Category: SCERT Class 7 Social Science Online Exam

Class 7 Social Science Chapter 24 গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম

পাঠ ২৪ গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম ১। চমু উত্তৰ লিখা- (ক) প্ৰচাৰ মানে কি? উত্তৰঃ প্ৰচাৰ বুলিলে যিকোনাে খবৰ, আদেশ, অনুদেশ, উপদেশ আদি এজনৰ পৰা আনজনলৈ, এখন ঠাইৰ পৰা আন এখন ঠাইলৈ সম্প্রসাৰিত হােৱাকে বুজায়। (খ) প্রচাৰ মাধ্যমৰ বিভিন্ন ভাগসমূহ কি কি? উত্তৰঃ প্ৰচাৰ মাধ্যম দুই প্রকাৰৰ – মুদ্রিত আৰু ইলেকট্রনিক। (গ) গণমাধ্যম কাক কয়?…

Read the full article