SCERT Class 3 Environment Chapter 2 Answer 2026 | আমাৰ বিদ্য়ালয় | অধ্য়ায়-২ | Chapter-2 | Class 3 আমি আৰু আমাৰ পৰিৱেশ Chapter-2 Solution Assamese Medium In- 2026 | Class 3 Environment Chapter 2 Question and Answer Assam In- 2026 |

অধ্য়ায়-২

আমাৰ বিদ্য়ালয়

১।     উত্তৰ লিখা-

(ক) অঞ্জলি, কাবেৰী, ধীৰেণ আৰু ৰফিকুলহঁতৰ শ্ৰেণীকোঠাটো কেনেধৰণৰ লিখা।

উত্তৰঃ অঞ্জলি, কাবেৰী, ধীৰেণ আৰু ৰফিকুলহঁতৰ শ্ৰেণীকোঠাটো আহল-বহল। বতাহ অহা-যোৱা কৰিব পৰা দুৱাৰ-খিৰিকী আৰু ভেণ্টিলেটৰৰ সু-স্ব্য়ৱস্থা আছে।   

(খ) দিশ কেইটা আৰু কি কি?

উত্তৰঃ দিশ কেইটা হ’ল- পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ।  

(গ) তোমালোকৰ ঘৰৰ চাৰিসীমাটো লিখা। 

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজৰ ঘৰ চাৰিসীমাটো লিখা ।

(ঘ) গাখীৰ জুখিবলৈ কি স্কেল ব্য়ৱহাৰ কৰা হয়?

উত্তৰঃ গাখীৰ জুখিবলৈ লিটাৰৰ স্কেল ব্য়ৱহাৰ কৰা হয়। 

২। তোমালোকৰ বিদ্য়ালয়ৰ চাৰিসীমাটো উল্লেখ কৰি এখন নক্সা অংকন কৰা। 

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজৰ বিদ্য়ালয়ৰ চাৰিসীমাটো উল্লেখ কৰি এখন নক্সা অংকন কৰা। 

৩।খালী ঠাই পূৰ কৰাঃ 

(ক) জুলীয়া বস্তু জুখিবলৈ আমি _______ ব্য়ৱহাৰ কৰোঁ। 

উত্তৰঃ লিটাৰ স্কেল।  

(খ) গোটা বস্তু জুখিবলৈ আমি ________ ব্য়ৱহাৰ কৰোঁ। 

উত্তৰঃ দগা স্কেল।  

(গ) মানুহৰ জ্ৱৰ জোখা যন্ত্ৰটোৰ নাম ________ 

উত্তৰঃ থাৰ্মমিটাৰ।  

(ঘ) গোটা বস্তুৰ ওজনক ________ বুলি কোৱা হয়। 

উত্তৰঃ কিলোগ্ৰাম।  

(ঙ) বতৰ চাবলৈ ________ ব্য়ৱহাৰ কৰা হয়।

উত্তৰঃ বেৰ’মিটাৰ।  

৪। স্কেল ব্য়ৱহাৰ কৰি কিতাপৰ এখন নক্সা অংকন কৰা। 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে স্কেল ব্য়ৱহাৰ কৰি কিতাপৰ এখন নক্সা অংকন কৰা। ৫। এখন প্ৰাকৃতিক দৃশ্য়ৰ ছবি আঁকি শ্ৰেণীকোঠাৰ বেৰত আঁৰি থোৱা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে এখন প্ৰাকৃতিক দৃশ্য়ৰ ছবি আঁকি শ্ৰেণীকোঠাৰ বেৰত আঁৰি থোৱা। 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top