঁট কেনে হয়? উত্তৰঃ গছৰ গুটি খোৱা চৰাইৰ ঠোঁট চুটি আৰু টান। গ) মৌপিয়া চৰাইয়ে কেনেকৈ ফুলৰ মৌ চুহি খাব পাৰে? উত্তৰঃ মৌপিয়া চৰাইৰ ঠোঁট জোঙা আৰু বেঁকা। সেইবাবে সিহঁতে ফুলত…

Read the full article

AJB Class 7 Assamese Chapter 16 Answer অসমৰ সংস্কৃতিৰ বিশিষ্ট অংগ ঢোল

অসমৰ সংস্কৃতিৰ বিশিষ্ট অংগ ঢোল পাঠ – ১৬ ১) সম্পূৰ্ণ বাক্যত উত্তৰ লিখাঁ ক) প্ৰায়োগিক দিশৰ পৰা ঢোলবাদ্যক কি কি ভাগত ভগাব পাৰি? উত্তৰঃ প্ৰায়োগিক দিশৰ পৰা ঢোলবাদ্যক তিনিপ্ৰকাৰত ভগাব পাৰি। নৃত্যৰ লগত বজালে নৃত্যানুগ, গীতৰ লগত বজালে গীতানুগ আৰু এককভাৱে বজালে সুষ্ক বুলি কোৱা হয়। খ) ঢোল নামৰ বাদ্যবিশেষৰ সৃষ্টি কিহৰ অনুকৰণত হৈছে? উত্তৰঃ ঢোল নামৰ…

Read the full article

AJB Class 7 Assamese Chapter 15 Answer কাগজ-কলমৰ ৰণ

কাগজ-কলমৰ ৰণ ১) একোটিকৈ বাক্যত উত্তৰ লিখাঁঃ ক) কাগজ আৰু কলমৰ জংক-পংক দেখি সোনতিয়ে কাক মাতিছিল? উত্তৰঃ কাগজ আৰু কলমৰ জংক-পংক দেখি সোনতিয়ে দেউতাক আৰু আইতাকক মাতিছিল। খ) কাগজ-কলমে সোণটিৰ পঢ়া মেজখন কি কৰি পেলাইছিল? উত্তৰঃ কাগজ-কলমে সোণটিৰ পঢ়া মেজখন শৰাইঘাট কৰি পেলালে। গ) কাগজে কাক মহাপুৰুষ বুলি কৈছে? উত্তৰঃ কাগজে কলমক মহাপুৰুষ বুলি কৈছে। ঘ) কাগজ আৰু…

Read the full article

AJB Class 7 Assamese Chapter 14 Answer সীতানাথ ব্ৰক্ষচৌধুৰী

সীতানাথ ব্ৰক্ষচৌধুৰী ১) একোটিকৈ বাক্যত উত্তৰ লিখাঃ ক) বিদ্যালয়খনলৈ অহা ওখ-পাখ,শকত-আৱত মানুহজন কোন আছিল? উত্তৰঃ বিদ্যালয়খনলৈ অহা ওখ-পাখ, শকত-আৱত মানুহজন অসমৰ মন্ত্ৰী ছাৰ ছৈয়দ ছাদুল্লা আছিল। খ)সীতানাথ ব্ৰহ্মচৌধুৰীয়ে ভাইচ চেয়াৰমেনৰ দায়িত্ব লৈ কি কৰিছিল? উত্তৰঃ সীতানাথ ব্ৰহ্মচৌধুৰীয়ে ভাইচ চেয়াৰমেনৰ দায়িত্ব লৈয়েই এখন বিদ্যালয়ৰ বাহিৰে ধুবুৰী মহকুমাৰ সকলোবোৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ মাধ্যম অসমীয়া কৰালে। তদুপৰি সেই সময়ত বড়ো…

Read the full article

AJB Class 7 Assamese Chapter 13 Answer অৰ্জুন ভঞ্জন

অৰ্জুন ভঞ্জন ১)প্ৰথমে কোৱা তাৰ পাছত লিখা্ঁঃ ক) যশোদাক কিয় নন্দৰানী বোলা হয়? উত্তৰঃ নন্দৰ পত্নী হোৱা কাৰণে যশোদাক নন্দৰাণী বোলা হয়। খ) মথনি দণ্ড মানে কি? উত্তৰঃ দধি মথা মাৰি ডালক মথনি দণ্ড বোলে। গ) কৃষ্ণই কি কাৰণে দণ্ডডাল ভাঙি পেলাইছিল? উত্তৰঃকৃষ্ণই যেতিয়া যশোদাক স্তনপান কৰাই আছিল ,তেতিয়া যশোদাক কোনোৱা গোৱালীয়ে গাখীৰ পৰিল বুলি কোৱাত কৃষ্ণক…

Read the full article

AJB Class 7 Assamese Chapter 12 Answer জোনবিল মেলা

জোনবিল মেলা অধ্যায়ঃ ১২ ১)উত্তৰ লিখাঃ ক)পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ উৎসৱ কি? উত্তৰঃ পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ উৎসৱ হল জোনবিল মেলা। খ) জোনবিল নামে ডাঙৰ বিলখন কত অৱস্থিত? উত্তৰঃ জাগীৰোড আৰু জাগীভকত গাঁৱৰ মধ্যত জোনবিল নামে ডাঙৰ বিলখন অৱস্থিত। গ) মনেপতা বিহু কি? উত্তৰঃ গোভা ৰাইজে আনৰ দৰে সংক্ৰান্তিৰ দিনা বিহু নাপাতে । তাৰ পিছৰ সপ্তাহৰ শনিবাৰটোতহে পাতে। সেয়ে ইয়াক মনেপতা বিহু…

Read the full article

AJB Class 7 Assamese Chapter 11 Answer সুখ

সুখ পাঠ – ১১ ১) কবিতাটি মুখস্থ লিখা্ঁ ২) কবিগৰাকীৰ আন কবিতা সংগ্ৰহ কৰি পঢ়াঁ। ৩) উত্তৰ লিখাঁঃ ক) সুখ বিচাৰোঁতে মানুহে সংসাৰত কি পায় ? উত্তৰঃ সুখ বিচাৰোঁতে মানুহে সংসাৰত দুখৰ উপৰি দুখ পায়। খ) কাৰ পাছে পাছে সুখ ফুৰে? উত্তৰঃ যিয়ে স্বাৰ্থ বলিদান দিব পাৰে তেওঁৰ পাছে পাছে সুখ ফুৰে। গ) সংসাৰত কেনেকৈ সুখৰ ঠাই…

Read the full article

AJB Class 7 Assamese Chapter 10 Answer অনুৰাগ আৰু চাৰমেন ক্ৰৰ মানুহবোৰ

অনুৰাগ আৰু চাৰমেন ক্ৰৰ মানুহবোৰ পাঠ – ১০ ১)উত্তৰ লিখাঃ ক) অনুৰাগক কিহে বৰকৈ আকৰ্ষণ কৰে? উত্তৰঃ অসমৰ বিভিন্ন জনজাতিৰ পৰম্পৰাগত সংস্কৃতিয়ে অনুৰাগক বৰকৈ আকৰ্ষণ কৰে। খ) অনুৰাগৰ দেউতাকে ক’ত চাকৰি কৰে? উত্তৰঃ অনুৰাগৰ দেউতাকে কাৰ্বি আংলং জিলাৰ সদৰ ডিফুত চৰকাৰী আবাসত থাকি চাকৰি কৰে। গ) অনুৰাগে গাড়ীৰ খিৰিকিৰে কি দেখি আত্মহাৰা হৈছিল? উত্তৰঃ অনুৰাগে গাড়ীৰ খিৰিকিৰে সোণালী…

Read the full article