Category: SCERT Class 7 Science (AM)

Class 7 Science Chapter গতি আৰু সময়

অধ্যায়-13 গতি আৰু সময় অনুশীলনী ১) তলৰ গতিসমূহত সৰল ৰৈখিক, বৃত্তিয় বা দোলন গতিত শ্ৰেণীভুক্ত কৰা। ক)দৌৰি থকা অৱস্থাত তোমাৰ হাতৰ গতি । উত্তৰঃ দোলন গতি। খ) এটা পোন ৰাস্তাৰে বাগী টানি থকা ঘোঁৰাৰ গতি। উত্তৰঃ সৰল ৰৈখিক। গ) ঘূৰণ-দোলনা(Merry-go-Round)ত উঠি থকা অৱস্থাত শিশুৰ এটাৰ গতি। উত্তৰঃ বৃত্তীয়। ঘ)ঢেঁকী পাত(See-Saw)ত উঠি থকা অৱস্থা শিশু এটাৰ…

Read the full article

Class 7 Science Chapter উদ্ভিদৰ প্ৰজনন

অধ্যায়-১২ উদ্ভিদৰ প্ৰজনন 👉অনুশীলনী ১) খালী ঠাই পূৰ কৰা ক) উদ্ভিদৰ অংগজ অংশৰ পৰা এজোপা নতুন উদ্ভিদৰ সৃষ্টি হোৱাকে __বোলে। উত্তৰঃ অংগজ বংশ বিস্তাৰ খ) এপাহ ফুলত পুং বা স্ত্ৰী জনন যিকোনো এটা অংগ থাকিলে এনেকুৱা ফুলক_ বোলে। উত্তৰঃ একলিংগ ফুল বোলে। গ) একে ধৰণৰ ফুল এপাহৰ পুং কেশৰৰপৰা পৰাগ ৰেনু একেপাহ বা এনেধৰণৰ আন…

Read the full article

Class 7 Science Chapter 10 প্ৰাণী আৰু উদ্ভিদৰ পৰিবহন তন্ত্ৰ

প্ৰাণী আৰু উদ্ভিদৰ পৰিবহন তন্ত্ৰ অনুশীলনী ১) ১ নং স্তম্ভৰ লগত ২ নং স্তম্ভ মিলোৱা i) পত্ৰৰন্ধ্ৰ ———————————a) পানী শোষণ ii) জাইলেম ——————————b) প্ৰম্বেদন iii) চুলি শিপা —————————- d) পানী পৰিবহণ iv) ফ্ল’ৱেম——————————- e) কাৰ্ব’হাইড্ৰেট সংশ্লেষণ ২) খালী ঠাই পূৰ কৰা। i) __ ৰ দ্বাৰা হ্ৰদযন্ত্ৰৰ পৰা তেজ শৰীৰৰ বিভিন্ন অংশলৈ পৰিবাহিত হয়। উত্তৰঃ ধমনীৰ…

Read the full article

Class 7 Science Chapter 9 জীৱৰ শ্বাস-প্ৰশ্বাস

জীৱৰ শ্বাস-প্ৰশ্বা অনুশীলনী ১) দৌৰ শেষ হোৱাৰ পিছত খেলুৱৈ এজনে সাধাৰণতে লোৱাতকৈ বেছি খৰকৈ আৰু দীঘলীয়াকৈ কিয় উশাহ-নিশাহ লয় ? উত্তৰঃ- দৌৰিলে বা গধূৰ বস্তু দাঙিলে আমাৰ দেহত বেছি শক্তি প্ৰয়োজন হয়। কিন্তু এই শক্তি উৎপন্ন কৰিবৰ বাবে অক্সিজেন যোগান সীমিত। সেইবাবে শৰীৰত অক্সিজেনৰ অভাৱ নহ’বৰ বাবে আমি উশাহ-নিশাহ খৰকৈ লওঁ। ২) বায়বীয় আৰু অবায়বীয়…

Read the full article

Class 7 Science Chapter 9 মাটি

মাটি অনুশীলনী প্ৰশ্ন ১আৰু ২ৰ অতি উপযোগী উত্তৰত চিন দিয়া ১) শিলৰ টুকুৰাৰ উপৰি, মাটিত থাকে ক) বায়ু আৰু পানী ।খ) পানী আৰু উদ্ভিদ ।গ) খনিজ লৱন জৈৱিক পদাৰ্থ, বায়ু আৰু পানী ।ঘ) পানী বায়ু আৰু উদ্ভিদ । উত্তৰঃ (গ) খনিজ লৱন জৈৱিক পদাৰ্থ, বায়ু আৰু পানী। ২) পানী ধাৰণ ক্ষমতা সৰ্বাধিক হ’ল ক) বালিচহীয়া…

Read the full article

Class 7 Science Chapter 7 বতাহ, ধুমুহা আৰু ঘূর্ণিবতাহ

বতাহ, ধুমুহা আৰু ঘূর্ণিবতাহ ১। তলৰ উক্তিবোৰত থকা খালী ঠাই পূৰ্ণ কৰা ঃ (ক) বতাহ হ’ল বায়ুৰ অৱস্থা । উত্তৰঃ গতিশীল । (খ) ভূ-পৃষ্ঠত উত্তাপৰ বাবে বতাহৰ উৎপত্তি হয় । উত্তৰঃ তাৰতম্যৰ । (গ) ভূ-পৃষ্ঠৰ ওচৰৰ ঠাইবোৰত বায়ু ঊৰ্দ্ধমুখী হয় আৰু_ বায়ু অধোগামী হয় । উত্তৰঃ গৰম আৰু ঠাণ্ডা । (ঘ) বায়ু _ চাপ অঞ্চলৰ…

Read the full article

Class 7 Science Chapter 6 বতৰ, জলবায়ুৰ সৈতে প্ৰাণীৰ অভিযোজন

বতৰ, জলবায়ুৰ সৈতে প্ৰাণীৰ অভিযোজন ১। ঠাই এখনৰ বতৰ নিয়ন্ত্ৰণ কৰা কাৰকসমূহৰ নাম লিখা। উত্তৰঃ ঠাই এখনৰ বতৰ নিয়ন্ত্ৰণ কৰা কাৰকসমূহৰ নাম হৈছে আৰ্দ্ৰতা, উষ্ণতা , বতাহৰ গতি, বৰষুণৰ পৰিমাণ, আদি । ২। দিনটোৰ ভিতৰত কেতিয়া উচ্চতম আৰু নিম্নতম উষ্ণতা আশা কৰা যায়? উত্তৰঃ দিনটোৰ ভিতৰত উচ্চতম উষ্ণতা আশা কৰা যায় পিছবেলা আৰু নিম্নতম উষ্ণতা…

Read the full article

Class 7 Science Chapter 6 ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন

ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন ১) তলৰ প্রক্রিয়াবোৰত জড়িত হোৱা পৰিৱর্তনবোৰে ভৌতিক আৰু ৰাসায়নিক পৰিবর্তন হিচাপে শ্রেণীবিভাজন কৰা। ক) সালোকসংশ্লেষণ খ) পানীত চেনি দ্রৱীভূত কৰাটো গ) কয়লাৰ দহন ঘ) মনৰ গলন। ঙ) এলুমিনিয়াম ধাতু কোবাই এলুমিনিয়ামৰ পাত তৈয়াৰ কৰাটো। চ) খাদ্যৰ পাচন ক্রিয়া উত্তৰঃ ক) ৰাসায়নিক পৰিৱর্তন খ) ভৌতিক পৰিৱর্তন গ) ৰাসায়নিক পৰিৱর্তন ঘ) ভৌতিক পৰিৱর্তন…

Read the full article

Class 7 Science Chapter 5 অম্ল, ক্ষাৰক আৰু লৱণ

Lesson 5 অম্ল, ক্ষাৰক আৰু লৱণ ১) অম্ল আৰু ক্ষাৰকৰ মাজৰ পার্থক্য লিখা। উত্তৰঃ অম্ল আৰু ক্ষাৰকৰ মাজৰ মূল পার্থক্যসমূহ হ’ল: অম্লত হাইড্ৰজেন আয়ন ((H^+)) থাকে, আৰু ক্ষাৰকত হাইড্ৰোক্সিল আয়ন ((OH^-)) থাকে। অম্লৰ সোৱাদ টেঙা, আৰু ক্ষাৰকৰ সোৱাদ তিতা আৰু চুলে চাবোন পানীৰ দৰে লাগে। অম্লে নীলা লিটমাছ কাগজৰ ৰং ৰঙা কৰে, কিন্তু ক্ষাৰকে ৰঙা…

Read the full article

Class 7 Science Chapter 4 আঁহৰ পৰা কাপোৰলৈ

আঁহৰ পৰা কাপোৰলৈ অনুশীলনী: ১) তোমালোকে তলত দিয়া প্রাক-প্রাথমিক শ্রেণীৰ পদ্যটোৰ লগত বোধ হয় পৰিচিত। i) Baa-Baa black sheep, have you any wool. ii) Mary had a little lamb, whose fleece was white as snow. তলত দিয়া সমূহৰ উত্তৰ দিয়া। ক) Black sheep ৰ কোনটো অংশত ঊণ আছে? উত্তৰঃ Black sheep ৰ ছালখনত ঊণ আছে।…

Read the full article