আমাৰ পৰিবেশ পাঠ ১১। শুৱনি আমাৰ ভৰা বাৰীখনী কিহেৰে ভৰা? উত্তৰঃ শুৱনি আমাৰ ভৰা বাৰী খনী তামোল পাণেৰে ভৰা। ২। গাঁৱৰ পুখুৰী কি হাঁহ চৰে? উত্তৰঃ গাঁৱৰ পুখুৰীত ৰাজহাঁহ চৰে। ৩। কি গছত মৌৱে বাহ লয় ? উত্তৰঃ ঔ-গছত মৌৱে বাহ লয়। ৪। ৰচকী পখিলা দেখী কোন ভোল যায়। উত্তৰঃ ৰচকী পখিলা দেখী বাটৰুৱা ভোল…