বিজ্ঞান আৰু আমাৰ মানসিকতা ২) উত্তৰ দিয়া। (ক) ছিটা সম্পৰ্কে প্ৰচাৰ হোৱা উৰাবাতৰিটো কি মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল? উত্তৰঃ ছিটা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰিটো ভ্ৰাম্য়ভাষৰ যোগেদি প্ৰচাৰ হৈছিল। (খ) বুধবাৰে ছাত্ৰ-ছাত্ৰীসকলে কিয় বিদ্যালয়লৈ অহা নাছিল? উত্তৰঃ বুধবাৰে ছাত্ৰ-ছাত্ৰী সকলে ছিটা লোৱাৰ ভয়ত বিদালয়লৈ অহা নাছিল । (গ) বিদ্য়ালয়লৈ ছিটা সম্পৰ্কে সবিশেষ জনাবলৈ কোন আহিছিল?…