📖 Might Learn

SVN Class 3 Niti Mallika Chapter 10 সময়ৰ সদব্যৱহাৰ Question Answer 2026 |

সময়ৰ সদব্যৱহাৰ

আৰ্হি প্ৰশ্নঃ

(ক) বাট্ৰাণ্ড ৰাছেল কোন ?

উত্তৰঃ বাট্ৰাণ্ড ৰাছেল এগৰাকী ইংৰাজ দাৰ্শনিক আৰু গণিতজ্ঞ আছিল।

(খ) ৰাছেলক নিউয়ৰ্কৰ ছাত্ৰজনে কেনেদৰে সহায় কৰিছিল?

উত্তৰঃ ৰাছেলক নিউয়ৰ্কৰ ছাত্ৰজনে নিউয়ৰ্ক চহৰখন ফুৰাত সহায় কৰিছিল কাৰণ ৰাছেলে আগতে নিউয়ৰ্ক জাই পোৱা নাছিল সেইবাবে ছাত্ৰজনে নিউয়ৰ্কৰ চহৰখন ফুৰাত সহায় কৰিছিল।

(গ) নিউয়ৰ্ক চহৰখন ক’ত ?

উত্তৰঃ নিউয়ৰ্ক চহৰখন আমেৰিকা যুক্তৰাষ্ট্ৰত আছিল।

(ঘ) ৰাছেলে ছাত্ৰজনক কি সুধিছিল ? ছাত্ৰজনে কিয় নিৰুত্তৰ হৈ ৰৈছিল ?

উত্তৰঃ ৰাছেলে ছাত্ৰজনক সুধিছিলযে এই পাঁচমিনিট সময়ৰ সদব্যৱহাৰ কেনেকে কৰা যায় এইবুলি সুধিছিল।
ছাত্ৰজনে ৰাছেলৰ প্ৰশ্ন উত্তৰ বিচাৰি নাপাই নিৰুত্তৰ হৈ ৰৈছিল।

(ঙ) ৰাছেলে ছাত্ৰজনে কি উপদেশ দিলে ?

উত্তৰঃ ৰাছেলে ছাত্ৰজনক ক’লে ”ডেকা বন্ধু,আমি কেৱল সময় বচালেই নহ’ব,সময়ৰ সদব্যৱহাৰৰ কথাও আগতীয়াকৈ ভাবিব লাগিব এইবুলি উপদেশ পাতিছিল।

(চ) ৰাছেলৰ ব্যক্তিগত জীৱন কেনে ধৰণৰ আছিল ?

উত্তৰঃ ৰাছেলৰ ব্যক্তিগত জীৱন সময়েৰে বন্ধা আছিল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top